কোণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা
টেগ্‌: ২০১৭ উৎস সম্পাদনা
 
No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
2 নং শাৰী:
'''কোণ''', ([[ইংৰাজী]]Angles) দুডাল সৰলৰেখাই এটা বিন্দুত উৎপন্ন কৰা চুক। বা এটা সাধাৰণ বিন্দুৰ পৰা যাত্ৰা কৰা দুডাল [[ৰশ্মি]]য়ে উক্ত বিন্দুত যি এটা চুকৰ সৃষ্টি কৰে তাকে কোণ বোলে। ইয়াত ৰশ্মি বা [[ৰেখা]] দুডালক কোণটোৰ বাহু বুলি কোৱা হয়। এই সাধাৰণ বিন্দুটোক [[শীৰ্ষবিন্দু]] বুলি কোৱা হয়।<ref>{{harvnb|Sidorov|2001}}</ref>
দ্বিমাত্ৰিক কোণ প্ৰধানত দুই প্ৰকাৰৰ – জ্যামিতিক কোণ ও ত্ৰিকোণমিতিক কোণ।
ইংৰাজীৰ এঙ্গল(angle) শব্দটো লেটিন ভাষাৰ এঙ্গুলাচ(angulus) শব্দটোৰ পৰা।পৰা লোৱা হৈছে। যাৰ অৰ্থ হৈছে- চুক।<ref>{{harvnb|Slocum|2007}}</ref>
এটা কোণৰ জোখ [[ডিগ্ৰী]], [[ৰেডিয়ান]], আৰু [[গ্ৰেড]] এই তিনি প্ৰকাৰত প্ৰকাশ কৰা হয়। এই তিনিপ্ৰকাৰৰ জোখৰ মাজৰ সম্পৰ্কটো হ'ল- ১৮০ ডিগ্ৰী = ২০০ গ্ৰেড = π (পাই) ৰেডিয়ান।
==কোণৰ প্ৰকাৰ==
"https://as.wikipedia.org/wiki/কোণ"ৰ পৰা অনা হৈছে