জিভা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
[[চিত্ৰ:زبان tongue.jpg|thumb|right|200px|এক মানৱ জিভা]]
'''জিহ্বাজিভা''' বা '''(Tongue):জিহ্বা''' (Tongue) মুখগহ্বৰৰ মজিয়াত এখন ডাঙৰ তথা ডাঠ মঙহাল বহিঃসাৰী (Protrusible) আৰু সংবেদনশীল জিহ্বা থাকে। জিহ্বাখন মুখগহ্বৰৰ মজিয়াত ফ্রিনুলাম (Frenulum) নামৰ লিগামেন্টৰ দ্বাৰা জিহ্বাখন স্তৰীভূত অধিচ্ছদীয় কোষৰ দ্বাৰা গঠিত। ইয়াৰ উপৰিভাগত কিছুমান ক্ষুদ্র ক্ষুদ্র টেমুনা থাকে। এইবোৰক পেপিলা (Papillae) বোলে। পেপিলাবোৰত স্বাদকলি (Taste bud) থাকে বাবে ই খাদ্যস্তুৰ খোৱাদ গ্রহণ কৰিব পাৰে। স্বাদকলিবোৰ আননী (facial), গ্লছ’ফেৰেঞ্জীয় (Glossopharyn-geal), আৰু ভেগাছ স্নায়ুৰ শাখাবোৰৰ দ্বাৰা পৰিবেষ্টিত হৈ থাকে।
 
[[শ্ৰেণী:অংগ]]
"https://as.wikipedia.org/wiki/জিভা"ৰ পৰা অনা হৈছে