বিক্ৰম সাৰাভাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বানান শুধৰণি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
26 নং শাৰী:
 
==ব্যক্তিগত জীৱন==
বিক্ৰম সাৰাভাই ভাৰতৰ বিখ্যাত সাৰাভাই পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ অম্বালাল সাৰাভাই ভাৰতৰ স্বাধীনতা আন্দোলনত এজন সক্ৰিয় অংশগ্ৰহণ কৰা এজন বিখ্যাত উদ্যোগপতি আছিল। তেওঁ ১৯৪২ চনত শাস্ত্ৰীয় নৃত্য বিশাৰদ [[মৃণালিনী সাৰাভাই]]ৰ লগত বিবাহ পাশত আবদ্ধ হয়। তেওঁলোকৰ দুজন সন্তানসন্তানৰ আছে।ভিতৰত তেওঁৰ জীয়েকজীয়ৰী [[মল্লিকা সাৰাভাই]] এগৰাকী প্ৰতিষ্ঠিত নায়িকা আৰু আৰু পুত্ৰ [[কাৰ্তিকেয় সাৰাভাই]] এজন বিজ্ঞানী।<ref name=famouspeople>{{cite web|title=Famous people, Vikram Sarabhai|url=http://www.thefamouspeople.com/profiles/vikram-sarabhai-5293.php#mEwgWkBQ6yRGZHkx.99|publisher=thefamouspeople|accessdate=22 July 2015}}</ref> তেওঁ জৈন ধৰ্মৰ অনুগামী। তেওঁ আহমেদাবাদৰ শ্ৰীমল জৈন সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত।<ref>{{cite web|title=Jains steal the show with 7 Padmas|url=http://timesofindia.indiatimes.com/india/Jains-steal-the-show-with-7-Padmas/articleshow/46856659.cms|website=The times of India|accessdate=9 December 2015|publisher=[[Times of India]]|date=April 9, 2015|quote=The Jain community has always nurtured exceptional talent whether it is eminent scientist Vikram Sarabhai, who is considered the father of the country's space programme, or poet, thinker and spiritual leader Banarsidas who composed the magnum opus Ardhakathanaka, the first ever autobiography in Hindi literature.}}</ref>
 
==কৰ্মজীৱন==
36 নং শাৰী:
ভাৰতীয় আণৱিক বিজ্ঞানৰ পিতৃ, হোমি জাহাংগীৰ ভাৱায়ে সাৰাভাইক ভাৰতৰ প্ৰথম ৰকেট উৎক্ষেপণ ষ্টেচন স্থাপন কৰিবলৈ সহায় কৰিছিল। এই কেন্দ্ৰ তিৰুঅনন্তপুৰমৰ ওচৰৰ [[আৰৱ সাগৰ]]ৰ পাৰৰ থুম্বা নামে ঠাইত স্থাপন কৰা হৈছিল। ইয়াৰ ফলশ্ৰুতিতে ১৯৭৫ চনত ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ আৰ্যভট্ট ৰুছীয়াৰ পৰা কক্ষপথত স্থাপন কৰা হয়।
 
তেওঁ অপাৰেচনছ ৰিচাৰ্ছ গ্ৰুপ নামে দেশৰ প্ৰথম বজাৰ গৱেষণা সংস্থাৰ জন্ম দিয়ে। তেওঁ কেইবাখনো প্ৰতিস্থান যেনে নেহৰু ফাউণ্ডেচন ফৰ ডেভেলপমেণ্ট, ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, আহমেদাবাদ, আহমেদাবাদ টেক্সটাইল ইণ্ডাষ্ট্ৰী ৰিচাৰ্ছ এছোচিয়েচন আৰু পৰিৱেশ আঁচনি প্ৰস্তুতকৰোঁপ্ৰস্তুতকর্তা আৰু প্ৰযুক্তি কেন্দ্ৰৰ লগত জড়িত আছিল। তেওঁ অন্ধ ব্যক্তিৰ সহায়ৰূ বাবে অন্ধ ব্যক্তিৰ সংস্থা স্থাপন কৰিছিল। তেওঁৰ পত্নী মৃণালিনী সাৰাভাইৰ লগত তেওঁ দৰ্পনা এডাডেমী অফ পাৰফৰ্মিং আৰ্টছ প্ৰতিষ্ঠা কৰে। তেওঁ প্ৰতিষ্ঠা কৰা আন আন প্ৰতিস্থান সমূহ হল, কালাপক্কমৰ ফাষ্টাৰ ব্ৰিডিং টেষ্ট ৰিয়েক্টৰ, কলকাতাৰ পৰিৱৰ্তনশীল শক্তি চাইক্লত্ৰন প্ৰকল্প, হায়দৰাবাদৰ ইলেক্ট্ৰনিক্স কঅপাৰেচন অফ ইণ্ডিয়া লিমিটেড (ECIL) আৰু ঝাৰখণ্ডৰ ইউৰেনিয়াম কঅপাৰেচন অফ ইণ্ডিয়া লিমিটেড (UCIL)।
 
==উল্লেখযোগ্য পদবী==