ৱিকিপিডিয়া:প্ৰজেক্ট টাইগাৰ ২.০
নিয়মাৱলীসম্পাদনা কৰক
- প্ৰবন্ধসমূহ নিৰ্ধাৰিত বিষয়বস্তুৰ তালিকাৰ ভিতৰত হ'ব লাগিব। আপুনি যদি কোনো নতুন বিষয় তালিকাভুক্ত কৰিব বিছাৰে অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাত বাৰ্তা দিয়ক।
- প্ৰবন্ধসমূহ ১০ অক্টোবৰ ২০১৯ (০:০০ ভামাস) ৰ পৰা ১৫ জানুৱাৰী ২০২০ (২৩:৫৯ ভামাস) ৰ ভিতৰত সম্পাদনা (বিস্তাৰ অথবা সৃষ্টি) কৰা হ'ব লাগিব।
- প্ৰবন্ধটোত তথ্যপেৰা বা আন সাঁচক বাদ দি কমেও ৯,০০০ বাইট আৰু কমেও ৩০০ টা শব্দ থাকিব লাগিব।
- প্ৰবন্ধসমূহ ৱিকিপিডিয়াৰ নীতি অনুসৰি সঠিক তথ্যসূত্ৰ সহকাৰে সৃষ্টি কৰিব লাগিব।
- প্ৰবন্ধসমূহ কেৱল যান্ত্ৰিকভাৱে অনুবাদ বা machine translation-ৰে সৃষ্টি কৰিলে নহ'ব। ইয়াক সঠিকভাবে কপিএডিট কৰিব লাগিব।
- নতুন প্ৰবন্ধ অথবা বিস্তাৰিত প্ৰবন্ধত কোনোধৰণৰ কপিৰাইট উলংঘন তথা উল্লেখনীয় সমস্যা থাকিব নালাগিব।
- প্ৰবন্ধটো তথ্যসমৃদ্ধ হ'ব লাগিব।
- কোনো আয়োজকৰ দ্বাৰা সৃষ্টি কৰা প্ৰবন্ধসমূহ আন আয়োজকসলেহে চাব লাগিব।
- কোনো প্ৰবন্ধ এই সম্পাদনা মেলাৰ গ্ৰহণযোগ্য হয় নে নহয় সেয়া বিচাৰকমণ্ডলীয়ে নিৰ্ধাৰণ কৰিব।
- এই সম্পাদনা মেলাৰ অংশ হিচাপে সৃষ্টি কৰা প্ৰবন্ধসমূহ প্ৰজেক্ট টাইগাৰ ২.০ - সৃষ্টি কৰা প্ৰবন্ধ শ্ৰেণীত আৰু বিস্তাৰ কৰা প্ৰবন্ধসমূহ প্ৰজেক্ট টাইগাৰ ২.০ - বিস্তাৰিত প্ৰবন্ধ শ্ৰেণীত অন্তৰ্ভূক্ত কৰা হ'ব।
অংশগ্ৰহণসম্পাদনা কৰক
অংশগ্ৰহণ কৰকসম্পাদনা কৰক
অংশগ্ৰহণকাৰীৰ তালিকা
- Ani ttbr (talk) 11:02, 4 September 2019 (ইউ.টি.চি.)
- ḱḩḭ-ḸḀN-ʈẐɛ̃ɛ̃ আলোচনাউৎস প্ৰসংগ 12:09, 4 September 2019 (ইউ.টি.চি.)
- দিব্য দত্ত (বাৰ্তা) 14:45, 4 September 2019 (ইউ.টি.চি.)
- — গীতাৰ্থ বৰদলৈ (talk) 08:18, 9 September 2019 (ইউ.টি.চি.)
- বাবুল বৈশ্য (talk) 15:09, 10 September 2019 (ইউ.টি.চি.)
- -অজয় দাস (বাৰ্তা) 12:03, 11 September 2019 (ইউ.টি.চি.)
- --SlowPhoton (talk) 06:27, 13 September 2019 (ইউ.টি.চি.)
- অনামিকা(চুমু) বড়া (talk) 18:16, 12 September 2019 (ইউ.টি.চি.)
- ঈশান জ্যোতি বৰা (talk) 15:24, 14 September 2019 (ইউ.টি.চি.)
- জলি বৰা (talk) 18:40, 14 September 2019 (ইউ.টি.চি.)
- বিষ্ণু শইকীয়া⇒✉ 13:18, 9 October 2019 (ইউ.টি.চি.)
- অংশুমান দত্ত (talk) 13:29, 11 October 2019 (ইউ.টি.চি.)
- Obangmoy (talk) 06:11, 12 October 2019 (ইউ.টি.চি.)
- আমিৰ হামজা (talk) 08:37, 12 October 2019 (ইউ.টি.চি.)Amir hamza
- Bidyut13 (talk) 06:09, 13 October 2019 (ইউ.টি.চি.)
- নিৰঞ্জন বড়া (talk) 08:35, 16 October 2019 (ইউ.টি.চি.)
- তৰুণ গগৈ (talk) 12:00, 16 October 2019 (ইউ.টি.চি.)
- নয়ন জ্যোতি নাথ (talk) 05:57, 21 October 2019 (ইউ.টি.চি.)
- Ankur Jyoti Dewri (talk) 17:39, 22 October 2019 (ইউ.টি.চি.)
- Bhaskarjyoti Bhuyan (talk) 16:36, 25 October 2019 (ইউ.টি.চি.)
- Nitish Kumar Duwarah (talk) 14:07, 28 October 2019 (ইউ.টি.চি.)
Tirthankar Kharghoria (talk) 07:05, 8 December 2019 (ইউ.টি.চি.)Tirthankar Kharghoria Dadul Devakrishna Baruah Kishore.Kashyap
প্ৰবন্ধ জমা কৰকসম্পাদনা কৰক
আপুনি কি নিশ্চিত যে আপোনাৰ নতুনকৈ সৃষ্টি বা বিস্তাৰিত প্ৰবন্ধ আৱশ্যক ন্যূনতম ৩০০ শব্দ আৰু ৯,০০০ বাইট অতিক্ৰম কৰিছে? | ||
---|---|---|
|
পুৰস্কাৰসম্পাদনা কৰক
- প্ৰতিমাহে তিনিজন অংশগ্ৰহণকাৰীক তেওঁলোকৰ বৰঙণিৰ ওপৰত ভিত্তি কৰি পুৰস্কৃত কৰা হ'ব। পুৰস্কাৰস্বৰূপে তেওঁলোকলৈ ক্ৰমে ভাৰতীয় মুদ্ৰাৰ হিচাপত ৩,০০০ টকা, ২,০০০ টকা আৰু ১,০০০ টকা আগবঢ়োৱা হ'ব।
- ব্যক্তিগত পুৰস্কাৰসমূহৰ লগতে তিনি মাহৰ অন্তত যি ভাষাৰ ৱিকিপিডিয়াত সৰ্বাধিক সংখ্যক প্ৰবন্ধ সৃষ্টি বা বিস্তাৰ কৰা হ'ব সেই ৱিকিপিডিয়াৰ সদস্যসকল পুৰস্কৃত কৰা হ'ব। পুৰস্কাৰস্বৰূপে তেওঁলোকৰ কৌশল বৃদ্ধিৰ বাবে এক তিনি দিনীয়া প্ৰশিক্ষণ কৰ্মশালা (capacity building training event) আয়োজন কৰা হ'ব। CIS-A2K আৰু WMF-এ আয়োজন কৰিব লগা এই কৰ্মশালাত ৪০ জন সদস্যই অংশগ্ৰহণ কৰিব পাৰিব।
- সম্পাদনা মেলাত পৃথিৱীৰ যিকোনো দেশৰ ৱিকিমিডিয়ানেই অংশগ্ৰহণ কৰিব পাৰে, পিছে ব্যক্তিগত পুৰস্কাৰসমূহ কেবল ভাৰতত বাস কৰা ৱিকিমিডিয়ানসকলকহে প্ৰদান কৰা বাবে যোগ্য বুলি বিবেচনা কৰা হ'ব।
প্ৰস্তাবিত প্ৰবন্ধ তালিকাসম্পাদনা কৰক
গোলকীয় তালিকাসম্পাদনা কৰক
- প্ৰতিখন ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহ: অসমীয়া তালিকা, ইংৰাজী তালিকা
ভাৰতীয় তালিকাসম্পাদনা কৰক
গুগলৰ তালিকাসম্পাদনা কৰক
স্থানীয় তালিকাসম্পাদনা কৰক
এই প্ৰস্তাবিত তালিকাখন অসমীয়া ৱিকিপিডিয়াত নথকা কিছু গুৰুত্বপূৰ্ণ বিষয়কলৈ তৈয়াৰ কৰা হৈছে।
স্থানীয় তালিকা
বিচাৰকৰ বাবেসম্পাদনা কৰক
কোনো প্ৰবন্ধ বিচাৰকমণ্ডলীয়ে এই সম্পাদনা মেলাৰ বাবে গ্ৰহণযোগ্য বুলি বিবেচনা কৰাৰ পাছত অনুগ্ৰহ কৰি সেই প্ৰবন্ধটোৰ আলোচনা পৃষ্ঠাত তলৰ প্ৰযোজ্য সাঁচটো যোগ কৰিব:
- যদি প্ৰবন্ধটো নতুনকৈ সৃষ্টি কৰা হৈছে:
{{প্ৰজেক্ট টাইগাৰ ২.০}}
- যদি পুৰণি প্ৰবন্ধ বিস্তাৰ কৰা হৈছে:
{{প্ৰজেক্ট টাইগাৰ ২.০|বিস্তাৰ=হয়}}
সৃষ্টি আৰু বিস্তাৰ কৰা প্ৰবন্ধসমূহসম্পাদনা কৰক
প্ৰজেক্ট টাইগাৰ ২.০ সম্পাদনা মেলাৰ সময়ত ১৮৪ টা প্ৰবন্ধ সৃষ্টি কৰা হৈছে আৰু ৭ টা প্ৰবন্ধ বিস্তাৰ কৰা হৈছে।
সৃষ্টি কৰা প্ৰবন্ধসমূহসম্পাদনা কৰক
বিস্তাৰ কৰা প্ৰবন্ধসমূহসম্পাদনা কৰক
|