মাংসভোজী উদ্ভিদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

tag
 
1 নং শাৰী:
{{unreferenced}}
[[File:Murud N. lowii 20.jpg|thumb|upright=1.4|এক মাংসভোজী কলচী উদ্ভিদ]]
'''মাংসভোজী উদ্ভিদ''' {{En|Carnivorous plants}} হৈছে কিছুমান উদ্ভিদ, যি বিভিন্ন জীৱ, যেনে প্ৰাণী বা প্ৰ'ট'জৱা, বিশেষকৈ পতংগ বা অন্য সন্ধিপদীৰ পৰা পোষক দ্ৰৱ্য আহৰণ কৰে। এনে উদ্ভিদবোৰ ক্ষীণ অথবা কম পৰিমানে পোষক দ্ৰৱ্য, বিশেষকৈ নাইট্ৰ'জেন নথকা ঠাইত জীৱাই থাকিব পৰাকৈ অভিযোজিত হয়। ১৮৭৫ চনত চাৰ্লছ ডাৰউইনে প্ৰথম মাংসভোজী উদ্ভিদ, [[পতংগভোজী উদ্ভিদ]]ৰ বিষয়ে উল্লেখ কৰিছিল।
মাংসভোজী উদ্ভিদবোৰ সাধাৰণতে সপুষ্পক উদ্ভিদ। এনে উদ্ভিদ পাঁচটা ভিন্ন বৰ্গৰ প্ৰায় বাৰটাতকৈও অধিক গণৰ অন্তৰ্গত। প্ৰায় ৬৩০টাতকৈও অধিক এনে প্ৰজাতিৰ উদ্ভিদে চিকাৰ আকৰ্ষণ কৰে আৰু বন্দী কৰে, পাচক উৎসেচক উৎপাদন কৰে আৰু পোষক দ্ৰৱ্যৰ শোষণ কৰে। ইয়াৰোপৰি বিভিন্ন গণৰ প্ৰায় তিনি শতাধিক প্ৰ'ট'জৱাভোজী উদ্ভিদে সকলো নহলেও এনে কিছুমান বৈশিষ্ট প্ৰদৰ্শন কৰে।
 
মাংসভোজী উদ্ভিদবোৰ সাধাৰণতে সপুষ্পক উদ্ভিদ। এনে উদ্ভিদ পাঁচটা ভিন্ন বৰ্গৰ প্ৰায় বাৰটাতকৈও অধিক গণৰ অন্তৰ্গত। প্ৰায় ৬৩০টাতকৈও অধিক এনে প্ৰজাতিৰ উদ্ভিদে চিকাৰ আকৰ্ষণ কৰে আৰু বন্দী কৰে, পাচক [[উৎসেচক]] উৎপাদন কৰে আৰু পোষক দ্ৰৱ্যৰ শোষণ কৰে। ইয়াৰোপৰি বিভিন্ন গণৰ প্ৰায় তিনি শতাধিক প্ৰ'ট'জৱাভোজী উদ্ভিদে সকলো নহলেও এনে কিছুমান বৈশিষ্ট প্ৰদৰ্শন কৰে।
 
[[শ্ৰেণী:উদ্ভিদজগত]]