উৎপাদক বিশ্লেষণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা
 
No edit summary
1 নং শাৰী:
'''উৎপাদক'''(Factor), গণিতৰ জগতখনত এটা অখণ্ড সংখ্যা '''x'''-ক আন এটা অখণ্ড সংখ্যা '''y'''-ৰ উৎপাদক বুলি কোৱা হয় যদিহে '''x''' সংখ্যাটোৰে '''y'''-ক কোনো ভাগশেষ নথকাকৈ হৰণ কৰিব পাৰি বা, '''x'''-ৰ লগত আন কোনো এটা সংখ্যা পূৰণ কৰিলে '''y''' পোৱা যায়।
 
যেনেঃ ৮-ৰ এটা উৎপাদক হ'ল ৪, কাৰণ ৮-ক ৪-ৰে হৰণ কৰিলে ভাগফল ২ পোৱা যায় আৰু ভাগফলভাগশেষ- ০(শূণ্য)। বা ৪-ৰ লগত ২পূৰণ কৰিলে ৮-সংখ্যাটো পোৱা যায়। উদাহৰণ স্বৰূপে এটা সংখ্যা ৩৬ৰ উৎপাদক সমূহ হ'ল- ১, ২, ৩, ৪, ৬, ৯, ১২, ১৮ আৰু ৩৬। আমি তলত দিয়া ধৰণে উৎপাদক সমূহ নিৰ্ণয় কৰিব পাৰোঁ-
 
১×৩৬=৩৬