উচ্চ ৰক্তচাপ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

55 নং শাৰী:
{{main article|প্ৰসৱজনিত উচ্চ ৰক্তচাপ|প্ৰি-এক্লেম্প্‌চিয়া}}
 
প্ৰায় ৮-১০% গৰ্ভাৱস্থাত উচ্চ ৰক্তচাপে দেখা দিয়ে।<ref name="ABC" /> ছঘণ্টাৰ ব্যৱধানত দুবাৰ ৰক্তচাপ ১৪০/৯০ মিমি পাৰাৰ বেছি হ'লে গৰ্ভধাৰণৰ[[গৰ্ভধাৰণ]]ৰ উচ্চ ৰক্তচাপ বোলা হয়।<ref name="harrison">{{cite book|title=Harrison's principles of internal medicine.|publisher=McGraw-Hill|location=New York|isbn=9780071748896|year=2011|pages=55–61|edition=18th}}</ref> গৰ্ভাৱস্থাৰ উচ্চ ৰক্তচাপক আগৰে পৰা থকা উচ্চ ৰক্তচাপ, [[প্ৰসৱাজনিত উচ্চ ৰক্তচাপ]], বা [[প্ৰি-এক্লেম্প্‌চিয়া]]ত ভাগ কৰিব পাৰি।<ref name="uptodate.com">{{Cite web|title = Management of hypertension in pregnant and postpartum women|url = http://www.uptodate.com/contents/management-of-hypertension-in-pregnant-and-postpartum-women?source=machineLearning&search=hypertension+pregnancy&selectedTitle=1~150&sectionRank=1&anchor=H53704432#H53704432|website = www.uptodate.com|accessdate = 2015-07-30}}</ref>
 
গৰ্ভধাৰণৰ দ্বিতীয় ভাগ আৰু সন্তান প্ৰসৱৰ পাছত হোৱা গুৰুতৰ অৱস্থা প্ৰি-এক্লেম্প্‌চিয়াত উচ্চ ৰক্তচাপ আৰু প্ৰস্ৰাৱত প্ৰ'টিন পোৱা যায়।<ref name="ABC" /> প্ৰায় ৫% গৰ্ভাৱস্থাত হোৱা এই ৰোগত বিশ্বজুৰি প্ৰায় ১৬% মাতৃৰ মৃত্যু হয়।<ref name="ABC" /> ইয়াৰ সাধাৰণতে কোনো লক্ষণ নাথাকে আৰু নিয়মমাফিক পৰীক্ষাৰ জৰিয়তে ধৰা পৰে। কেতিয়াবা লক্ষণ থাকিলে মূৰৰ বিষ, চকুৰে ভালকৈ নেদেখা, বমি, পেটৰ বিষ আৰু হাত-ভৰি ফুলা আদিয়ে দেখা দিয়ে। প্ৰি-এক্লেম্প্‌চিয়াৰ চিকিৎসা নকৰিলে প্ৰাণনাশী উচ্চ ৰক্তচাপীয় সংকট [[এক্লেম্প্‌চিয়া]]ই দেখা দিয়ে যাৰ ফলত [[অন্ধত্ব]], মস্তিষ্ক ফুলা, কঁপনি, বৃক্কৰ ব্যৰ্থতা, DIC (তেজ গোট মৰা ৰোগ) আদি হ'ব পাৰে।<ref name="ABC" /><ref name="urlHypertension and Pregnancy: eMedicine Obstetrics and Gynecology">{{cite web |url=http://emedicine.medscape.com/article/261435-overview |title=Hypertension and Pregnancy |author=Gibson, Paul |date=July 30, 2009 |work=eMedicine Obstetrics and Gynecology |publisher=Medscape |pages= |accessdate=16 June 2009}}</ref>