গুজৰাটী ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{Infobox language
{{তথ্যছক-ভাষা
|name=গুজৰাটী
|nativename=ગુજરાતી <br /> ''গুজৰাতী''
14 নং শাৰী:
|iso1=gu|iso2=guj|iso3=guj
|notice=}}
'''গুজৰাটী ভাষা''' ({{En|Gujarati language|গুজৰাটী ভাষাত: ગુજરાતી ''গুজৰাতী'')}} ইণ্ডো-আৰ্য ভাষা । ই বৃহত্তৰ ইণ্ডো-ইউৰোপীয় ভাষা-পৰিবাৰৰ অন্তৰ্ভুক্ত। ভাষাটো [[ভাৰত|ভাৰতৰ]] [[গুজৰাট]] ৰাজ্যত বহুল প্ৰচলিত। গুজৰাটৰ বাহিৰেও দমন আৰু দিউ আৰু দাদৰা আৰু নাগৰ হাভেলি অঞ্চলত এই ভাষা প্ৰচলিত।
 
গুজৰাটী ভাষাত গোটেই বিশ্বত প্ৰায় ৪ কোটি ৬০ লাখ মানুহে কথা পাতে। মাতৃভাষীৰ সংখ্যাৰ হিচাপত বিশ্বত ইয়াৰ স্থান ২৬তম।
 
{{ভাৰতৰ ভাষাসমূহ}}
{{পৃথিৱীৰ প্ৰধান ভাষাভাষাসমূহ}}
 
[[বিষয়শ্ৰেণীশ্ৰেণী:ভাষা]]