"১৪ ছেপ্টেম্বৰ"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

26 বাইট যোগ দিয়া হ’ল ,  2 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
No edit summary
{{আজিৰ দিনটো|14|9|257}}
==জন্ম==
# ১৮৪৯ চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ জীৱ বিজ্ঞানী [[আইভান পেট্ৰোভিচ]]ৰ জন্ম হয় ।হয়। তেখেতে ১৯০৪ চনত চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল ।কৰিছিল।
 
==মৃত্যু ==
# ১৩২১ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ইটালীৰ প্ৰসিদ্ধ কবি [[ডাণ্টে]] ( সম্পূৰ্ণ নাম ডাণ্টে আলিঘিয়েৰি ) ৰ মৃত্যু হয় ।হয়।
# আমেৰিকা যুক্টৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি [[উইলিয়াম মেককিনলি]]ৰ মৃত্যু হৈছিল ১৯০১ চনৰ আজিৰ দিনটোতে ৷দিনটোতে।
# ১৯৭১ চনৰ আজিৰ দিনটোতে জনপ্ৰিয় বাংলা লেখক [[তাৰাশংকৰ বন্দোপাধ্যায়]]ৰ মৃত্যু হয় ।হয়।
# ২০০৪ চনৰ আজিৰ দিনটোতে আৰক্ষী বিষয়া আৰু জনপ্ৰিয় লেখক [[খবিৰ আহমেদ]]ৰ মৃত্যু হয় ।হয়।
# অসমৰ বৃহত্তম নদীদ্বীপ মাজুলীত নব্বৈৰ দশকত উগ্ৰপন্থীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল, আৰু ১৯৯৭ চনত সমাজকৰ্মী [[সঞ্জয় ঘোষ]]ক অপহৰণ কৰি হত্যা কৰিছিল ।কৰিছিল। এই ঘটনাৰ আধাৰত নিৰ্মাণ কৰা ‘‘[[এখন নেদেখা নদীৰ সিপাৰে]]’’ অসমীয়া চলচ্চিত্ৰখনে মুক্তি লাভ কৰিছিল ২০১২ চনৰ আজিৰ দিনটোতে ৷দিনটোতে। পৰিচালক আছিল বিদ্যুত কটকী ৷কটকী।
 
==অনান্য==
# ১৮৯৭ চনৰ আজিৰ দিনটোতে [[বাল গংগাধৰ তিলক]]ক ১৮ মাহৰ বাবে কাৰাদণ্ড দিয়া হৈছিল ।হৈছিল।
# অনুৰাগ বসু লিখিত আৰু পৰিচালিত [[বৰ্ফি!]] কথাছবিখনে মুক্তি পাইছিল ২০১২ চনৰ আজিৰ দিনটোতে ৷দিনটোতে।
# ১৯৯৪ চনৰ আজিৰ দিনটোতে কেন্দ্ৰীয় চৰকাৰে নতুন ঔষধ নীতি গ্ৰহণ কৰে ।কৰে।
# ১৯৩৯ চনৰ আজিৰ দিনটোতে কেন্দ্ৰীয় আইন সভাৰ পৰামৰ্শ নকৰাকৈ ভাৰতক প্ৰথম মহাসমৰত জড়িত কৰাৰ প্ৰতিবাদত কংগ্ৰেছৰ আইন সভা ত্যাগ কৰে ।কৰে।
# চন্দ্ৰ অভিমুখী ৰাছিয়াৰ মহাকাশযান ‘লুনা-২’ চন্দ্ৰৰ সৈতে সংঘৰ্ষ হোৱাত ধ্বংস প্ৰাপ্ত হৈছিল ১৯৫৯ চনৰ আজিৰ দিনটোতে ৷দিনটোতে।
# ১৯৫৯ চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ সময়মতে নিশা ১২ বাজি ২ মিনিট ২৪ ছেকেণ্ডত ৰাছিয়াৰ পৰা উৎ ক্ষেপণ কৰা প্ৰথমখন মহাকাশ যান লুনা-৩ চন্দ্ৰত অৱতৰণ কৰে ।কৰে।
# ১৯৯৮ চনৰ আজিৰ দিনটোতে কিৰিবাটি আৰু টোংগা ৰাষ্ট্ৰসংঘৰ সদস্য অন্তৰ্ভুক্ত হয় ।হয়।
 
[[শ্ৰেণী:ছেপ্টেম্বৰ]]