ভগৎ সিং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{Infobox revolution biographyperson
| name = ভগৎ সিং
|name= ভগৎ সিংহ<br /> {{Unicode|ਭਗਤ ਸਿੰਘ<br /> بھگت سنگھ}}
| image = [[file:Bhagat Singh 1929.jpg|300px|Bhagat Singh 1929 140x190]]
| image_size =
| caption = ২১ বছৰ বয়সত ভগৎ সিং
|dateofbirth=২৭ ছেপ্টেম্বৰ, ১৯০৭
| birth_date = {{Birth date|1907|9|27|df=yes}}
|placeofbirth birth_place = [[ফৈজলাবাদ|লায়ালপুৰ]], [[পঞ্জাব অঞ্চল|পঞ্জাব]], [[ব্ৰিটিছ ভাৰত]]<!--NOT Pakistan; there was no Pakistan until 1947, a good 40 years after Singh's birth-->
|dateofdeath=২৩ মাৰ্চ, ১৯৩১ (২৩ বছৰ)
| death_date = {{death date and age|df=yes|1931|3|23|1907|9|27}}
|placeofdeath=[[লাহোৰ]], [[পঞ্জাব অঞ্চল|পঞ্জাব]], [[ব্ৰিটিছ ভাৰত]]<!--NOT Pakistan; there was no Pakistan until 1947, a good 16 years after Singh's death. He died before any Pakistani movement gained momentum and was opposed to religious division. -->
| death_place = [[লাহোৰ]], [[পঞ্জাব অঞ্চল|পঞ্জাব]], [[ব্ৰিটিছ ভাৰত]]
| movement = [[ভাৰতৰ স্বাধীনতা আন্দোলন]]
| religion=[[শিখধৰ্মশিখ ধৰ্ম]] (প্ৰথমপ্ৰাৰম্ভিক জীৱন), [[নাস্তিকতা]]<ref name="Atheism">[http://www.marxists.org/archive/bhagat-singh/1930/10/05.htm Why I am an Atheist (Esay)] - Bhagat Singh, October 5–6, 1930</ref> (পৰবৰ্তী জীবন)
|influences= [[নৈৰাজ্যবাদ]], [[সাম্যবাদ]], [[সমাজতন্ত্ৰ]]
|organizations organization = [[নজোৱান ভাৰত সভা]], [[কীৰ্তি কিছান পাৰ্টি]] আৰু [[হিন্দুস্তান সোশ্যালিস্টছছিয়লিষ্ট ৰিপাবলিকানৰিপাব্লিকান অ্যাসোসিয়েশনএছচিয়েচন]]
|lived=.
}}
'''ভগৎ সিংহসিং''' ([[পঞ্জাবী ভাষা{{Lang-pa|পঞ্জাবী]]: ਭਗਤ ਸਿੰਘ}}, {{nq|بھگت سنگھ}}, {{IPA2|pə̀ɡət̪ sɪ́ŋɡ}}) ([[২৭{{Birth ছেপ্টেম্বৰ]] [[১৯০৭]]date|1907|9|27|df=yes}}<ref>{{cite web| title = He left a rich legacy for the youth | publisher = [[The Tribune]] | author = | date = 19 March 2006 | url = http://www.tribuneindia.com/2006/20060319/society.htm#2| সংগ্ৰহেৰ-date = 1 January 2008 }}</ref> &ndash; [[২৩{{death মাৰ্চ]] [[১৯৩১]]date|df=yes|1931|3|23}}) আছিল [[ভাৰতীয় উপমহাদেশ|ভাৰতীয় উপমহাদেশৰ]] [[ব্ৰিটিছ বিৰোধী স্বাধীনতা আন্দোলন|ব্ৰিটিছ বিৰোধী স্বাধীনতা আন্দোলনৰ]] এজন পুৰোধা ব্যক্তি আৰু অগ্নিযুগৰ ছহিদ বিপ্লবী। দেশৰ স্বাধীনতা সংগ্ৰামৰ তেঁও আছিল অন্যতম প্ৰভাৱশালী বিপ্লবী। তেঁওক ''ছহিদ-ঈ আজম ভগৎ সিং'' নামে অভিহিত কৰা হয়।
 
'''ভগৎ সিংহ''' ([[পঞ্জাবী ভাষা|পঞ্জাবী]]: ਭਗਤ ਸਿੰਘ بھگت سنگھ, {{IPA2|pə̀ɡət̪ sɪ́ŋɡ}}) ([[২৭ ছেপ্টেম্বৰ]] [[১৯০৭]]<ref>{{cite web| title = He left a rich legacy for the youth | publisher = [[The Tribune]] | author = | date = 19 March 2006 | url = http://www.tribuneindia.com/2006/20060319/society.htm#2| সংগ্ৰহেৰ-date = 1 January 2008 }}</ref> &ndash; [[২৩ মাৰ্চ]] [[১৯৩১]]) আছিল [[ভাৰতীয় উপমহাদেশ|ভাৰতীয় উপমহাদেশৰ]] [[ব্ৰিটিছ বিৰোধী স্বাধীনতা আন্দোলন|ব্ৰিটিছ বিৰোধী স্বাধীনতা আন্দোলনৰ]] এজন পুৰোধা ব্যক্তি আৰু অগ্নিযুগৰ ছহিদ বিপ্লবী। দেশৰ স্বাধীনতা সংগ্ৰামৰ তেঁও আছিল অন্যতম প্ৰভাৱশালী বিপ্লবী। তেঁওক ''ছহিদ-ঈ আজম ভগৎ সিং'' নামে অভিহিত কৰা হয়।
 
ভগৎ সিঙৰ জন্ম হৈছিল [[জাট জাতি|জাট]] নামৰ এক শিখ পৰিয়ালত। তেঁওৰ পৰিয়াল পূৰ্বৰ পৰাই ব্ৰিটিছ বিৰোধী বিপ্লবী আন্দোলনৰ সৈতে জড়িত আছিল। কৈশোৰতেই ভগৎ সিঙে ইউৰোপীয় বিপ্লবী আন্দোলনৰ ইতিহাস সম্পৰ্কে পঢ়া−শুণা কৰিছিল আৰু [[নৈৰাজ্যবাদ]] আৰু [[সাম্যবাদ]]ৰ প্ৰতি আকৃষ্ট হৈছিল।<ref name="RD">{{cite journal |last=Rao |first=Niraja |বছৰ=1997 |title=Bhagat Singh and the Revolutionary Movement |journal=Revolutionary Democracy |খণ্ড=3 |সংখ্যা নং=1 |pages= |url=http://www.revolutionarydemocracy.org/rdv3n1/bsingh.htm}}</ref> ইয়াৰোপৰি তেঁও একাধিক বিপ্লবী সংগঠনৰ লগত যুক্ত হৈ পৰিছিল। [[হিন্দুস্তান ছছিয়লিষ্ট ৰিপাব্লিকান এছচিয়েচন|হিন্দুস্তান ৰিপাব্লিকান এছচিয়েচন]]ৰ (এইচআৰএ) সৈতে যুক্ত হৈ মেধা, জ্ঞান আৰু নেতৃত্বদানৰ ক্ষমতাৰ বাবে তেঁও অচিৰেই এই সংগঠনৰ নেতাত পৰিণত হয় আৰু সংগঠনটোৰ ব্যাপক পৰিবৰ্তন সাধন কৰে। আনকি ইয়াৰ নামো [[হিন্দুস্তান ছছিয়লিষ্ট ৰিপাব্লিকান এছচিয়েচন]]লৈ (এইচএছআৰএ) ৰূপান্তৰিত কৰে। তেঁও আৰু তেঁওৰ সংগঠনক নৈৰাজ্যবাদী আখ্যা দিয়া হৈছিল কিন্তু তেঁও ক্ষুৰধাৰ যুক্তিৰে তাক খন্ডন কৰিছিল। জেলত ভাৰতীয় আৰু ব্ৰিটিছ বন্দীসকলৰ সম অধিকাৰৰ দাবিত তেঁও ৬৪ দিন অনশন কৰি সমৰ্থন আদায় কৰিছিল। প্ৰবীণ স্বাধীনতা সংগ্ৰামী [[লালা লাজপত ৰায়]]ৰ হত্যাৰ প্ৰতিশোধত এজন ব্ৰিটিছ পুলিচ বিষয়াক তেখেতে হত্যা কৰে। বিচাৰত তেঁওক ফাঁচি দিয়া হয়। তেঁওৰ আদৰ্শই ভাৰতীয় যুৱসমাজকেই স্বাধীনতা সংগ্ৰামৰ প্ৰতি উদ্বুদ্ধ কৰাৰ ওপৰিও ভাৰতত সমাজতন্ত্ৰৰ উত্থানতো প্ৰভূত সহায় কৰিছিল।<ref name="whatif">{{cite web| title = What if Bhagat Singh had lived | publisher = [[The Tribune]] | author = Reeta Sharma| date = 21 March 2001 | url = http://www.tribuneindia.com/2001/20010321/edit.htm#6| acces-date = 1 January 2008 }}</ref>
"https://as.wikipedia.org/wiki/ভগৎ_সিং"ৰ পৰা অনা হৈছে