বাৰ্তা:সঞ্জয় দত্তই লাভ কৰা বঁটা আৰু মনোনয়নৰ তালিকা

প্ৰবন্ধটোৰ একত্ৰিতকৰণ সন্দৰ্ভত সম্পাদনা কৰক

@Chiring chandan মোৰ হিচাপত উক্ত প্ৰবন্ধটো সঞ্জয় দত্ত প্ৰবন্ধটোৰ লগত চামিলকৰণ কৰাৰ প্ৰয়োজন নাই। তদুপৰি, তেখেতে লাভ কৰা বঁটা আৰু মনোনয়ন পৃথকে ৰাখিলে মূল প্ৰবন্ধটোত কোনো ধৰণৰ খেলিমেলিৰ উদ্ভৱ নহ'ব।

Thesaurabhsaha (বাৰ্তা) 06:24, 20 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

একত্ৰীকৰণ কৰা উচিত৷ ইং ৱিকিতো সকলোৰে Filmography বুলিহে সুকীয়া প্ৰবন্ধ থাকে৷ — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 11:07, 20 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
একত্ৰিত কৰাৰ সপক্ষে। যিহেতু বৰ্তমান সঞ্জয় দত্ত প্ৰবন্ধটোৱেই সম্পূৰ্ণ নহয়, তেনেস্থলত একে বিষয়ৰে এনে সুকীয়া প্ৰবন্ধৰ প্ৰয়োজন আছে যেন লগা নাই। মূল প্ৰবন্ধটো বহুত দীঘল হ’লেহে এনেকৈ প্ৰবন্ধ লিখা হয়।দিব্য দত্ত (বাৰ্তা) 15:40, 20 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
@Gitartha.bordoloi@দিব্য দত্ত   সমৰ্থন জনালোঁ।- চন্দন চিৰিং ফুকন ||✉️ 15:50, 20 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
"সঞ্জয় দত্তই লাভ কৰা বঁটা আৰু মনোনয়নৰ তালিকা" পৃষ্ঠালৈ উভতি যাওক।