খাময়াঙ জনগোষ্ঠী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অনুবাদ
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
1 নং শাৰী:
{{পোখালি}}
'''টাই খাময়াঙ জনগোষ্ঠী''' বা '''চিয়াম''' (থাই ভাষা:ชาวไทคำยาง, চাও টাই খাম য়াং) , হল অসমত বসবাস কৰা [[উত্তৰ পূৱৰ টাই জনগোষ্ঠীৰ তালিকা|উত্তৰ পূব ভাৰতৰ]] [[টাই জাতি|টাই জাতিৰ]] এটা ঠাল। এওঁলোক অসমৰ তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ আৰু গোলাঘাট জিলা আৰু অৰুণাচল প্ৰদেশত পোৱা যায়। তেওঁলোকৰ মাজত প্ৰায় সাত হেজাৰ জনসংখ্যা আছে তাৰে এটা অতি নিম্ন অংশই হে টাই খাময়াং ভাষা কয় আৰু অধিকতম জনসংখ্যাই অসমীয়া ভাষা প্ৰয়োগ কৰে। খাময়াং সকল থেৰাবাদী বৌদ্ধ ধৰ্ম পালন কৰে।
 
'''টাই খাময়াঙ জনগোষ্ঠী''' বা '''চিয়াম''' (থাই ভাষা:ชาวไทคำยาง, চাও টাই খাম য়াং) , হল অসমত[[অসম]]ত বসবাস কৰা [[উত্তৰ পূৱৰ টাই জনগোষ্ঠীৰ তালিকা|উত্তৰ পূব ভাৰতৰ]] [[টাই জাতি|টাই জাতিৰ]] এটা ঠাল। এওঁলোক অসমৰ [[তিনিচুকীয়া]], [[যোৰহাট]], [[শিৱসাগৰ]] আৰু [[গোলাঘাট জিলা]] আৰু [[অৰুণাচল প্ৰদেশতপ্ৰদেশ]]ত পোৱা যায়। তেওঁলোকৰ মাজত প্ৰায় সাত হেজাৰ জনসংখ্যা আছে তাৰে এটা অতি নিম্ন অংশই হে [[টাই খাময়াং ভাষা]] কয় আৰু অধিকতম জনসংখ্যাই [[অসমীয়া ভাষা]] প্ৰয়োগ কৰে। খাময়াং সকল থেৰাবাদী [[বৌদ্ধ ধৰ্ম]] পালন কৰে।
 
 
==তথ্যসংগ্ৰহ==
{{reflist}}
 
[[শ্ৰেণী:অসমৰ জনগোষ্ঠী]]