বুৰঞ্জী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎আৰম্ভণি: শুদ্ধ কৰি দিয়া হৈছে,
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
RE
1 নং শাৰী:
{{Distinguish|ইতিহাস}}
[[File:Buranji.png|thumb|Buranji]]
'''বুৰঞ্জী''' বা '''বুৰণ -জি''' ([[আহোম ভাষা]] অৰ্থ হৈছে প্ৰাচীন সাহিত্যৰ ভঁৰাল, বুৰণ মানে প্ৰাচীন জী মানে ভঁৰাল,[[ইংৰাজী ভাষা]]:Buranji){{sfn|Hartman|2011|p=227|ps=: "The Tai-Ahom term ''buran'' is cognate with the Standard Thai word ''boran'' (ancient). Buranji, then, are ''ancient writings''."}} হৈছে ইতিহাসৰ একপ্ৰকাৰৰ কালক্ৰমিক লিখিত বিৱৰণ।বুৰঞ্জী শব্দটোৰ মূল টাই-চীন [[আহোম ভাষা]]।বুৰণ মানে প্ৰাচীন জী মানে ভঁৰাল।{{sfn|Hartman|2011|p=227|ps=: "The Tai-Ahom term ''buran'' is cognate with the Standard Thai word ''boran'' (ancient). Buranji, then, are ''ancient writings''."}} ৰাজকীয় বুৰঞ্জী সমূহ টাই আহোম ভাষাত লিপিবদ্ধ আছিল আৰু পৰৱৰ্ত্তী পৰ্যায়ত আহোম ম'-লৌঙ সকলেও বুৰঞ্জী লিখিছিল , যদিও আধুনিক যুগত কিছু সম্পাদিত আৰু প্ৰকাশিত কিতাপৰ পাছত বুৰঞ্জী শব্দটো ব্যৱহাৰ কৰা হয় কিন্তু সেয়া আধুনিক বুৰঞ্জীহে ৰাজকীয় সাঁচিপতিয়া বুৰঞ্জী নহয়<ref name="LILA">{{cite book | title=টাই সংস্কৃতিৰ ৰূপৰেখা | publisher=বনলতা | author=লীলা গগৈ | authorlink=লীলা গগৈ | year=১৯৯৪ | pages=৫৬ | isbn=81-7339-079-7}}</ref> ।<ref>Goswami, Golockchandra (1982), ''Structure of Assamese'', Page 11, Western Assamese dialect, the sole medium of all ancient Assamese literature including the buranjis written in the Ahom court</ref><ref>{{harv|Goswami|2007|p=436}}</ref>।বুৰঞ্জী লিখাৰ প্ৰক্ৰিয়া চাওলুং চুকাফাই আৰম্ভ কৰিছিল। সেই সময়ত এনেধৰণৰ বুৰঞ্জী লিখা প্ৰথা সেইসময়ত বিৰল আছিল আৰু লগতে টাই আহোমৰ উপৰিও আন বহুতো জাতি জনগোষ্ঠীৰ অতীতৰ বিষয়ে বিশ্বাসযোগ্য তথ্যৰ উৎস হিচাপে বৰ্তমান সময়ত পৰিগণিত হৈছে।
 
==আৰম্ভণি ==
"https://as.wikipedia.org/wiki/বুৰঞ্জী"ৰ পৰা অনা হৈছে