ৰেখা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

সংযোগ
সংযোজন
9 নং শাৰী:
[[চিত্ৰ:Segment_definition.svg|right|thumb|250x250px|The geometric definition of a closed line segment: the [[Intersection (Euclidean geometry)|intersection]] of all points at or to the right of ''A'' with all points at or to the left of ''B'']]
[[চিত্ৰ:Fotothek_df_tg_0003359_Geometrie_^_Konstruktion_^_Strecke_^_Messinstrument.jpg|thumb|historical image – create a line segment (1699)]]
ৰেখাখণ্ড হৈছে এডাল ৰেখাৰ এটা খণ্ড বা অংশ। ৰেখা এডালত থকা যিকোনো দুটা বিন্দুৰ মাজৰ দূৰত্বকেই ৰেখা খণ্ড বুলিব পাৰি। অৰ্থাৎ ৰেখাখণ্ড এডাল দুটা প্ৰান্ত বিন্দুত সীমিত হৈ থাকে। সেয়ে ৰেখা খণ্ড এডালৰ দৈঘ্যৰ মাপ নিৰ্ণয় সম্ভৱ। উদাহৰণ স্বৰূপে ত্ৰিভূজ, বৰ্গ, আয়ত আদিৰ বাহুবোৰ একো একোডাল ৰেখাখণ্ড। আকৌ এটা বৃত্তৰ ক্ষেত্ৰত বৃত্তৰ ব্যাস, ব্যাসাৰ্ধ, জ্যা আদিবোৰ হৈছে একো একোডাল ৰেখাখণ্ড।[[File:FuncionLineal01.svg|290px|thumb|Three lines — the red and blue lines have the same slope, while the red and green ones have same y-intercept.]]
 
== ৰশ্মি ==
ৰশ্মি হৈছে এডাল এ ৰেখাৰ এটা অংশ। ৰশ্মিৰ এটা প্ৰান্ত বিন্দু থাকে আৰু ইয়াৰ আনটো মূৰ অসীমলৈ বিস্তৃত। ৰেখাৰ দৰে ৰশ্মিৰ মান নিৰ্ণয় সম্ভৱ নহয়। এডাল ৰেখাৰ যিকোনো এটা বিন্দুৰ পৰা আৰম্ভ হৈ দুয়ো মূৰে দুডাল বিপৰীতমুখী ৰশ্মিয়ে গতি কৰে।
[[চিত্ৰ:Ray_(A,_B,_C).svg|center|500x500px|Ray]]
[[File:FuncionLineal01.svg|290px|thumb|Three lines — the red and blue lines have the same slope, while the red and green ones have same y-intercept.]]
 
{{Geometry stub}}
"https://as.wikipedia.org/wiki/ৰেখা"ৰ পৰা অনা হৈছে