ৱিকিপিডিয়া:সৰল সহায়িকা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
ফৰ্মেটিং, বানান
2 নং শাৰী:
==ৱিকিপিডিয়াত কি লিখিব==
 
অসমীয়াত[[অসমীয়া ৱিকিপিডিয়াতৱিকিপিডিয়া]]ত একাউণ্ট খুলি সাধাৰণভাৱে প্ৰবন্ধ এটাৰ সালসলনি কৰিব পৰা সদস্যসকলৰ বাবে এই সহায়িকা যুগুত কৰা হৈছে। একেবাৰে নতুন সদস্যক কিদৰে একাউণ্ট খুলিব লাগে, প্ৰবন্ধ এটা বিচাৰিব লাগে, সালসলনি কৰিব লাগে এইবোৰ কথা আন ডক্‌ ফাইল এখনত কোৱা হৈছে।
 
ৱিকিপিডিয়াত একাউণ্ট খোলাকে আদি কৰি প্ৰাথমিক কামবোৰ কৰা পিছত কি কথানো লিখিব সেয়া ভাবি সদস্য এজন কেতিয়াবা অলপ দোমোজাত পৰে। বহুতে উচ্ছাসত নিলিখিবলগীয়া বাক্য কিছুমান লিখে, বহুতে বিষয়বস্তুৰ সঠিক বাছনি কৰিব নোৱাৰে বা বহুতে ভাল বিষয় এটা ভালকৈ লিখিব নোৱাৰে! ইয়াত তেওঁলোকৰ কোনো ভুল নাই, মানুহে জন্মতেতো সকলো কথা শিকি নাহে! আহক, ৱিকিপিডিয়াত কি লিখিব আৰু কি নিলিখিব তাৰ বিষয়ে অলপ আলোচনা কৰোঁ।
8 নং শাৰী:
===১) ৱিকিপিডিয়াত কি লিখিম?===
 
> সদস্য হোৱাৰ পিছত লগে লগে আপুনি নতুন প্ৰবন্ধ এটা আৰম্ভ কৰিব নালাগে। নতুনকৈ লিখাৰ আগতে পুৰণি প্ৰবন্ধ এটা অলপ সালসলনি কৰিব পাৰিছেনে নাই চাই লওক, নহয় জানো? সম্পাদনা টেব্‌টোত ক্লিক কৰা, লেখা যোগ কৰা, সাঁচি থোৱা এইখিনি কাম আপুনি ইতিমধ্যে পাৰিছেনে? নাইপৰা যদি এতিয়াই কোনো অভিজ্ঞ সদস্যক সুধি লওক! [[ৱিকিপিডিয়া:পৰীক্ষাগাৰ|পৰীক্ষাগাৰ]]ৰো সহায় ল'ব পাৰে।
 
> অলপ কামত পকা হোৱাৰ পিছত এতিয়া আপুনি নতুন প্ৰবন্ধ এটা আৰম্ভ কৰিব পাৰে। আচলতে যিকোনো বিষয়ৰ প্ৰবন্ধ ৱিকিপিডিয়াত লিখিব পাৰি, মাত্ৰ সেই বিষয়টো ৱিকিপিডিয়াত অন্তৰ্ভুক্ত হোৱাৰ উপযুক্ত হ'ব লাগিব। কেনেকৈ গম পাব বিষয়টো উপযুক্ত হয়নে নহয়? আপুনি এটা কাম কৰিব পাৰে। অসমীয়া বা ইংৰাজী ৱিকিপিডিয়াৰ যিকোনো কেইটামান প্ৰবন্ধ মেলি চাওক। দেখিব তাত গহীন ভাষাৰে, নিৰ্দিষ্ট গতত বিষয় এটাৰ ওপৰত লিখা হৈছে। এটা উদাহৰণো দিওঁ- আপুনি হোমেন বৰগোহাঞিৰ কথা লিখিব পাৰিব; তেখেতৰ জন্ম, শিক্ষা, চাকৰি, সাহিত্যকৰ্ম আদিৰ ওপৰত। কিন্তু তেখেতক ক'ৰবাত লগ পোৱা কথা, একেলগে চাহ খোৱা কথা লিখিব নোৱাৰিব! বিষয়টো উপযুক্ত বুলি গম পাবলৈ আন এটা উপায় আছে- সেইটো বিষয়ত আপুনি কিতাপ, বাতৰি কাকত, ৱেবছাইট আদিত তথ্যাদি পাব। এতিয়া ইউৰোআই কাপপি ফুটবলএল চলি আছে। সেইটো নিঃসন্দেহে ৱিকিপিডিয়াত লিখিবলগীয়া এটা বিষয়। কিন্তু আপুনি ইউৰো কাপ চাবলৈ যোৱাৰআই পি এলযোৱাৰ অভিজ্ঞতা, কোনটো দল জিকিব তাৰ ওপৰত আপোনাৰ বিশ্লেষণ সেয়া কিন্তু লিখিবলগীয়া কথা নহয়!!
 
> বিষয়টো উল্লেখযোগ্য হোৱা ভাল। যেনে- আপুনি কোনোবা ভেকুলীচুক নামৰ গাঁও এখনৰ ওপৰত প্ৰবন্ধ লিখিব খুজিছে। তেতিয়া আনে আপত্তি কৰিব পাৰে, গাঁওখনতনো এনে কি আছে যে মানুহে তাৰ বিষয়ে জানিব লাগে? তাতকৈ এনে এটা বিষয় বাছি লওক যাৰ কথা মানুহে জনাটো আৱশ্যক।
20 নং শাৰী:
ব্যক্তিগত কথা, আড্ডা দিয়াৰ দৰে কথা, ভ্ৰমণ কাহিনী এইবোৰ ৱিকিপিডিয়াত লিখিব নাপায়। ওপৰত দুটামান উদাহৰণ দিছোঁৱেই।
 
> মৌলিক কথা, নিজে চিন্তা বা গৱেষণা কৰি উলিওৱা কথা, নিজৰ মতামত আদিবোৰ ৱিকিপিডিয়াত লিখিব নালাগে। যেনে- "ফাটবিহু" ৱিকিপিডিয়াত লিখিবলগীয়া এটা বিষয়, কিন্তু "ঢকুৱাখানাৰ ফাটবিহুত আধুনিকতাৰ পৰশ"ৰ দৰে প্ৰবন্ধ ৱিকিপিডিয়াত লিখিব নালাগে! এনে প্ৰবন্ধই লেখকৰ নিজৰ মতামত, চিন্তাচৰ্চাক দাঙি ধৰে। আকৌ "অসমীয়া সমাজত আশীৰ্বাদৰ ধৰণ", "ইউনিকোডতইউনিক'ডত অসমীয়া আৰু বাংলা লিপিৰ দ্বন্দদ্বন্দ্ব" আদিৰ দৰে ৰচনাও লেখকৰ নিজা চিন্তা আৰু কষ্টৰ ফছল, কিন্তু ৱিকিপিডিয়াত লিখাৰ বাবে উপযুক্ত নহয়।
 
> আন কিতাপ বা ৱেবছাইটৰ পৰা পোনে পোনে প্ৰতিলিপি কৰি প্ৰবন্ধত যোগ কৰিব নালাগে। এইবোৰ বস্তুৰ নিৰ্দিষ্ট কপিৰাইট থাকে, সেয়া ভঙ্গভংগ কৰাৰ অধিকাৰ আমাৰ নাই।
 
> বিজ্ঞাপনধৰ্মী কথা, এটা শাৰীৰ প্ৰবন্ধ ৱিকিপিডিয়াত লিখিব নালাগে। যেনে- আপুনি জি টিভিত দেখুওৱা কিবা ধাৰাবাহিক এখনৰ কথা লিখিব পাৰে, তাৰ অভিনেতা, কাহিনীৰ সাৰাংশ, কলা-কুশলী আদি সামৰি। কিন্তু আপুনি যদি ধাৰাবাহিকখনত বেছি গুৰুত্ব দিয়ে, তাৰ সম্প্ৰচাৰৰ সময়, অভিনেত্ৰীগৰাকীৰ গুণ বখানে (ৰেফাৰেন্স নিদিয়াকৈ) সেয়া বিজ্ঞাপনৰ নিচিনাই নহ'ব জানো?
38 নং শাৰী:
'ঢোল বাদনত ব্যৱহৃত কিছুমান মালিতা': এইটোও বিশ্বকোষৰ বস্তু নহয়। কাৰণ ইয়াত কোনো তথ্য উল্লেখ নাথাকে, বৰং প্ৰচলিত মালিতা কিছুমান থাকিব। সেয়ে এইটো মৌলিক কৰ্ম হ'ব। অৱশ্যে 'ঢোল' প্ৰবন্ধত 'মালিতা' প্ৰবন্ধত দুটামান 'মালিতা' উদাহৰণ হিচাপে দিব পাৰে, কাৰণ সেইটোৱে মালিতা ঠিক কেনেকুৱা হয়, সেইটো বুজাত সহায় কৰিব।
 
গল্প-কবিতা আদি দিবই নোৱাৰি বুলি চবেইসকলোৱে জানেই।
 
এইখিনি কথাৰ পৰা আপোনাৰ অলপ হ'লেও সহায় হৈছেনে? কিবা নুবুজা কথা থাকিলে সুধিবলৈ এলাহ নকৰিব!
63 নং শাৰী:
> মন কৰিবলগীয়া কথা: প্ৰবন্ধটো সুখপাঠ্য কৰিবলৈ উপ-শিৰোনামৰ সহায় ল'ব পাৰি। তাৰ বাবে সমান চিন (=)ৰ সংখ্যা বঢ়াই থাকিব পাৰি। যেনে- বুৰঞ্জী বিষয়ক প্ৰবন্ধ এটা লিখোঁতে ==মধ্যযুগ== বুলি অনুচ্ছেদ এটা আৰম্ভ কৰিলোঁ। তাৰ পিছত মধ্যযুগত বেলেগ বেলেগ শাসনকালৰ বিষয়ে লিখিবলৈ ===অমুকৰ শাসন===, ===তমুকৰ শাসন=== এনেকৈ উপ-অনুচ্ছেদৰ সৃষ্টি কৰিব পাৰি।
 
* আন পৃষ্ঠালৈ লিংক: আপোনালোকে নিশ্চয় মন কৰিছে যে ৱিকিপিডিয়াৰ[[ৱিকিপিডিয়া]]ৰ প্ৰবন্ধবিলাকত কিছুমান শব্দ নীলা ৰঙৰ আৰু কিছুমান ৰঙা ৰঙৰ হৈ থাকে। নীলা আখৰবিলাকতশব্দবিলাকত ক্লিক কৰিলে সেই নামৰ প্ৰবন্ধটো খোল খাব।খাব (যেনে- ইয়াৰ আগৰ শাৰীৰ "ৱিকিপিডিয়া" শব্দটো)। ৰঙা আখৰবিলাকৰশব্দবিলাকৰ সংশ্লিষ্ট প্ৰবন্ধ নাই। ক্লিক কৰিলে সেই নামৰ প্ৰবন্ধ সৃষ্টি কৰিব পাৰিব। এই লিংকবোৰ ৱিকিপিডিয়াৰ এটা ডাঙৰ সুবিধা। ইয়াৰ ফলত কোনো এটা প্ৰবন্ধত থকা উল্লেখযোগ্য কথা এটাৰ বিষয়ে জানিবলৈ আকৌ সেই নামটো টাইপ কৰি বিচাৰিব নালাগে। এনেকৈ লিংক সৃষ্টি কৰিবৰ বাবে বিশেষ শব্দবোৰ [[অমুক]] এনেকৈ দুটা বন্ধনীৰ মাজত সুমুৱাই দিব।
 
> মন কৰিবলগীয়া কথা: প্ৰত্যেকটো শব্দত লিংক সৃষ্টি কৰিব নালাগে কাৰণ প্ৰতিটো শব্দ এটা উল্লেখযোগ্য বিষয় নহ'ব পাৰে বা প্ৰতিটো শব্দৰ প্ৰবন্ধ সৃষ্টি সম্ভৱ নহ'ব পাৰে। যেনে- "গণনাৰ সুবিধাৰ বাবে প্ৰাচীন [[চীন]], [[মিছৰমিচৰ]] আদি দেশত '[[এবাকাচ]]' নামৰ এবিধ আহিলা ব্যৱহাৰ কৰা হৈছিল"- এই শাৰীটোত গণনা, প্ৰাচীন, আহিলা আদিবোৰ শব্দৰ লিংক সৃষ্টি প্ৰয়োজনীয় নহয়। সেইবাবে দুটামান শব্দতহে লিংক দিয়া হৈছে।
 
* তথ্যসূত্ৰ: ৱিকিপিডিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ হৈছে তথ্যসূত্ৰৰ উল্লেখ। তথ্যসূত্ৰ নাথাকিলে প্ৰবন্ধ এটা অসম্পূৰ্ণ হৈ থাকে আৰু বিশ্বাসযোগ্য নহয়। তথ্যসূত্ৰ কেনেকৈ দিব লাগে সেই কথা আনইয়াৰ ঠাইতপিছৰ অংশত আলোচনা কৰিম।কৰা হৈছে।
 
 
74 নং শাৰী:
==তথ্যসূত্ৰ কেনেকৈ দিব ==
{{মূল|ৱিকিপিডিয়া:উৎসৰ উল্লেখ}}
'''তথ্যসূত্ৰ কিয় লাগে''': ৱিকিপিডিয়াৰ এটা প্ৰধান স্তম্ভ হৈছে প্ৰবন্ধৰ সত্যাপনযোগ্যতা অৰ্থাৎ‍ পঢ়ুৱৈয়ে প্ৰবন্ধ এটাত লিখা তথ্যৰ সত্যাসত্য প্ৰমাণ কৰিব পাৰিব লাগিব। তথ্যসূত্ৰ/ তথ্যউৎ‍স/তথ্যউদ্ধৃতি বা ৰেফাৰেন্সৰ গুৰুত্ব এইখিনিতেই। আমি যদি প্ৰবন্ধ এটা লিখি তাত সঠিক তথ্যসূত্ৰ নিদিওঁ কোনোবাই তাত প্ৰশ্ন কৰিব পাৰে যে কথাখিনি কেনেকৈ বিশ্বাস কৰা যায়। আপোনালোকেতো সকলো কথা সাজি সাজিও লিখিব পাৰে! ধৰা হওক ৰাজ্য এখনৰ জনসংখ্যা আমি ৩ কোটি বুলি প্ৰবন্ধ এটাত লিখিলোঁ। সেই তথ্য কোনোবা শিক্ষাৰ্থীয়ে ব্যৱহাৰ কৰিব পাৰে। আমি যদি আন্দাজতে তিনি কোটি বুলি লিখিছিলোঁ তেন্তে শিক্ষাৰ্থীজনৰ লগতে আন বহু পঢ়ুৱৈৰ ক্ষতি হ’ব। গতিকে তাত আমি এটা নিৰ্ভৰযোগ্য তথ্যউৎ‍সৰ উল্লেখ কৰিব লাগিব- লাগিলে সেয়া কিতাপেই হওক, বাতৰি কাকতেই হওক, লোকপিয়লৰ ৱেবছাইতেই হওক বা বৈজ্ঞানিক জাৰ্ণালেই হওক।
 
তথ্যউৎ‍স উল্লেখ কৰোঁতে সেইবোৰৰ সবিশেষ দাঙি ধৰিব লাগে। যেনে-
 
কিতাপৰ ক্ষেত্ৰত: কিতাপৰ নাম, লেখকৰ নাম, প্ৰকাশক, প্ৰকাশনৰ স্থান, বছৰ, পৃষ্ঠা সংখ্যা, আৰু সম্ভৱ হ’লে ISBN
বাতৰি কাকত: বাতৰি/প্ৰবন্ধৰ শিৰোনামা, লেখক, কাকতৰ নাম, পৃষ্ঠা সংখ্যা, প্ৰকাশন গোষ্ঠী, তাৰিখ
ৱেবছাইট: [ৱেব লিংক] শিৰোনামা, লেখক, প্ৰকাশক, প্ৰকাশৰ তাৰিখ, তথ্য আহৰণ কৰা তাৰিখ ইত্যাদি ইত্যাদি।
'''
তথ্যসূত্ৰ দিয়াৰ নিয়ম''': ৱিকিপিডিয়াৰ প্ৰবন্ধত এই তথ্যসূত্ৰসমূহ অন্তৰ্ভুক্ত কৰাৰ কেইবাটাও উপায় আছে। তাৰে কেইটামান তলত আলোচনা কৰা হ’ল।
 
১) নশিকাৰুৰ বাবে সহজ উপায় হৈছে ref টেগৰ ব্যৱহাৰ। যিঠাইত তথ্যসূত্ৰ উল্লেখ কৰিব খুজিছে সেই ঠাইত <nowiki><ref></nowiki> লিখি ওপৰত কোৱা ধৰণে উৎ‍সটো লিখক আৰু লিখা হ’লে <nowiki></ref></nowiki> বুলি মোখনি মাৰক।
তথ্যসূত্ৰ দিয়াৰ নিয়ম: ৱিকিপিডিয়াৰ প্ৰবন্ধত এই তথ্যসূত্ৰসমূহ অন্তৰ্ভুক্ত কৰাৰ কেইবাটাও উপায় আছে। তাৰে কেইটামান তলত আলোচনা কৰা হ’ল।
 
উদাহৰণ: অসমত এশিঙীয়া গঁড়ৰ সংখ্যা দহ বছৰৰ আগতকৈ এক-চতুৰ্থাংশ কমিছে।<nowiki>< ref>”অসমত গঁড়ৰ পিয়ল”, জ্যোতি প্ৰকাশ নাথ, দৈনিক অসম, পৃষ্ঠা ৩, ১০ অক্টোবৰ ২০১২ </ref></nowiki> (সঁচা নহয়!)
১) নশিকাৰুৰ বাবে সহজ উপায় হৈছে ref টেগৰ ব্যৱহাৰ। যিঠাইত তথ্যসূত্ৰ উল্লেখ কৰিব খুজিছে সেই ঠাইত <ref> লিখি ওপৰত কোৱা ধৰণে উৎ‍সটো লিখক আৰু লিখা হ’লে </ref> বুলি মোখনি মাৰক।
 
মন কৰিবলগীয়া কথা: <nowiki><ref>... </ref></nowiki> টেগৰ ব্যৱহাৰ কৰিলে প্ৰবন্ধটোৰ শেষত ==তথ্যসূত্ৰ== বুলি এটা অনুচ্ছেদ কৰি তলত <nowiki> {{reflist} বুলি লিখিব লাগিব। তেতিয়াহে প্ৰবন্ধটোত ব্যৱহাৰ কৰা গোটেইবোৰ তথ্যসূত্ৰৰ এখন তালিকা নিজে নিজে আহি যাব।}</nowiki>
উদাহৰণ: অসমত এশিঙীয়া গঁড়ৰ সংখ্যা দহ বছৰৰ আগতকৈ এক-চতুৰ্থাংশ কমিছে।< ref>”অসমত গঁড়ৰ পিয়ল”, জ্যোতি প্ৰকাশ নাথ, দৈনিক অসম, পৃষ্ঠা ৩, ১০ অক্টোবৰ ২০১২ </ref> (সঁচা নহয়!)
বুলি লিখিব লাগিব। তেতিয়াহে প্ৰবন্ধটোত ব্যৱহাৰ কৰা গোটেইবোৰ তথ্যসূত্ৰৰ এখন তালিকা নিজে নিজে আহি যাব।
একেটা উৎ‍সৰ উল্লেখ কেইবাবাৰো কৰিবলগীয়া হ’লে বাৰে বাৰে কিতাপ, লেখক আদি নিলিখিলেও হয়। তেতিয়া প্ৰথমবাৰ য’ত তথ্যসূত্ৰটো
দিছে তাত <refname=অমুক>....</ref> বুলি লিখিব পাৰে। পিছৰ য’ত য’ত একেটা উৎ‍স উল্লেখ কৰিব লাগে তাত <refname=অমুক/>
বুলি লিখি থ’ব পাৰে। ওপৰত দিয়া জ্যোতি প্ৰকাশ নাথৰ ৰেফাৰেন্স বাৰে বাৰে দিবলগীয়া হ’লে প্ৰথমবাৰ < ref name=জ্যোতি>”অসমত গঁড়ৰ পিয়ল”,
জ্যোতি প্ৰকাশ নাথ, দৈনিক অসম, পৃষ্ঠা ৩, ১০ অক্টোবৰ ২০১২ </ref> লিখি পিছৰকেইবাৰ < ref name=জ্যোতি/> বুলি চমুৱাই থ’ব পাৰি।
 
২) কেইবাবাৰো একেটা উৎ‍সৰ উল্লেখ কৰিবলগীয়া হ’লে আন এটা উপায় আছে। প্ৰবন্ধটোৰ মাজত সেইবোৰৰ নাম চুটিকৈ লিখিব পাৰি। যেনে ধৰক গোপীনাথ বৰদলৈৰ বিষয়ে লিখোঁতে কেইবাবাৰো হেমন্ত কুমাৰ ভৰালীৰ “এহেজাৰ বছৰৰ এশগৰাকী অসমীয়া” কিতাপখন উল্লেখ কৰিবলগীয়া হ’ল। তেতিয়া আমি যথাস্থানসমূহত <nowiki><ref>“এশগৰাকী অসমীয়া”, ভৰালী, পৃ-১০৭ </ref></nowiki> আৰু <nowiki><ref>“এশগৰাকী অসমীয়া”, ভৰালী, পৃ-১০৯</ref></nowiki> আদি লিখিব পাৰোঁ। তলত ==তথ্যসূত্ৰ== বুলি অনুচ্ছেদ কৰি ওপৰত কোৱা দৰে <nowiki>{{reflist}}</nowiki> বুলি লিখিম। তাৰ পিছত ==গ্ৰন্থপঞ্জী== বুলি অনুচ্ছেদ এটা কৰি এনেকৈ তথ্যসূত্ৰবোৰৰ সবিশেষ লিখিম-
মন কৰিবলগীয়া কথা: <ref>... </ref> টেগৰ ব্যৱহাৰ কৰিলে প্ৰবন্ধটোৰ শেষত ==তথ্যসূত্ৰ== বুলি এটা অনুচ্ছেদ কৰি তলত {reflist} বুলি লিখিব লাগিব। তেতিয়াহে প্ৰবন্ধটোত ব্যৱহাৰ কৰা গোটেইবোৰ তথ্যসূত্ৰৰ এখন তালিকা নিজে নিজে আহি যাব।
একেটা উৎ‍সৰ উল্লেখ কেইবাবাৰো কৰিবলগীয়া হ’লে বাৰে বাৰে কিতাপ, লেখক আদি নিলিখিলেও হয়। তেতিয়া প্ৰথমবাৰ য’ত তথ্যসূত্ৰটো দিছে তাত <refname=অমুক>....</ref> বুলি লিখিব পাৰে। পিছৰ য’ত য’ত একেটা উৎ‍স উল্লেখ কৰিব লাগে তাত <refname=অমুক/> বুলি লিখি থ’ব পাৰে। ওপৰত দিয়া জ্যোতি প্ৰকাশ নাথৰ ৰেফাৰেন্স বাৰে বাৰে দিবলগীয়া হ’লে প্ৰথমবাৰ < ref name=জ্যোতি>”অসমত গঁড়ৰ পিয়ল”, জ্যোতি প্ৰকাশ নাথ, দৈনিক অসম, পৃষ্ঠা ৩, ১০ অক্টোবৰ ২০১২ </ref> লিখি পিছৰকেইবাৰ < ref name=জ্যোতি/> বুলি চমুৱাই থ’ব পাৰি।
 
২) কেইবাবাৰো একেটা উৎ‍সৰ উল্লেখ কৰিবলগীয়া হ’লে আন এটা উপায় আছে। প্ৰবন্ধটোৰ মাজত সেইবোৰৰ নাম চুটিকৈ লিখিব পাৰি। যেনে ধৰক গোপীনাথ বৰদলৈৰ বিষয়ে লিখোঁতে কেইবাবাৰো হেমন্ত কুমাৰ ভৰালীৰ “এহেজাৰ বছৰৰ এশগৰাকী অসমীয়া” কিতাপখন উল্লেখ কৰিবলগীয়া হ’ল। তেতিয়া আমি যথাস্থানসমূহত <ref>“এশগৰাকী অসমীয়া”, ভৰালী, পৃ-১০৭ </ref> আৰু <ref>“এশগৰাকী অসমীয়া”, ভৰালী, পৃ-১০৯</ref> আদি লিখিব পাৰোঁ। তলত ==তথ্যসূত্ৰ== বুলি অনুচ্ছেদ কৰি ওপৰত কোৱা দৰে {{reflist}} বুলি লিখিম। তাৰ পিছত ==গ্ৰন্থপঞ্জী== বুলি অনুচ্ছেদ এটা কৰি এনেকৈ তথ্যসূত্ৰবোৰৰ সবিশেষ লিখিম-
 
*“এহেজাৰ বছৰৰ এশগৰাকী অসমীয়া”, হেমন্ত কুমাৰ ভৰালী, চিত্ৰেলেখা পাব্লিকেশ্বন্‌ছ, গুৱাহাটী, ২০০১
Line 98 ⟶ 102:
 
* দ্বিতীয় তথ্যসূত্ৰ
 
 
৩) তথ্যসূত্ৰ দিয়াৰ আটাইতকৈ উপায় হৈছে “Prove it” গেজেটৰ ব্যৱহাৰ। প্ৰবন্ধ এটাৰ সম্পাদনা পৃষ্ঠা খুলিলে তলত references, Add a reference আদি লিখা এটা সঁজুলি দেখা পোৱা যাব ([[:চিত্ৰ:ProveIt.jpg]] চাওক) । যদি দেখা নাই তেন্তে লগ্‌ ইন কৰাৰ পিছত পৃষ্ঠাৰ ওপৰৰ “মোৰ পছন্দসমূহ”লৈ যাওক->গেজেট->ProveIt সক্ৰিয় কৰক।
Line 107 ⟶ 112:
তথ্যসূত্ৰ দিয়াৰ আৰু কিছুমান পদ্ধতি আছে। সদ্যহতে ইমান প্ৰয়োজন নাই।
 
'''তথ্যসূত্ৰৰ বাছনি''': তথ্যসূত্ৰ দিওঁতে কেনেধৰণৰ উৎ‍স উল্লেখ কৰা হৈছে সেয়াও অলপ মন কৰিব লাগে। যিমান পাৰি কৰ্তৃত্বশীল উৎ‍স উল্লেখ কৰিব পাৰিলে ভাল। যেনে বিদ্যায়তনিক বিষয়ৰ বাবে বাতৰিৰ টুকুৰাতকৈ বিষয়টো ভালকৈ জনা মানুহে লিখা প্ৰবন্ধ, কিতাপ বা পাঠ্যপুথি আদিৰ উল্লেখ কৰিব লাগে। মূল উৎ‍সত বিষয়টোৰ তথ্য স্পষ্ট নহ’লে সেই উৎ‍স নিদিয়াই ভাল। বাতৰি কাকতৰ ক্ষেত্ৰত চমক লগোৱা যেন লেখাবোৰ পৰিহাৰ কৰিব লাগে। ৱেবছাইটৰ ক্ষেত্ৰত ব্যক্তিগত ৱেবছাইটৰ ব্যৱহাৰ কমোৱা ভাল। ইণ্টাৰনেট ফ’ৰাম, ফে’চবুক, টুইটাৰ, ব্যক্তিগৰ ব্ল’গ আদিবোৰ তথ্যসূত্ৰ হিচাপে ব্যৱহাৰ কৰিব নালাগে। উৎ‍সটোৰ বিশ্বাসযোগ্যতাৰ ওপৰত অলপ সন্দেহ হ’লেই আন উৎ‍সবোৰৰ লগত তথ্য মিলাই চাব লাগে।
 
 
এই পৃষ্ঠাতো তথ্যসূত্ৰ সম্পৰ্কে সহায় পাব: [https[ৱিকিপিডিয়া:সহায়িকা//as.wikipedia.org/wiki/Wikipedia:Tutorial/Citing_sources Citing_sourcesউদ্ধৃতি]]
 
আৰু বহুত আছে। ৱিকিপিডিয়াত সম্পাদনা কৰি থাকিলে লাহে লাহে সকলো পৰিষ্কাৰ হ’ব।