২৬ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
'''২৬ আগষ্ট'''{{আজিৰ দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ২৩৯ তম ([[অধিবৰ্ষ]]ত ২৪০ তম) [[দিন]]। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১২৭ টা দিন বাকী থাকে। |26|8|238}} এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
 
==জন্ম==
# ১৭৪৩ চনৰ আজিৰ দিনটোতে জন্ম হয় ফৰাছী বিজ্ঞানী [[এণ্টনী ল’ৰেণ্ট লেভ’ইছিয়েৰ]]ৰ ৷ৰ। তেওঁ আধুনিৰ ৰসায়ন শাস্ত্ৰৰ বাটকটীয়া আছিল।
# ১৯১০ চনৰ এই দিনতেই 'মিছনেৰীজ অফ চেৰিটি'ৰ প্ৰতিষ্ঠাতা তথা ভাৰতৰত্ন সন্মানেৰে বিভূষিত [[মাদাৰ টেৰেছা]]ৰ যুগোশ্লাভিয়াৰ আদ্ৰিয়াটিক সাগৰৰ পাৰত স্কোপজে চহৰত জন্ম হৈছিল ৷হৈছিল।
# ১৯৫৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাজনীতিবিদ তথা পশু অধিকাৰ কৰ্মী তথা পৰিৱেশবিদ [[মানেকা গান্ধী]]ৰ জন্ম হয় ।হয়।
 
==মৃত্যু==
11 নং শাৰী:
==অনান্য==
# ১৩০৩ চনৰ আজিৰ দিনটোতে [[আলাউদ্দিন খিলিজী]]য়ে চিতোৰ দুৰ্গ দখল কৰে।
# ইংলেণ্ডত প্ৰথমবাৰৰ বাবে [[জুলিয়াছ ছিজাৰ]]-এ পদাৰ্পন কৰিছিল আজিৰ দিনটোতে (খ্ৰীঃ পূঃ ৫৫)
# ২০০২ চনৰ আজিৰ দিনটোতে প্ৰচাৰ ভাৰতীত থলুৱা যুৱকক নিযুক্তিৰ ক্ষেত্ৰত প্ৰৱঞ্চনাৰ অভিযোগত [[গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ]]ত বিক্ষোভৰ সৃষ্টি হয় ।হয়। এই বিক্ষোভৰ ফলত প্ৰায় পোন্ধৰ লাখ টকাৰ ক্ষতি সাধন হয়।
# ১৯০৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ লো-তীখা কোম্পানী ‘[[টাটা আইৰন এণ্ড ষ্টীল কোম্পানী]]’ পঞ্জীয়নভুক্ত হয় ।হয়।
# ১৯৪৩ চনৰ আজিৰ দিনটোতে আনুষ্ঠানিকভাৱে [[আজাদ হিন্দ ফৌজ]]ৰ জন্ম হয় ।হয়।
 
==দিৱস==
# আজি সাহিত্যিক [[গুণাভিৰাম বৰুৱা]]ৰ স্মৃতি দিৱস ৷দিৱস।
 
== বাহ্যিক সংযোগ ==
"https://as.wikipedia.org/wiki/২৬_আগষ্ট"ৰ পৰা অনা হৈছে