প্ৰবন্ধটোত জিলা আৰু নগৰখনৰ তথ্য সানমিহলি হৈ আছে। নগৰখনৰ কথাৰে ঠিক কৰিব লাগিব। আৰু কোনো কিতাপৰ পৃষ্ঠাৰ ছবি দি থোৱাটো ভাল নহ'ব নেকি বিষ্ণু দা ! Gitartha.bordoloi 16:28, 23 ডিচেম্বৰ 2011 (UTC)

কথটো হয়| তথ্যখিনি অ.ক.ব. ত পাই ভৰাই থলো, কামত আহিব| পৃষ্ঠাখন সজাব লাগিব| ছবিখন যদি কামত নাহে বা দৃষ্টিকটু বুলি ভাবিছা তেন্তে আতৰাই দিবা| (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 17:16, 23 ডিচেম্বৰ 2011 (UTC)
"শিৱসাগৰ" পৃষ্ঠালৈ উভতি যাওক।