বিজয় (অভিনেতা)

ভাৰতীয় অভিনেতা

জোচেফ বিজয় চন্দ্ৰশেখৰ (ইংৰাজী: Joseph Vijay Chandrasekhar;[2] জন্ম ২২ জুন ১৯৭৪), চমুকৈ বিজয় নামেৰে পৰিচিত ভাৰতীয় অভিনেতা গৰাকী তামিল ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ অভিনেতাৰ লগতে একাধাৰে নৃত্যশিল্পী, নেপথ্য গায়ক আৰু সমাজ সেৱক।

বিজয়

বিজয়
জন্ম জোচেফ বিজয় চন্দ্ৰশেখৰ
২২ জুন, ১৯৭৪ (৫০ বছৰ)[1]
মাদ্ৰাজ, তামিলনাডু, ভাৰত (বৰ্তমানৰ চেন্নাই)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম থালাপাথি
শিক্ষানুষ্ঠান লয়লা কলেজ, চেন্নাই
পেচা
  • অভিনেতা
  • নৃত্যশিল্পী
  • নেপথ্য গায়ক
  • সমাজ সেৱক
সক্ৰিয় হৈ থকা সময়
  • ১৯৮৪ – ১৯৮৮ (শিশু অভিনেতা)
  • ১৯৯২ – বৰ্তমান (মুখ্য অভিনেতা)
দাম্পত্যসঙ্গী সংগীতা সৰ্ণালিংগম (বি. ১৯৯৯)
পিতৃ-মাতৃ
  • এচ.এ. চন্দ্ৰশেখৰ (পিতৃ)
  • সভা চন্দ্ৰশেখৰ (মাতৃ)
সন্তান
আত্মীয়-স্বজন চাওক চন্দ্ৰশেখৰ পৰিয়াল

ফেন তথা মিডিয়াসকলৰ মাজত তেওঁ “থালাপাথি” (কমাণ্ডাৰ) নামে বেচি পৰিচিত। বিজয় তামিল চলচ্চিত্ৰৰ সৰ্বাধিক বেতনৰ অভিনেতা।[3] ২০১৭ চনত তেওঁ অভিজ্ঞ ৰজনীকান্তৰ পিছত তামিল চলচ্চিত্ৰৰ ইতিহাসত দ্বিতীয় শীৰ্ষস্থানীয় অভিনেতা হয়।[4] বিজয়ে ৬৪খন চলচ্চিত্ৰত মুখ্য ভূমিকা পালন কৰাৰ লগতে তেওঁ বিভিন্ন পুৰস্কাৰেৰে সন্মানিত হয়, তাৰ ভিতৰত বিজয় এৱাৰ্ডচ্‌ (৮টা), তামিলনাডু ষ্টেট ফিল্ম এৱাৰ্ডচ্‌ (৩টা) আৰু এচ.আই.আই.এম.এ এৱাৰ্ড। তেওঁ ভাৰতীয় চেলেব্ৰিটিসকলে সৰ্বাধিক উপাৰ্জন কৰা ফৰবেচ্‌ ইণ্ডিয়া চেলেব্ৰিটি ১০০ লিষ্টত সাতবাৰকৈ আছিল।

জন্ম পৰিচয়

সম্পাদনা কৰক

বিজয় ১৯৭৪ চনৰ ২২ জুনত তামিলনাডুৰ মাদ্ৰাজত (বৰ্তমানৰ চেন্নাই) জন্মগ্ৰহণ কৰে। তেওঁৰ পিতৃ এস. এ. চন্দ্ৰশেখৰ তামিল ছবিৰ পৰিচালক আছিল। তেওঁৰ মাক সভা চন্দ্ৰশেখৰ এগৰাকী স্বনামধন্য গায়িকা আছিল।

বিজয়ে ১৯৯৯ চনত ফেন সংগীতা সৰ্ণালিংগমৰ সৈতে বিবাহ পাশত আবদ্ধ হয়।[5][6] সংগীতা সৰ্ণালিংগম আছিল শ্ৰীলঙ্কাৰ তামিল যাৰ সৈতে তেওঁৰ প্ৰথম সাক্ষাৎ হয় ১৯৯৯ চনৰ ২৫ আগষ্টত যুক্তৰাষ্ট্ৰত।[7] তেওঁৰ দুটা সন্তান- সঞ্জয় (জন্ম ২০০০, লণ্ডন)[8] আৰু দিব্যা (জন্ম ২০০৫, চেন্নাই)।[9]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. "Exclusive biography of @actorvijay and on his life", filmibeat.com. Retrieved 31 July 2018.
  2. "BJP leader tweets ‘truth’ about Vijay’s religion, gets it from actor’s fans" (en ভাষাত). Hindustan Times. 2017-10-23. https://www.hindustantimes.com/regional-movies/bjp-leader-tweets-truth-about-vijay-s-religion-gets-it-from-actor-s-fans/story-HQ8kqdFNeQsb4umhGkV7VJ.html। আহৰণ কৰা হৈছে: 2020-06-06. 
    - "TN doesn't care if their Thalapathy is Joseph Vijay: Why does BJP's H Raja?". www.thenewsminute.com. https://www.thenewsminute.com/article/tn-doesnt-care-if-their-thalapathy-joseph-vijay-why-does-bjps-h-raja-70414. 
  3. "Vijay beats Rajinikanth as highest paid Tamil actor with Rs 100 crore paycheck for Thalapathy 65?" (en ভাষাত). Hindustan Times. 2020-01-04. https://www.hindustantimes.com/regional-movies/vijay-beats-rajinikanth-as-highest-paid-tamil-actor-with-rs-100-crore-paycheck-for-thalapathy-65/story-SAbnK7aVOqkvbXMLMvW6EL.html। আহৰণ কৰা হৈছে: 2020-05-31. 
  4. Cain, Rob (24 November 2017). "Vijay Nails Another Career Milestone With ₹250 Crore/$38.5M Worldwide Gross By 'Mersal'". Forbes. https://www.forbes.com/sites/robcain/2017/11/24/vijay-passes-another-career-milestone-with-mersals-%E2%82%B9250-crore38-5m-worldwide-gross/#135e77c0410e. 
  5. "Celebrity couples of Kollywood". Sify. http://www.sify.com/movies/celebrity-couples-of-kollywood-imagegallery-4-kollywood-ljduwuigbaesi.html। আহৰণ কৰা হৈছে: 26 August 2018. 
  6. "Rediff On The Net, Movies: Gossip from the southern film industry". Rediff.com. 17 August 1998. http://www.rediff.com/movies/1998/aug/17ss.htm। আহৰণ কৰা হৈছে: 18 July 2010. 
  7. https://timesofindia.indiatimes.com/entertainment/tamil/movies/photo-features/five-reasons-why-we-love-vijay/photostory/49378288.cms
  8. "rediff.com, Movies: Vijay meets his son on the Net!". Rediff.com. 26 August 2000. http://www.rediff.com/movies/2000/aug/26tt.htm। আহৰণ কৰা হৈছে: 18 July 2010. 
  9. "Great Pillai Gallery -A list of PILLAI WHO'S WHO". www.saivaneri.org. Archived from the original on 10 November 2015. https://web.archive.org/web/20151110021641/http://www.saivaneri.org/pillai_greats.htm। আহৰণ কৰা হৈছে: 5 November 2015. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক