বাৰ্তা:সিন্ধু নদী

বিষয় যোগ কৰক
সক্ৰিয় আলোচনা

শিৰোনামসম্পাদনা কৰক

নদী খনৰ প্ৰকৃত নাম সিন্ধুটো ৰখা হলেই ভাল আছিল। আৰু ইংৰাজী নামটো ইণ্ডাছ নহৈ ইণ্ডুছ হে হয় নেকি, কাৰণ সিন্ধুৰ অপ্ৰভংশ ইন্ডু যেন লাগে। --দিব্য দত্ত (talk) 10:16, 16 August 2015 (UTC)

It is pronounced as ইণ্ডাছ. But in indian languages, I believe, the river is well known as সিন্ধু. So, I think the name সিন্ধু is more appropriate with a redirection to ইণ্ডাছ. নিয়ৰপৰশ (talk) 11:04, 16 August 2015 (UTC)
  কৰা হ'ল — গীতাৰ্থ বৰদলৈ (talk) 08:46, 17 August 2015 (UTC)
"সিন্ধু নদী" পৃষ্ঠালৈ উভতি যাওক।