১২ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

তাৰিখ
Content deleted Content added
নতুন পৃষ্ঠা: # ‘আৱাহন" যুগৰ অসমীয়া গল্পকাৰ দীননাথ শৰ্মাৰ জন্ম হৈছিল ১৯১৪...
(কোনো পাৰ্থক্য নাই)

08:16, 15 September 2014ৰ সংস্কৰণ

  1. ‘আৱাহন" যুগৰ অসমীয়া গল্পকাৰ দীননাথ শৰ্মাৰ জন্ম হৈছিল ১৯১৪ চনৰ আজিৰ দিনটোতে ৷
  2. ১৯৮৩ চনৰ আজিৰ দিনটোতে ব্ৰজনাথ শৰ্মাক তেজপুৰৰ 'অনামিকা যুৱ শিল্পী সমাজ'ৰ দ্বাৰা আনুষ্ঠানিক 'অভিনয়াচাৰ্য' অভিধা প্ৰদান কৰা হয় ৷
  3. আজিৰ দিনটোতে ১৩৯৮ চনত তুৰ্কী অভিযানকাৰী টাইমূৰৰ ভাৰত আক্ৰমণ আৰু দিল্লী দখল কৰি সমগ্ৰ উত্তৰ ভাৰততে লুণ্ঠন চলায়।
  4. আজিৰ দিনটোতে ১৯৫৯ চনত ৰাছিয়ই প্ৰথম মহাকাশযান উৎক্ষেপণ কৰে চন্দ্ৰলৈ।
  5. চন্দ্ৰ অভিমুখে ৰাছিয়াৰ অনুসন্ধানী যান লুনা-১৬ৰ উৎক্ষেপণ কৰে। প্ৰথমবাৰৰ বাবে চন্দ্ৰত সফলভাৱে অৱতৰণ কৰি তাৰপৰা চন্দ্ৰশিলা সংগ্ৰহ কৰি পৃথিৱীলৈ কঢ়ি্য়াই।
  6. ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ আৰু পেণ্টাগনত কৰা আক্ৰমণকাৰীৰ বিৰুদ্ধে আমেৰিকাই যুদ্ধ ঘোষণা কৰে ২০০১ চনৰ আজিৰ দিনটোতে।
  7. প্ৰসিদ্ধ বাংলা সাহিত্যিক বিভূতিভূষণ বন্দোপাধ্যায়ৰ জন্ম হয় ১৮৯৪ চনৰ আজিৰ দিনটোতে। তেওঁৰ প্ৰসিদ্ধ উপন্যাস হ’ল ‘পথেৰ পাঁচালি’।
  8. লৰ্ড কৰ্নৱালিছ ভাৰতৰ গৱৰ্নৰ জেনেৰেল হয় ১৭৮৬ চনৰ আজিৰ দিনটোতে।
  9. ১৮৯৭ চনৰ আজিৰ দিনটোতে ফৰাচী বিজ্ঞানী ইৰেন জোলিঅ কুৰীৰ জন্ম হয়। ১৯৩৫ চনত তেওঁ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।