১৭ ছেপ্টেম্বৰ
তাৰিখ
ছেপ্টেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | |||||
২০২৪ |
১৭ ছেপ্টেম্বৰ (ইংৰাজী: 17 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৬০তম (অধিবৰ্ষত ২৬১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১০৫টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা:
ঘটনাৱলী
সম্পাদনা কৰক- ১৯৪৯ - ডি এম কে (DMK) বা দ্ৰাবিড় মুন্নেত্ৰ কাজগম (Dravida Munnetra Kazhagam) নামৰ ৰাজনৈতিক দলটো তামিলনাডুত প্ৰতিষ্ঠা হয়।
- ১৯৮২ - ভাৰত আৰু শ্ৰীলংকাৰ মাজত প্ৰথমখন টেষ্ট ক্ৰিকেট খেল চেন্নাইৰ এম চিদাম্বৰম ষ্টেডিয়ামত আৰম্ভ হৈছিল।
জন্ম
সম্পাদনা কৰক- ১৭৪৩ - মাৰ্কি ডে কণ্ড'ৰচেট (Marquis de Condorcet), ফৰাচী দাৰ্শনিক আৰু গণিতজ্ঞ। (মৃঃ ২৯ মাৰ্চ, ১৭৯৪)
- ১৮২৬ - বাৰ্নহাৰ্ড ৰিমান, জাৰ্মান গণিতজ্ঞ।
- ১৮৫৭ - কনষ্টেণ্টিন চিঅ'লকভস্কি (Konstantin Tsiolkovsky), ৰাছিয়াৰ ৰকেট বিজ্ঞানী।
- ১৮৭৯ - পেৰিয়াৰ ই ভি ৰামস্বামী, সমাজকৰ্মী আৰু ৰাজনেতা, দ্ৰাবিড় আন্দোলনৰ পিতৃ পুৰুষ।
- ১৯১৫ - মকবুল ফিদা হুছেইন, ভাৰতৰ জনপ্ৰিয় চিত্ৰশিল্পী। (জন্মঃ ৯ জুন, ২০১১)
- ১৯৩৭ - কেশদা মহন্ত, অসমীয়া লেখিকা, গৱেষক আৰু সমালোচক।
- ১৯৫০ - নৰেন্দ্ৰ মোদী, ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু গুজৰাটৰ প্ৰাক্তন মুখ্য়মন্ত্ৰী।
- ১৯৫১ - চাৰু গোহাঁই, অসমৰ কণ্ঠশিল্পী।
- ১৯৮৬ - ৰবিচন্দ্ৰন অশ্বিন, ভাৰতীয় ক্ৰিকেট খেলুৱৈ।
মৃত্যু
সম্পাদনা কৰক- ১৬৬৫ - ফিলিপ চতুৰ্থ, ফ্ৰান্সৰ ৰজা।
- ১৮৩৬ - এণ্টইন ল'ৰেণ্ট ডে জচিউ (Antoine Laurent de Jussieu), ফৰাচী উদ্ভিদ বিজ্ঞানী।
- ১৮৭৭ - হেনৰী ফক্স টেলব'ট (Henry Fox Talbot), ইংৰাজ বিজ্ঞানী আৰু উদ্ভাৱক, চিত্ৰগ্ৰহণৰ (photography) বাটকটীয়া।
- ১৯৩৬ - হেনৰী লুই লে চেটেলিয়াৰ (Henry Louis Le Chatelier), ফৰাচী ৰসায়ন বিজ্ঞানী।
- ১৯৪৫ - চাৰ্লছ স্পিয়েৰমেন (Charles Spearman), ইংৰাজ মনোবিজ্ঞানী।
- ১৯৯৪ - কাৰ্ল প'পাৰ (Karl Popper), আমেৰিকান-ব্ৰিটিছ দাৰ্শনিক।
- ২০১৮ - আন্না ৰাজম মলহোত্ৰা, ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰা প্ৰথম গৰাকী মহিলা। (জন্ম: ১৯২৭)।
- ২০২১ - থানু পদ্মনাভন, ভাৰতীয় তাত্ত্বিক পদাৰ্থবিজ্ঞানী আৰু ব্ৰহ্মাণ্ডতত্ত্ববিদ। (জন্ম: ১০ মাৰ্চ, ১৯৫৭)
দিৱস
সম্পাদনা কৰক- শিক্ষক দিৱস (হণ্ডোৰাছ)।
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ১৭ ছেপ্টেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |