নদী খনৰ প্ৰকৃত নাম সিন্ধুটো ৰখা হলেই ভাল আছিল। আৰু ইংৰাজী নামটো ইণ্ডাছ নহৈ ইণ্ডুছ হে হয় নেকি, কাৰণ সিন্ধুৰ অপ্ৰভংশ ইন্ডু যেন লাগে। --দিব্য দত্ত (talk) 10:16, 16 August 2015 (UTC)

It is pronounced as ইণ্ডাছ. But in indian languages, I believe, the river is well known as সিন্ধু. So, I think the name সিন্ধু is more appropriate with a redirection to ইণ্ডাছ. নিয়ৰপৰশ (talk) 11:04, 16 August 2015 (UTC)
  কৰা হ'ল — গীতাৰ্থ বৰদলৈ (talk) 08:46, 17 August 2015 (UTC)
"সিন্ধু নদী" পৃষ্ঠালৈ উভতি যাওক।