অংগ তন্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

6 নং শাৰী:
*[[কংকাল তন্ত্ৰ]]: [[হাড়]] আদিৰে গঠিত দেহৰ স্থিতি আৰু সুৰক্ষাৰ আভ্যন্তৰিণ সজ্জা।
*[[প্ৰজনন তন্ত্ৰ]]: [[যৌন অংগ]]সমূহ, যেনে- [[গৰ্ভাশয়]] আদি।
*[[পাচন তন্ত্ৰ]]: [[লালটি গ্ৰন্থী]], [[খাদ্যনলী]], [[উদৰ]], [[যকৃতযকৃৎ]], [[পিত্তস্থলী]], [[অগ্নাশয়]], [[অন্ত্ৰ]], [[মলাশয়]] আৰু [[পায়ু]]ৰ সহায়ত খাদ্যৰ পাচন আৰু অন্তৰ্গ্ৰহণ প্ৰক্ৰিয়া।
*[[ৰেচন তন্ত্ৰ]]: [[বৃক্ক]], [[মুত্ৰনলী]], [[মুত্ৰস্থলী]] আদিৰ সহায়ত ৰক্তৰ পৰিশোধন আৰু [[মুত্ৰ]] বিসৰ্জন প্ৰক্ৰিয়া।
*[[শ্বাস তন্ত্ৰ]]: [[হাওঁফাওঁ]], [[শ্বাসনলী]], [[বায়ুস্থলী]] আদিৰ সহায়ত তেজৰ পৰা [[কাৰ্বন ডাই-অক্সাইড]] নিস্কাশন আৰু [[অক্সিজেন]] সমৃদ্ধকৰণ প্ৰক্ৰিয়া ([[শ্বাস-প্ৰশ্বাস]])।