"৪ ছেপ্টেম্বৰ"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

828 বাইট যোগ দিয়া হ’ল ,  5 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
(শ্ৰেণী:ছেপ্টেম্বৰ যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে)
'''৪ ছেপ্টেম্বৰ''' দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ২৪৮ তম ([[অধিবৰ্ষ]]ত ২৪৯ তম) [[দিন]]৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১১৮ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
 
# শিক্ষাবিদ, বিদূষী মহিলা [[ইন্দিৰা মিৰি]]ৰ মৃত্যু হয় ২০০৪ আজিৰ দিনটোতে।
# আজিৰ দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা তথা স্বাধীনতা আন্দোলনৰ প্ৰথম যুগৰ নেতা [[দাদা ভাই নৰজী]]ৰ জন্ম হয় ১৮২৫ চনত। ১৯০৬ চনত কলকাতাত বহা জাতীয় কংগ্ৰেছৰ অধিৱেশনত ‘স্বৰাজ জাতীয় কংগ্ৰেছৰ লক্ষ্য’ বুলি ঘোষণা কৰে।
# [[হেনৰী ফলি নাইট]] অসমৰ ৰাজ্যপাল হয় ১৯৪৬ চনৰ আজিৰ দিনটোতে।
# ২০০২ চনৰ আজিৰ দিনটোতে অসমীয়া ভাষা বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰি বিশ্বৰ ভাষা-বিজ্ঞানীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ভাষা-বিজ্ঞানীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ভাষা-বিজ্ঞানী ড০ [[গোলোক চন্দ্ৰ গোস্বামী]]ক অসম সাহিত্য সভাৰ সন্মানীয় উপাধি সাহিত্যচাৰ্য উপাধি প্ৰদান কৰে।
# ১৮৮২ চনৰ আজিৰ দিনটোতে [[আমেৰিকআমেৰিকা]]ত ৰাজহুৱাকৈ বিজুলী বাতিৰ ব্যৱহাৰ আৰম্ভ হয়।
# প্ৰসিদ্ধ বিপ্লৱী মুক্তিযুদ্ধা [[হো-ছি-মিন]]ৰ ৭৯ বছৰ বয়সত মৃত্যু হৈছিল ১৯৬৯ চনৰ আজিৰ দিনটোতে ৷
 
 
== বাহ্যিক সংযোগ ==
{{commons|Category:4 September|৪ ছেপ্টেম্বৰ'''}}
* [http://news.bbc.co.uk/onthisday/hi/dates/stories/september/4 বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা]
----
{{Months}}
{{-}}
 
[[শ্ৰেণী:ছেপ্টেম্বৰ]]
29,688

টা সম্পাদনা