সমীকৰণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা
টেগ্‌: ২০১৭ উৎস সম্পাদনা
 
No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
10 নং শাৰী:
|language=French
}}</ref><ref>"A statement of equality between two expressions. Equations are of two types, '''identities''' and '''conditional equations''' (or usually simply "equations")". « ''Equation'' », in ''{{Lang|en|Mathematics Dictionary}}'', {{ill|Glenn James (mathematician)|lt=Glenn James|de|Glenn James}} et {{ill|Robert C. James|de}} (éd.), Van Nostrand, 1968, 3 ed. 1st ed. 1948, {{p.|131}}.</ref>
এটা সমীকৰণ লিখোঁতে দুটা ৰাশিৰ মাজত এডাল সমান('=') চিনৰ ব্যৱহাৰৰ কৰা হয়। ইয়াৰ দ্বাৰা দুয়োটা ৰাশি অৰ্থাৎ সোঁ পক্ষ আৰু বাওঁ পক্ষ সমান বুলি দেখুওৱা হয়।
সাধাৰণতে বহুল ভাৱে ব্যৱহৃত সমীকৰণ হৈছে বীজগণিতীয় সমীকৰণ। ইয়াত দুয়ো পক্ষত দুটা বীজগণিতীয় ৰাশি থাকে।এই ৰাশি সমূহ এটা বা অধিক পদৰ দ্বাৰা গঠিত হয়। উদাহৰণ স্বৰূপে-
 
:<math> 2x^2 +5x + 1 = y </math>
 
ইয়াৰ বাওঁপক্ষৰ ৰাশি <math> 2x^2 +5x + 1 </math>, ৰ মুঠ তিনিটা পদ আৰু সোঁপক্ষৰ ৰাশিত এটা পদ <math> y </math>, আছে। ইয়াত চলক সমূহ হৈছে X আৰু Y; আৰু ধ্ৰুৱক হৈছে 2, 5 আৰু 1।
বীজগণিতে সমীকৰণৰ দুটা প্ৰধান শাখাৰ বিষয়ে আলোকপাত কৰে। সেয়া হ'ল বহুপদ ৰাশিৰ সমীকৰণ আৰু ইয়াৰ অন্তৰ্গত ৰৈখিক সমীকৰণ। যেতিয়া মাত্ৰ এটাই চলক থাকে তেতিয়া বহুপদ সমীকৰণৰ ৰূপটো হ'ব P(x)=0 ইয়াত P এটা বহুপদ ৰাশি আৰু ৰৈখিক সমীকৰণৰ ৰূপ হৈছে ax+b=0, য'ত a আৰু b হৈছে দ্রুৱক।
প্ৰতিটো সমীকৰণ বাবে ব্যৱহাৰ হোৱা সমান চিন ('=') ডাল ১৫৫৭ চনত ৰবাৰ্ট ৰেকৰ্ডৰ দ্বাৰা আৱিষ্কৃত হৈছিল। তেওঁ কৈছিল যে দুডাল সমদৈঘ্যৰ সৰল ৰেখাতকৈ বেছি সমান আন একোৱেই হ'ব নোৱাৰে।<ref name="Whetstone">Recorde, Robert, ''The Whetstone of Witte'' … (London, England: {{not a typo|Jhon}} Kyngstone, 1557), [https://archive.org/stream/TheWhetstoneOfWitte#page/n237/mode/2up the third page of the chapter "The rule of equation, commonly called Algebers Rule."]</ref>
"https://as.wikipedia.org/wiki/সমীকৰণ"ৰ পৰা অনা হৈছে