বাৰ্তা:ৰমাদ্বান
নাম
সম্পাদনা কৰকমাহ আৰু উদ্যাপনটোৰ অসমীয়া নাম "ৰমজান", "ৰমাদ্বান" নহয়। আকৌ ৰমজান (পঞ্জিকা মাহ) পৃষ্ঠাৰ কথাখিনি একেই। গতিকে প্ৰবন্ধটোৰ নাম "ৰমজান" কৰি দুইটা প্ৰবন্ধ একত্ৰিত কৰিব লাগে। — গীতাৰ্থ বৰদলৈ (talk) 17:15, 20 মে' 2018 (ইউ.টি.চি.)
- হয়, ৰমজান হ'ব লাগে। দিব্য দত্ত (বাৰ্তা) 19:13, 30 মে' 2018 (ইউ.টি.চি.)