বিবাহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 5 langlinks, now provided by Wikidata on d:q8445
4 নং শাৰী:
'''বিবাহ''' ({{lang-en|marriage}}) এক সামাজিক বান্ধোন। সামাজিকভাৱে বিবাহৰ যোগেদিহে এজন পুৰুষ আৰু এগৰাকী নাৰীৰ মাজত সম্পৰ্ক স্থাপন হয়।
 
==উৎপত্তি==
==উত্পত্তি==
’বি’ উপসৰ্গ পূৰ্বক ’বহ’ ধাতুৰ পিছত ’ঘঞ’ প্ৰত্যয় যোগ হৈ বিবাহ শব্দ নিষ্পন্ন হৈছে। বিবাহ শব্দ‍ই শুভ পৰিণয়, শুভ মিলন আদি অৰ্থকে বুজায়। যিহেতু নানা ধৰণৰ মঙ্গল কামনাৰে এই বিবাহ কাৰ্য সম্পাদন কৰা হয় সেয়েহে বিবাহ শব্দৰ আগত শুভ শব্দ প্ৰয়োগ কৰা হয়।
 
==হিন্দু বিবাহ==
"https://as.wikipedia.org/wiki/বিবাহ"ৰ পৰা অনা হৈছে