ৱিকিপিডিয়া:ভিজুৱেল এডিটৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

উত্তৰ-পূবৰ সংবাদ ক্ষেত্ৰৰে জড়িত এক উল্লেখযোগ্য নাম জয়ন্ত বৰুৱা। ছপা মাধ্যম, ইলেক্ট্ৰনিক মাধ্যম, সাপ্তাহিক কাকত, সাহিত্য আলোচনী, নাৰী বিষয়ক আলোচনীৰ পৰা আৰম্ভ কৰি অসমৰ বাতৰি কাকতৰ প্ৰথমটো ডিজিটেল সংস্কৰণৰ লৈকে এটা সংবাদ গোষ্ঠীয়ে নিষ্ঠা আৰু দায়িত্বসহকাৰে সম্ভৱ কৰি তুলিছে কেৱল এই গৰাকী বিশেষ ব্যক্তিৰ বাবে। সাদিন-প্ৰতিদিন গোষ্ঠী উত্তৰ-পূবৰ আটাইতকৈ সুপ্ৰতিষ্ঠিত আৰু প্ৰভাৱশালী সংবাদ গোষ্ঠী। ১৯৮৯চনত প্ৰথম সাপ্তাহিক কাকত ‘সাদিন’ৰে সংবাদমাধ্যমৰ সৈতে জড়িত হৈ পৰিছিল জয়ন্ত বৰুৱা। তেওঁৰ ককা আছিল বিশ...
ASSAM 111 (আলোচনা)-ই কৰা 197960 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
1 নং শাৰী:
[[File:VisualEditor-logo.svg|right|300px]]
জয়ন্ত বৰুৱা
'''ভিজুৱেল এডিটৰ''' (VisualEditor)-লৈ আদৰণি জনাইছোঁ। ই [[ৱিকিমিডিয়া ফাউণ্ডেছন]]ৰ দ্বাৰা বিকশিত ৱিকিপিডিয়াত সম্পাদনা কৰা এক নতুন পদ্ধতি। বৰ্তমান ৱিকিপিডিয়াত একেবাৰে সৰু কিবা সম্পাদনা কৰিবলৈকো ব্যক্তি এজনে ৱিকিসংকেত (wikimarkup) শিকাৰ আৱশ্যক যি কিছু পৰিমাণে জটিল। ২০০১ চনত ই গ্ৰহণযোগ্য আছিল; ২০১৩ চনত ই অৱদানকাৰীক ভীতিগ্ৰস্ত কৰি [[:en:Wikipedia:VisualEditor/Why|আঁতৰাই পঠিয়াইছে]]। ভিজুৱেল এডিটৰৰ সহায়ত মানুহে ৱিকিসংকেত নিশিকাকৈয়ে সম্পাদনা কৰিব পাৰিব আৰু ই মানুহক ৱিকিপিডিয়ালৈ অধিক অৱদান আগবঢ়াবলৈ উৎসাহিত কৰিব বুলি ভবা হৈছে।
উত্তৰ-পূবৰ সংবাদ ক্ষেত্ৰৰে জড়িত এক উল্লেখযোগ্য নাম জয়ন্ত বৰুৱা। ছপা মাধ্যম, ইলেক্ট্ৰনিক মাধ্যম, সাপ্তাহিক কাকত, সাহিত্য আলোচনী, নাৰী বিষয়ক আলোচনীৰ পৰা আৰম্ভ কৰি অসমৰ বাতৰি কাকতৰ প্ৰথমটো ডিজিটেল সংস্কৰণৰ লৈকে এটা সংবাদ গোষ্ঠীয়ে নিষ্ঠা আৰু দায়িত্বসহকাৰে সম্ভৱ কৰি তুলিছে কেৱল এই গৰাকী বিশেষ ব্যক্তিৰ বাবে।
সাদিন-প্ৰতিদিন গোষ্ঠী উত্তৰ-পূবৰ আটাইতকৈ সুপ্ৰতিষ্ঠিত আৰু প্ৰভাৱশালী সংবাদ গোষ্ঠী। ১৯৮৯চনত প্ৰথম সাপ্তাহিক কাকত ‘সাদিন’ৰে সংবাদমাধ্যমৰ সৈতে জড়িত হৈ পৰিছিল জয়ন্ত বৰুৱা। তেওঁৰ ককা আছিল বিশিষ্ট সাহিত্যিক তথা অসমৰ প্ৰথমখন অভিধান ‘হেমকোষ’ৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱা। তেওঁৰে সুযোগ্য পুত্ৰ দেৱানন্দ বৰুৱাৰ পুত্ৰ হ’ল জয়ন্ত বৰুৱা।
এই অসমৰ বিখ্যাত আৰু সুপ্ৰতিষ্ঠিত পৰিয়ালটোত জন্মগ্ৰহণ কৰা জয়ন্ত বৰুৱা আছিল ডেকা কালত অসম আন্দোলনেৰে জড়িত। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সৈতে জড়িত জয়ন্ত বৰুৱাই পৰৱৰ্তী সময়ত ছপা মাধ্যমৰ ব্যৱসায়ত মনোনিবেশ কৰে। চাকৰিৰ পৰা অব্যাহতি লৈ পিতৃ দেৱানন্দ বৰুৱাই হেমকোষৰ বৰ্ধিত সংস্কৰণৰ কামত আত্মনিয়োগ কৰাৰ সময়ত পুত্ৰ জয়ন্ত বৰুৱাই তেওঁক হেমকোষ প্ৰিন্টাৰ্ছৰ কাম-কাজ চোৱাত সহায় কৰিছিল।
পিতৃ দেৱানন্দ বৰুৱাৰ পৰামৰ্শ অনুসৰিয়েই সংবাদ ক্ষেত্ৰখনত ভৰি থৈ অসমৰ এখন উল্লেখযোগ্য সাপ্তাহিক কাকত ৰূপে ‘সাদিন’ক প্ৰতিষ্ঠিত কৰাৰ ক্ষেত্ৰত জয়ন্ত বৰুৱাৰ অৱদান আছিল আটাইতকৈ বেছি। তিলক হাজৰিকাক মুখ্য সম্পাদকৰূপে লৈ এই যাত্ৰা আৰম্ভ কৰিছিল। এমাহৰ ভিতৰতে এই কাকতৰ প্ৰচলনৰ সংখ্যাই এক লাখৰ ঘৰ অতিক্ৰম কৰিছিল।
তাৰপাছত ১৯৯৫চনৰ ৩ মাৰ্চত দৈনিক কাকত প্ৰকাশৰ সিদ্ধান্ত লৈ জয়ন্ত বৰুৱাই অসমৰ সংবাদ জগতত সংযোজন ঘটাই ‘অসমীয়া প্ৰতিদিন’ কাকতখন। সেই সময়ত এই কাকতখনত যোগ দিয়েহি বিশিষ্ট আৰু নিৰ্ভিক সাংবাদিক পৰাগ কুমাৰ দাসে। তাৰপাছৰেই পৰা অসম আৰু অসমীয়াৰ কণ্ঠত পৰিণত হৈছিল এই কাকতখন।
জাতীয়তাবাদী চিন্তা-চৰ্চাৰে আগবাঢ়ি যোৱা জয়ন্ত বৰুৱাই জাতীয় সমস্যাক লৈ কোনোদিনে আপোচ কৰা নাছিল। জাতিৰ সংকটৰ সময়ত তেওঁ এই কাকতখনৰ জৰিয়তে এক মঞ্চ তৈয়াৰ কৰি জাতিটোৰ বাবে এই সংবাদ গোষ্ঠীৰ জৰিয়তে তেওঁ জাতীয় সত্বাক শক্তিশালী ৰূপত গঢ়ি তুলিছিল।
সন্মুখলৈ নাহিলেও জাতীয় চেতনাৰ প্ৰতি থকা তেওঁৰ তীব্ৰ টান প্ৰতিফলিত হৈছিল ‘অসমীয়া প্ৰতিদিন’ত। পৰৱৰ্তী সময়ত তেওঁ এই সংবাদ গোষ্ঠীৰ পৰাই মহিলা বিষয়ক আলোচনী ‘নন্দিনী’ প্ৰকাশ কৰে। এইখন এনে এখন আলোচনী য’ত শেহতীয়া ফেশ্বন ডিজাইনৰ পৰা নাৰী বিষয়ক গুৰুত্বপূৰ্ণ বিষয়বোৰ সামৰি লয়।
একেদৰে অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি থকা দায়ৱদ্ধতাৰ বাবেই জয়ন্ত বৰুৱাই সাদিন-প্ৰতিদিন গোষ্ঠীৰ পৰা প্ৰকাশ কৰি উলিয়াই ‘সাতসৰী’ৰ দৰে সাহিত্য বিষয়ক আলোচনী। ব্যৱসায়িক লাভালাভৰ কথা চিন্তা নকৰি, ভাষা-সংস্কৃতি চৰ্চাৰ বাবে তৰুণ প্ৰজন্মই যাতে এক উচ্চমান সম্পন্ন প্লেটফৰ্ম লাভ কৰে, তাৰ বাবেই সাদিন-প্ৰতিদিন গোষ্ঠীয়ে প্ৰকাশ কৰিছিল এই সাহিত্য আলোচনীখন।
সাহিত্য, সংস্কৃতি আৰু জাতীয় জীৱনক অগ্ৰাধিকাৰ দি একেই নিষ্ঠাৰে পৰৱৰ্তী সময়ত জয়ন্ত বৰুৱাই ইলেকন্ট্ৰনিক সংবাদমাধ্যমৰ ক্ষেত্ৰখনতো ভৰি থয়। অসমৰ অন্যতম সু-ৰুচিপূৰ্ণ বাতৰি চেনেলৰূপে ৰাষ্ট্ৰীয় পৰ্যায়তো স্বীকৃতি লাভ কৰা ‘প্ৰতিদিন টাইম’ তেওঁৰেই চিন্তাৰ ফচল।
একেদৰে ৰাষ্ট্ৰীয় আন সংবাদ মাধ্যমসমূহে সংবাদমাধ্যমৰ ধাৰাৰ প্ৰতি লক্ষ্য ৰাখি ডিজিটেল সংস্কৰণত মনোনিবেশ কৰে। সেই চিন্তা আৰু পৰিকল্পিত দূৰদৰ্শী সিদ্ধান্তৰে জয়ন্ত বৰুৱাই উত্তৰ-পূবৰ ভিতৰত সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত ‘অসমীয়া প্ৰতিদিন’ৰো ডিজিটেল সংস্কৰণৰো ব্যৱস্থা কৰে। এই দিশত অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণ উত্তৰ-পূবৰ বাতৰি কাকতসমূহৰ বাবে বাটকটীয়া।
সংবাদমাধ্যমৰ প্ৰায়বোৰ ক্ষেত্ৰতে সফলতাৰে আগবাঢ়ি যোৱা জয়ন্ত বৰুৱা এজন সমাজমুখী ব্যক্তি। তেওঁৰ জন্ম হৈছিল ১৯৫৮চনৰ ৯ আগষ্টত। বাণিজ্য বিষয়ত স্নাতক ডিগ্ৰীধাৰী জয়ন্ত বৰুৱাই কেৱল সংবাদ মাধ্যমৰে জড়িত হৈ সমাজ, সংস্কৃতিৰ প্ৰতি সচেতনতাৰে দায়িত্ব পালন কৰাৰ বাবেই তেওঁক ২০১৭চনত প্ৰদান কৰা হৈছিল ‘বীৰ লাচিত’ সন্মান।
তেওঁৰ উল্লেখযোগ্য অৱদান সমূহ-
১) পিতৃ দেৱানন্দ বৰুৱাই সম্পাদনা কৰা হেমকোষৰ বৰ্ধিত সংস্কৰণ প্ৰকাশ আৰু হেমচন্দ্ৰ বৰুৱা জাতীয় ন্যাস গঠন।
২) হেমচন্দ্ৰ বৰুৱাৰ নামত বঁটা প্ৰৱৰ্তন। ৰাজ্যৰ এগৰাকী বিশিষ্ট সাহিত্যিক, ভাষাবিদক দুবছৰৰ মূৰে মূৰে প্ৰদান কৰা এই বঁটাত আছে নগদ ২ লাখ।
৩) হেমচন্দ্ৰ বৰুৱাৰ নামত মহানগৰীত হেমচন্দ্ৰ বিদ্যা মন্দিৰ (উচ্চ মাধ্যমিক) বিদ্যালয়লৈ নিয়মীয়া বিত্তীয় সাহায্য।
৪) ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি আৰু উদ্যান গুৱাহাটী বিশ্ববিদ্যালয়ত স্থাপন।
৫) অসম সাহিত্য সভা জাতীয় ন্যাসৰ আহ্বায়কৰূপে ১ কোটি টকা ন্যাস পুঁজি সংগ্ৰহ।
৬) অসম সাহিত্য সভাই প্ৰদান কৰা ইতিহাস খণ্ড বিশ্বকোষ বিনামূলীয়াকৈ প্ৰকাশ কৰি অতি কম মূল্যত ইয়াক উপলব্ধ কৰিছিল জয়ন্ত বৰুৱাই।
৭) বানপানী, প্ৰাকৃতিক দুৰ্যোগ, গোষ্ঠীগত সংঘৰ্ষৰ সময়ত আৰ্তজনলৈ সাদিন-প্ৰতিদিন গোষ্ঠীৰ জৰিয়তে সহায়ৰ হাত আগবঢ়াই আহিছে জয়ন্ত বৰুৱাই।
৮) বিভিন্ন মঠ, মন্দিৰ, সত্ৰৰ সৈতে জড়িত হৈ সাংস্কৃতিক দিশত তেওঁ আগবঢ়াইছে যথেষ্ট অৱদান।
৯) গোলাঘাট নগৰত হেমচন্দ্ৰ বৰুৱাৰ পূৰ্ণ অৱয়ব ব্ৰঞ্জৰ প্ৰতিমূৰ্তি আৰু উদ্যান স্থাপন।
১০) সাদিন-প্ৰতিদিন গোষ্ঠীৰ জৰিয়তে কেইবা শতাধিক লোকক আত্ম সংস্থাপন।
১১) জাতীয় সংকটৰ সময়ত সাদিন-প্ৰতিদিন গোষ্ঠীৰ জৰিয়তে ৰাজ্যবাসীৰ সন্মুখত থিয় দিয়াৰ লগতে এই সংবাদ মাধ্যমৰ দ্বাৰাই জনমত গঠন।
১২) জাতি-জনগোষ্ঠীৰ ভাষা-সংস্কৃতি বিকাশৰ বাবে এই সংবাদ প্ৰতিষ্ঠানৰ জৰিয়তে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন।
১৩) অসম নাট্য সন্মিলনৰ ইতিহাসক লৈ ৰচিত গ্ৰন্থ প্ৰকাশৰ দায়িত্ব গ্ৰহণ।
১৪) তেওঁৰ দ্বাৰা পৰিচালিত সাদিন-প্ৰতিদিন গোষ্ঠীয়ে প্ৰৱৰ্তন কৰে সাদিন-প্ৰতিদন এছিভাৰ্ছ এৱাৰ্ড।
 
==ভিজুৱেল এডিটৰৰ বিষয়ে==
থোৰতে জয়ন্ত বৰুৱাঃ
ভিজুৱেল এডিটৰ ৱিকিপিডিয়াত সম্পাদনা কৰা এক নতুন "দৃশ্যগত" পদ্ধতি আৰি ইয়াৰ সহায়ত ৱিকিসংকেত নিশিকাকৈয়ে বৰঙণি আগবঢ়াব পাৰি। ইংৰাজী ৱিকিপিডিয়াত ই বৈকল্পিক পদ্ধতি হিচাপে ডিচেম্বৰ ২০১২ৰ পৰা, [https://blog.wikimedia.org/2013/04/25/visualeditor-alpha-in-15-languages/ ১৬টা আন ভাষাত এপ্ৰিল ২০১৩ৰ পৰা], আৰু [https://blog.wikimedia.org/2013/06/06/preparing-for-visualeditor-on-all-wikipedias/ আন প্ৰায় সকলো ভাষাত] জুনৰ প্ৰথমভাগৰ পৰা উপলব্ধ হৈছে। ১ জুলাইত ইংৰাজী ৱিকিপিডিয়াৰ পৰা আৰম্ভ কৰি জুলাইৰ শেষলৈকে প্ৰায় সকলো ৱিকিপিডিয়াত ইয়াক ডিফল্ট পদ্ধতি হিচাপে মুকলি কৰাৰ কথা ভবা হৈছে।
জন্মঃ ৯ আগষ্ট, ১৯৫৯
 
জন্মস্থানঃ যোৰহাট
ভিজুৱেল এডিটৰ ব্যৱহাৰ কৰিব খুজিলে [[:en:Wikipedia:VisualEditor/User guide|এই নিৰ্দেশিকা]] (ইং) পঢ়িব পাৰে, আৰু কেইটামান [[:en:Wikipedia:VisualEditor/Keyboard shortcuts|কীব'ৰ্ড চমুপথ]] শিকি ল'ব পাৰে। ভিজুৱেল এডিটৰ পৰীক্ষা কৰি চাই যিকোনো অসুবিধা পালে সেয়া [[ৱিকিপিডিয়া বাৰ্তা:VisualEditor|আলোচনা পৃষ্ঠাত]] লিখি থওক।
পিতৃঃ দেৱানন্দ বৰুৱা
 
মাতৃঃ কল্পনা বৰুৱা
*[[:mw:VisualEditor/Portal|Portal]], mediawiki.org
শিক্ষাঃ বি এছ চি
[[শ্ৰেণী:ৱিকিপিডিয়া সঁজুলি]]
কৰ্মক্ষেত্ৰঃ প্ৰথম অসম আন্দোলনেৰে জড়িত হোৱাৰ পাছত ছপা ব্যৱসায়ত হাত দিছিল জয়ন্ত বৰুৱাই। তাৰ পাছত হেমকোষ প্ৰিন্টাৰ্ছৰ পৰা হেমচন্দ্ৰ বৰুৱাৰ বহু কেইখন বিলুপ্তপ্ৰায় গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছিল।
১৯৮৯ চনঃ সাপ্তাহিক সাদিন কাকত প্ৰকাশ। এই কাকতৰ মুখ্য সম্পাদক আছিল তিলক হাজৰিকা। অসমৰ সংবাদ জগতত এই কাকতে আলোড়নৰ সৃষ্টি কৰিছিল।
১৯৯৫ চনঃ অসমীয়া প্ৰতিদিন দৈনিক কাকতখন প্ৰকাশ কৰে জয়ন্ত বৰুৱাই। যিখন কাকতে বিগত ২৫ বছৰ একেৰাহে অসমৰ সৰ্বাধিক প্ৰভাৱশালী আৰু জনপ্ৰিয় কাকত হিচাপে পৰিগণিত হৈ আহিছে।
১ আগষ্ট, ২০০০ চনঃ সাদিন-প্ৰতিদিন গোষ্ঠীৰ পৰা প্ৰকাশ কৰা হয় উত্তৰ পূবৰ মহিলা বিষয়ক সৰ্বাধিক জনপ্ৰিয় আৰু সৰ্বাধিক প্ৰচলিত নাৰী বিষয়ক আলোচনী নন্দিনী।
১ আগষ্ট, ২০০৫ চনঃ সাহিত্য বিষয়ক আলোচনী সাতসৰী প্ৰকাশ কৰে সাদিন-প্ৰতিদিন গোষ্ঠীৰ পৰা। ২০০৫ চনৰ আগষ্টৰ পৰা প্ৰথমে পষেকীয়াৰূপে এই আলোচনীখন প্ৰকাশ পাইছিল যদিও পৰৱৰ্তী সময়ত মাহেকীয়া কৰা হয়।
১ এপ্ৰিল, ২০১০ চনঃ সাদিন-প্ৰতিদিন গোষ্ঠীয়ে আৰম্ভ কৰে বৈদ্যুতিন সংবাদ মাধ্যম প্ৰতিদিন টাইম।
২০১৮ চনঃ অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণ প্ৰকাশ। উত্তৰ পূবৰ দৈনিক কাকতৰ প্ৰথমটো ডিজিটেল সংস্কৰণ আছিল এয়া।
বঁটা আৰু সন্মানঃ
*২০১৭ চনত মহাবীৰ লাচিত বৰফুকন বঁটা।
*‘Outstanding Contribution of Vernacular Daily(ILNA) 2008 – award’- এই সন্মান প্ৰদান কৰে তদানীন্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙে।
*মহেন্দ্ৰ নাৰায়ণ চৌধুৰী সোৱৰণী বঁটা।
*সাংস্কৃতিক মহাসভাৰ সংবাদ সূৰ্য উপাধি প্ৰদান।
*২০০৮ চনত অসমীয়া প্ৰতিদিনৰ লিমকা বুকছৰ অভিলেখত সৰ্বাধিক প্ৰচলিত বাতৰিৰূপে স্থান লাভ।