গাণিতিক প্ৰমাণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
23 নং শাৰী:
#নিঃশেষকৰণ প্ৰমাণ (Proof of exhaustion)
 
'''প্ৰত্যক্ষ প্ৰমাণ:'''
'''প্ৰত্যক্ষ প্ৰমাণ:''' ইয়াত প্ৰমাণ কৰিবলগীয়া সিদ্ধান্ত সমূহ প্ৰতিষ্ঠিত বাস্তৱ ঘটনা, সাধাৰণতে স্বতঃসিদ্ধ বা উপপাদ্যৰ সহায়ত প্ৰত্যক্ষ ভাৱে সত্য বা অসত্য বুলি দেখুৱা হয়।<ref>Cupillari, p. 20.</ref> এই প্ৰমাণ জ্যামিতিৰ জগত খনত বহুল ভাৱে ব্যৱহৃত। এই প্ৰমাণে নিগমনাত্মক বা অৱৰোহী বিচাৰ পদ্ধতি ব্যৱহাৰ কৰে। সাধাৰণতে "যদি p তেন্তে q'' বা ''pয়ে q ক সূচায়'', যিটোক p=>q হিচাপে লিখিব পাৰি ধৰণৰ উক্তিবোৰ প্ৰমাণ কৰিবলৈ প্ৰত্যক্ষ প্ৰমাণ ব্যৱহাৰ কৰা হয়। এই প্ৰমাণে দুটা পৰ্যায় মানি চলে-
#প্ৰথম পৰ্যায়ত p উক্তিটো সত্য বুলি ধৰি লোৱা হয় আৰু
# দ্বিতীয় পৰ্যায়ত p=>q ক সত্য বুলি দেখুৱাবলৈ p ৰ বিষয়ে যি জনা যায় তাক ব্যৱহাৰ কৰা হয় যাতে q উক্তিটো সত্য প্ৰমাণিত হয়।
 
উদাহৰণ স্বৰূপে দুটা যুগ্ম সংখ্যাৰ যোগ ফল সদায় এটা যুগ্ম সংখ্যা। ধৰা হ'ল দুটা যুগ্ম সংখ্যা ক্ৰমে 6 আৰু 2, (যিহেতু উভয়ে 2ৰে বিভাজ্য)। এতিয়া, 6+2=8 য'ত 8 এটা যুগ্ম সংখ্যা। কাৰণ 8 ক 2ৰে কোনো ভাগশেষ নথকাকৈ ভাগ কৰিব পাৰি।
 
'''পৰীক্ষামূলক প্ৰমাণ:'''
প্ৰকৃতিগতভাৱে পৰীক্ষামূলক প্ৰমাণ অতি বিশ্বাস জন্মাব পৰা আৰু সন্তোষজনক প্ৰমাণ। ইয়াত ব্যৱহাৰিক প্ৰক্ৰিয়াৰে কোনো এটা গাণিতিক ধাৰণাক সত্যবুলি প্ৰমাণ কৰি দেখুৱাব পাৰি। উদাহৰণ স্বৰূপে কোনো বৃত্তৰ চাপে বৃত্তৰ কেন্দ্ৰত উৎপন্ন কৰা কোণৰ মান এই চাপে বৃত্তৰ পৰিধিত উৎপন্ন কৰা কোণৰ দুগুণ। এই উক্তিটো চিত্ৰৰ সহায়ত বুজাই দিব পাৰি যিহেতু কোণ সমূহ জুখিব পাৰি।
 
'''তথ্যসূত্ৰ'''