পুণেৰী পাগুৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
7 নং শাৰী:
এই পাগুৰী সাধাৰণতে কিছুমান বিশেষ অনুষ্ঠান যেনে বিয়া-বাৰু আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ পাৰম্পাৰিক দিৱসত ব্যৱহাৰ কৰা হয়। যুৱসকলে "গন্ধাল" কলা প্ৰদৰ্শন কৰোঁতে এই পাগুৰী মাৰে। তদুপৰি ঐতিহাসিক বোলছবি আৰু থিয়েটাৰত ইয়াক ব্যৱহাৰ কৰা হয়।<ref name="theindianexpress"/>
==বৌদ্ধিক সম্পত্তিৰ অধিকাৰ প্ৰদান==
১০ জনীয়া "শ্ৰী পূণেৰী পাগুৰী সংঘ"ই পূণেৰী পাগুৰীৰ "ভৌগলিক পৰিচায়ক"ৰ মৰ্যাদা পাবলৈ ভৌগোলিক পৰিচায়ক ৰেজিষ্ট্ৰীলৈ আবেদন জনাইছিল।জনাইছিল<ref name="theindianexpress"/> আৰু লগতে বৌদ্ধিক সম্পদৰ নীতিৰ উৎকৰ্ষৰ বাবেও আবেদন জনাইছিল।<ref name=mid-day /> পূণেৰী পাগুৰীক বিশ্ব দৰবাৰত দাঙি ধৰা, ইয়াৰ স্বকীয়তা ৰক্ষা কৰা আৰু পূণেৰী সংস্কৃতি জীয়াই ৰখা ইয়াৰ মূল উদ্দেশ্য। ৪ ছেপ্তেম্বৰ,২০০৯ চনত ইয়াক ভৌগোলিক পৰিচায়কৰ মৰ্যাদা দিয়াৰ লগে লগে ই পূণেৰ সাংস্কৃতিক আৰু চৰকাৰী পৰিচয় হৈ পৰিল।.<ref name=BS /><ref name="theindianexpress"/><ref name=ZeeNews>{{cite web|title=Puneri Pagadi gets GI tag; latest to join protected goods club|url=http://zeenews.india.com/news/etc/puneri-pagadi-gets-gi-tag-latest-to-join-protected-goods-club_565357.html|publisher=Zee News|date=21 September 2009|accessdate=13 June 2012}}</ref><ref name=oneindia>{{cite web|title=Puneri Pagdi obtains geographical indication status|url=http://news.oneindia.in/2010/01/03/puneripagdi-obtains-geographical-indicationstatus.html|publisher=OneIndia News|date=3 January 2010|accessdate=13 June 2012}}</ref><ref name=mid-day2>{{cite web|title=Puneri Pagadi gets pride of place|url=http://www.mid-day.com/news/2009/sep/220909-Puneri-Pagadi-Geographical-Indication-Pune2.htm|publisher=Mid Day|author=Chandran Iyer|date=22 September 2009|accessdate=13 June 2012}}</ref>সেইমতে পূণেৰী পাগুৰী বৌদ্ধিক সম্পদৰ অধিকাৰ লাভ কৰিলে আৰু পূণেৰ বাহিৰত পূণেৰী পাগুৰীৰ উৎপাদন তথা বিক্ৰী নিষিদ্ধ কৰা হল।<ref name=ZeeNews />
 
== তথ্য সংগ্ৰহ==