ইতিহাস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
SlowPhoton (আলোচনা | বৰঙণি) অNo edit summary |
Bishnu Saikia (আলোচনা | বৰঙণি) Translation not done for a long time, tag removed টেগ্: ২০১৭ উৎস সম্পাদনা |
||
1 নং শাৰী:
{{expand article}}
{{redirect|ইতিহাস|ভবেন্দ্ৰ নাথ শইকীয়াৰ ছবি|ইতিহাস (১৯৯৫ চলচ্চিত্ৰ)}}
{{Distinguish|বুৰঞ্জী}}
12 নং শাৰী:
পশ্চিমীয়া সংস্কৃতিত খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাৰ গ্ৰীক বুৰঞ্জীবিদ [[হিৰ'ড'টাছ]]ক "বুৰঞ্জীৰ জনক" বুলি অভিহিত কৰা হয়। তেওঁ সমসাময়িক [[থুচিডাইডিছ]]ৰ সৈতে বুৰঞ্জীৰ আধুনিক অধ্যয়নৰ ভেঁটি গঢ়ি তুলিছিল। বিশ্বৰ আন ঠাইৰ বুৰঞ্জীমূলক পৰম্পৰাসমূহ আৰু তেওঁলোকৰ প্ৰভাৱ বুৰঞ্জীৰ প্ৰকৃতিৰ বিভিন্ন ব্যাখ্যাত সাঙোৰ খাই আছে আৰু সেইবোৰ সদায় সলনি হৈ আছে। বুৰঞ্জীৰ আধুনিক অধ্যয়নৰ বিভিন্ন ভাগ আছে; যেনে- কোনো নিৰ্দিষ্ট অঞ্চলক গুৰুত্ব দিয়া অধ্যয়ন, কোনো নিৰ্দিষ্ট বিষয় প্ৰসঙ্গ বিচাৰ কৰা অধ্যয়ন আদি। প্ৰাথমিক অৰু মাধ্যমিক শিক্ষাৰ অংশ হিচাপে বিদ্যালয়সমূহত বুৰঞ্জী পঢ়োৱা হয় আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত ইয়াক এটা মূল বিষয়ৰূপে বিবেচনা কৰা হয়।
== টোকা ==
|