২২ জুন
তাৰিখ
জুন | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ||||||
২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ |
৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ |
১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ |
২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ |
৩০ | ||||||
২০২৪ |
২২ জুন (ইংৰাজী: 22 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭৩তম (অধিবৰ্ষত ১৭৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯২টা দিন বাকী থাকে।
ঘটনাৱলী
সম্পাদনা কৰক- ১৮৪৪ - ইয়েল বিশ্ববিদ্যালয়ত ডেল্টা কাপ্পা এপচিলন চছাইটিৰ স্থাপন হয়।
- ১৯০৬ - চুইডেনে নিজৰ পতাকা গ্ৰহণ কৰিছিল।
- ১৯১১ - পঞ্চম জৰ্জক মুকুট পিন্ধোৱা হৈছিল।
- ১৯৪১ - দ্বিতীয় বিশ্বযুদ্ধত জাৰ্মানীয়ে ছোভিয়েত ৰাছিয়াক আক্ৰমণ কৰিছিল।
জন্ম
সম্পাদনা কৰক- ১৮০৭ - নাথান ব্ৰাউন, আমেৰিকান বেপ্তিষ্ট মিছনেৰী।
- ১৮৮০ - নীলমণি ফুকন, অসমীয়া সাহিত্যিক।
- ১৯২৮ - নলিন দুৱৰা, অসমীয়া চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰগ্ৰহণকাৰী।
- ১৯৩২ - অমৰীশ পুৰী, ভাৰতীয় অভিনেতা আৰু থিয়েটাৰ শিল্পী। (মৃত্যুঃ ১২/০৫/২০০৫)
- ১৯৪৩ - জন মাইকেল কষ্টাৰলিটজ, ব্ৰিটিছ পদাৰ্থ বিজ্ঞানী।
- ১৯৪৪ - জেৰাৰ্ড মৌৰো, ফৰাচী বৈজ্ঞানিক।
- ১৯৬৪ - ডেনিয়েল গেৰাৰ্ড "ডেন" ব্ৰাউন, আমেৰিকান ৰহস্য ঔপন্যাসিক।
- ১৯৭৪ - বিজয়, প্ৰকৃত নাম জোচেফ বিজয় চন্দ্ৰশেখৰ, ভাৰতীয় তামিল ছবিৰ নায়ক।
মৃত্যু
সম্পাদনা কৰক- ১০৩৭ - ইবন ছিনা, পাৰস্যৰ চিকিৎসক। ‘কেনন অব মেডিচিন’ হৈছে তেওঁৰ প্ৰসিদ্ধ সৃষ্টি।
- ১৯৩৬ - মৰিছ্ শ্লিক, জাৰ্মান দাৰ্শনিক আৰু পদাৰ্থবিজ্ঞানী। (জ. ১৮৮২)
- ২০১৬ - সমীৰ ৰায়চৌধুৰী, ভাৰতীয় কবি, চুটিগল্পকাৰ, প্ৰৱন্ধকাৰ তথা ঔপন্যাসিক।
দিৱস
সম্পাদনা কৰক- শিক্ষক দিৱস (এল ছালভাদোৰ)।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ২২ জুন সম্পৰ্কীয় মিডিয়া ফাইল আছে। |