নিৰুপমা বৰগোহাঞি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বিস্তাৰ সজ্জা আদি (edited with ProveIt)
18 নং শাৰী:
 
===শিক্ষা জীৱন===
গুৱাহাটীৰ [[উজান বজাৰ]]ত অৱস্থিত "উজানবজাৰ বালিকা বিদ্যালয়"ত তেখেতৰ শিক্ষাৰ্থী জীৱন আৰম্ভ হয়<ref name="bipuljyotinirupama">{{cite web | url=http://www.bipuljyoti.in/authors/nirupama.html | title=FAIR AND FEARLESS - An profile of Nirupama Borgohain | publisher=bipuljyoti.in | accessdate=February 24, 2013 | author=Ditimoni Gogoi}}</ref>। পৰৱৰ্তীকালত তেখেতে "পানবজাৰ কন্যা উচ্চ মাধ্যমিক বিদ্যাল"ত ৩ বছৰ কাল পঢ়ি পুণৰ উজান বজাৰৰ তাৰিণীচৰণ বিদ্যালয়ত নাম ভৰ্ত্তি কৰে<ref name="bipuljyotinirupama"/>। প্ৰগতিশীল আদৰ্শৰ নিৰুপমা তামুলীয়ে [[কলিকতা বিশ্ববিদ্যালয়]]ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ আৰু [[গুৱাহাটী বিশ্ববিদ্যালয়]]ৰ পৰা অসমীয়াত বিষয়ত স্নাতকোত্তৰ উপাধি লৈ কিছুকাল অধ্যাপনালাভ কৰে<ref name="bipuljyotinirupama"/>।
 
===কৰ্ম জীৱন===