বাৰ্নহাৰ্ড ৰিমান
জৰ্জ ফ্ৰিডৰিখ বাৰ্নহাৰ্ড ৰিমান ([ˈʁiːman] ( শুনক)) (ছেপ্তেম্বৰ ১৭, ১৮২৬ – জুলাই ২০, ১৮৬৬) এজন প্ৰভাৱশালী জাৰ্মান গণিতজ্ঞ আছিল। গাণিতিক বিশ্লেষণ, সংখ্যা-তত্ত্ব আৰু অৱকলজীয় জ্যামিতিলৈ তেওঁ চিৰকলীয়া অৱদান আগবঢ়াই থৈ গৈছে। তেওঁৰে আৱিস্কাৰ ৰিমান জ্যামিতি পিছলৈ আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদৰ গাণিতিক ভেঁটি হয়গৈ।
বাৰ্নহাৰ্ড ৰিমান | |
---|---|
![]() Bernhard Riemann, 1863 | |
জন্ম | Georg Friedrich Bernhard Riemann ১৭ ছেপ্টেম্বৰ, ১৮২৬ Breselenz, Kingdom of Hanover (modern-day Germany) |
মৃত্যু | ২০ জুলাই, ১৮৬৬ (৩৯ বছৰ) Selasca, Kingdom of Italy |
বাসস্থান | Kingdom of Hanover |
জাতীয়তা | German |
ক্ষেত্ৰ | Mathematics |
কৰ্মস্থান | Georg-August University of Göttingen |
শিক্ষানুষ্ঠান | Georg-August University of Göttingen Berlin University |
ডক্তৰেল পৰামৰ্শদাতা | Carl Friedrich Gauss |
আন শৈক্ষিক পৰামৰ্শদাতা | Gotthold Eisenstein Moritz Abraham Stern Carl Wolfgang Benjamin Goldschmidt |
উল্লেখযোগ্য বিদ্যাৰ্থী | Gustav Roch |
জনা যায় | See list |
প্ৰভাৱ | Peter Gustav Lejeune Dirichlet |
স্বাক্ষৰ![]() |
তথ্যসূত্ৰসম্পাদনা কৰক
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকি উক্তিত বাৰ্নহাৰ্ড ৰিমান’ বিষয় সংক্ৰান্তত উক্তি আছে। |
ৱিকিমিডিয়া কমন্সত Bernhard Riemann সম্পৰ্কীয় মিডিয়া ফাইল আছে। |