বাৰ্তা:সহযোগিতামূলক সম্পাদনা

ৰা উচিত|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 13:25, 12 এপ্ৰিল 2012 (UTC)

একত্ৰিত কৰাৰ কোনো যুক্তিয়েই নাই। ৱিকিমিডিয়া ফাউণ্ডেশ্যন আৰু এইটো সম্পূৰ্ণ বেলেগ বিষয়ৰ প্ৰবন্ধ। ইংৰাজীৰ প্ৰবন্ধটোও চুটি। সেইটোৰ পৰাই অনুবাদ কৰি থ'ম। — গীতাৰ্থ বৰদলৈ (talk)
এতিয়া কেনে? — গীতাৰ্থ বৰদলৈ (talk)
বঢ়িয়া হৈছে| ইংৰাজী ভাষাত আন্তঃৱিকি দুটা কিয় সংযোজন হৈ থাকিল? চাবাচোন|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 13:32, 14 এপ্ৰিল 2012 (UTC)
ঠিক কৰা হ'ল।
"সহযোগিতামূলক সম্পাদনা" পৃষ্ঠালৈ উভতি যাওক।