বাৰ্তা:শিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহ
লাগে
সম্পাদনা কৰক- একত্ৰীকৰণ কৰা উচিত। উদ্দীপতালুকদাৰ (talk) 18:36, 9 মাৰ্চ 2012 (UTC)
- বিষ্ণু শইকীয়া বাৰ্তা 18:38, 9 মাৰ্চ 2012 (UTC)
- গীতাৰ্থ বৰদলৈ (talk) 19:27, 9 মাৰ্চ 2012 (UTC) (চুঙাপিঠা, ঘিলাপিঠাতো কৰিব লাগে। মোৰ সেইবোৰত লিখি থাকিবলৈ এলাহ !)
নালাগে
সম্পাদনা কৰক
মন্তব্য
সম্পাদনা কৰকশিৰোনাম
সম্পাদনা কৰকপ্ৰবন্ধটোৰ নামত "সমুহ" শব্দটো "সমূহ" হ'ব আৰু সেইটো দেৱালয়ৰ লগত লাগি থাকিব। কিন্তু শিৰোনামত দৌল দেৱালয়ৰ সলনি কেৱল দেৱালয় দিব পৰা নাযায় জানো? অৰ্থৰ পাৰ্থক্য আছে জানো? — গীতাৰ্থ বৰদলৈ (talk) 17:16, 21 অক্টোবৰ 2012 (UTC)
- দৌল দেৱালয়ৰ মাজত পাৰ্থক্য আছেনে নাই নাজানো| নামটো শুধৰাব পৰা যাব| যি ভাল দেখা কৰা| অ’ আৰু মোৰ আলোচনা পৃষ্ঠাটো চাব থাকি গৈছিল| একত্ৰীকৰণ প্ৰস্তাৱটো আতৰাই দিলো সেয়ে| ভাৱিলো প্ৰবন্ধ এটা কমিহে যাব| এইটো এটা স্বয়ংসম্পূৰ্ণ প্ৰবন্ধস্বৰূপে গঢ় দিব পৰ যাব হয়টো| একত্ৰীকৰণ সম্পৰ্কে আকৌ এবাৰ মতামত জনাবাচোন| বিষ্ণু শইকীয়া⇒✉ 18:14, 21 অক্টোবৰ 2012 (UTC)