বাৰ্তা:সম্ভাৱিতা

Latest comment: 3 বছৰৰ পূৰ্বে by দিব্য দত্ত in topic সংজ্ঞা


সংজ্ঞা সম্পাদনা কৰক

  • সম্ভাৱিতা তত্ত্ব = probability theory
  • নিৰ্বাত নলী = vacuum tube
  • অভিপ্ৰয়োগ = experiment, trial
  • যাদৃচ্ছিক অভিপ্ৰয়োগ = random experiment
  • পাশতি = dice
  • প্ৰতিদৰ্শ বিন্দু = elementary outcome, sample point
  • প্ৰতিদৰ্শ সমষ্টি = sample space
  • ঘটনা = events
  • সৰল ঘটনা = simple events
  • মিশ্ৰ ঘটনা = composite events
  • অভিনত = biased
  • অনভিনত = unbiased
  • সমান সম্ভাৱনাপূৰ্ণ ঘটনা = equally likely events
  • পৰস্পৰ বহিৰ্ভূত ঘটনা = mutually events
  • সম্পূৰ্ণ ঘটনা = exhaustive events
  • নিশ্চিত ঘটনা = certain events
  • অনিশ্চিত ঘটনা = uncertain events
  • অনুকূল ঘটনা = favourrable evevts
  • স্বতন্ত্ৰ ঘটনা = independent events
  • তথ্য সংগ্ৰহ : উচ্চতৰ মাধ্যমিক গণিত, অৰুণ প্ৰকাশন, প্ৰথম প্ৰকাশ (আগষ্ট ১৯৯৭)

দিব্য দত্ত (বাৰ্তা) 15:23, 20 May 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

"সম্ভাৱিতা" পৃষ্ঠালৈ উভতি যাওক।