গলমণিকা নাচনী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

18 নং শাৰী:
গলমণিকা নাচনী ({{Lang-en|''' Red-breasted Flycatcher'''}}, বৈজ্ঞানিক নাম-''Ficedula parva'')এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ ই পেচ্চেৰিফৰমিছ বৰ্গৰ অন্তৰ্ভুক্ত চৰাই৷
==বিৱৰণ==
প্ৰজননৰ সময়ত পূৰ্ণবয়স্ক মতা গলমণিকা নাচনী চৰাইৰ আকাৰ প্ৰায় ১১-১২ ছে: মি: হয়৷ ইয়াৰ পিঠি অংশ মটিয়া বৰণীয়া৷ তল অংশ বগা,মূৰ মুগা আৰু ডিঙি কমলা বৰণীয়া হয়৷ এই চৰাইবিধৰ ঠোঁট ক'লা আৰূআৰু জোঙা হয়৷
 
অন্য সময়ত অৰ্থাৎ প্ৰজনন নকৰা কালত গলমণিকা নাচনী চৰাইৰ মূৰ মটিয়া হয় আৰু ডিঙিত কমলা বৰণ নাথাকে৷
 
অন্য সময়ত অৰ্থাৎ প্ৰজনন নকৰা কালত গলমণিকা নাচনী চৰাইৰ মূৰ মটিয়া হয় আৰু ডিঙিত কমলা বৰণ নাথাকে৷
==বিতৰণ==
এই চৰাইবিধে উত্তৰ [[ইউৰোপ]] আৰু কেন্দ্ৰীয় [[এছিয়া]]ত প্ৰজনন কৰে৷ শীতকালত গলমণিকা নাচনী চৰায়ে দক্ষিণ [[এছিয়া]] লৈ পৰিভ্ৰমণ কৰে৷