তাওৰাত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[[ ]] -> add
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
 
1 নং শাৰী:
[[শ্ৰেণী:ইছলাম ধৰ্ম]]
[[শ্ৰেণী:ধৰ্ম গ্ৰন্থ]]
'''তাওৰাত''' এটা [[আচমানী কিতাপ|আকাশী কিতাপ]] যিটো ইছলামৰ [[ৰাছুল]] [[মুছা]] (আঃ)ৰ উপৰত অৱতীৰ্ণ হৈছিল। ই [[হিব্ৰু ভাষা]]ত লিখিত [[ইহুদি ধৰ্ম|ইহুদীসকলৰ]] পৱিত্ৰ [[ধৰ্মগ্ৰন্থ]]। হিব্ৰু ভাষাত ইয়াৰ নাম '"তোৰাহ্''। তোৰাহ্ শব্দৰ অৰ্থ "আইন", "নিয়ম", বা "শিক্ষণীয় উপদেশ"। ই ৫ টা পুস্তকৰ সম্বন্ধয়েৰে গঠিত সেয়েহেই তাওৰাতক বহুতে [[মুছা]]ৰ "পঞ্চ পুস্তক" বুলি কয়।
 
তাওৰাত [[ইহুদি|ইহুদিসকলৰ]] ধৰ্মীয় ৰীতিনীতিৰ মূল আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ দলিল। এইটো এটা [[হিব্ৰু]] শব্দ, যাৰ অৰ্থ "শিক্ষা"। তাওৰাত মূলত সিহঁতৰ ধৰ্মগ্ৰন্থ [[তানাখ]]ৰ প্ৰথম অংশক বুজালেও, সাৰ্বিকভাবে তোৰাহ বুলিলে ইহুদিসকলৰ লিখিত আৰু মৌখিক শিক্ষা, যেনেকৈ - [[মিশ্বনাহ]], [[তালমুদ]], [[মিদ্ৰাশ্ব]], ইত্যাদি ধৰ্মীয় অনুশাসনমূলক গ্ৰন্থক একেলগে ইঙ্গিত কৰে।
"https://as.wikipedia.org/wiki/তাওৰাত"ৰ পৰা অনা হৈছে