বাৰ্তা:শাজিবু নোংমা পানবা
Latest comment: 1 বছৰৰ পূৰ্বে by দিব্য দত্ত in topic Request
This article was created as part of Feminism and Folklore 2023 online edit-a-thon. |
Request
সম্পাদনা কৰক@দিব্য দত্ত: নমস্কাৰ! লেখাটোৰ শিৰোনাম শ্বজিবু নোংমা পানবা ৰ পৰা শাজিবু নোংমা পানবা (মণিপুৰী ভাষা অনুসৰি শুদ্ধ উচ্চাৰণ) লৈ সলনি কৰিব পাৰিবনে? ৱাসিম (وسيم) (বাৰ্তা) 20:22, 29 September 2023 (ইউ.টি.চি.)
- ছাজিবু, শ্বাজিবু আৰু শাজিবু এই তিনিটা বিকল্প হ’ব পাৰে। সেয়ে বিষয়টো আলোচনা কৰি সিদ্ধান্ত লোৱা উচিত। দিব্য দত্ত (বাৰ্তা) 02:27, 30 September 2023 (ইউ.টি.চি.)
- Haoreimaৰ মত সমৰ্থন কৰিছো। ইংৰাজী বানানৰ সতে সংগতি ৰাখি শাজিবু (Sajibu) নোংমা পানবালৈ স্থানান্তৰৰ প্ৰস্তাব আগবঢ়াইছো। বাবুল বৈশ্য (বাৰ্তা) 13:05, 30 September 2023 (ইউ.টি.চি.)
- কৰা হ'ল দিব্য দত্ত (বাৰ্তা) 13:09, 30 September 2023 (ইউ.টি.চি.)