গাণিতিক প্ৰমাণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
32 নং শাৰী:
'''পৰীক্ষামূলক প্ৰমাণ:'''
প্ৰকৃতিগতভাৱে পৰীক্ষামূলক প্ৰমাণ অতি বিশ্বাস জন্মাব পৰা আৰু সন্তোষজনক প্ৰমাণ। ইয়াত ব্যৱহাৰিক প্ৰক্ৰিয়াৰে কোনো এটা গাণিতিক ধাৰণাক সত্যবুলি প্ৰমাণ কৰি দেখুৱাব পাৰি। উদাহৰণ স্বৰূপে কোনো বৃত্তৰ চাপে বৃত্তৰ কেন্দ্ৰত উৎপন্ন কৰা কোণৰ মান এই চাপে বৃত্তৰ পৰিধিত উৎপন্ন কৰা কোণৰ দুগুণ। এই উক্তিটো চিত্ৰৰ সহায়ত বুজাই দিব পাৰি যিহেতু কোণ সমূহ জুখিব পাৰি।
 
'''যুক্তিগত প্ৰমাণ:'''
যুক্তিগত প্ৰমাণ হৈছে প্ৰায়বোৰ ক্ষেত্ৰতে ব্যৱহাৰ হোৱা বিশুদ্ধ আৰু বিমূৰ্ত যুক্তি। এই প্ৰমাণে অজ্ঞাতৰ পৰা জ্ঞাতৰ দিশে অগ্ৰসৰ হয়। এই প্ৰমাণৰ চাৰিটা স্তৰ আছে-
#তথ্য
#প্ৰমাণ কৰিব লগা উক্তি
#অংকন
#প্ৰমাণ
অৰ্থাৎ তথ্যসমূহ পোৱাৰ পিছত কি প্ৰমাণ কৰিব লাগে সেইটো জানি লৈ উপযুক্ত গঠন কাৰ্য সম্পাদন কৰি প্ৰমাণ কৰিব লাগে। এই প্ৰমাণ সহজে বোধগম্য হ'বলৈ জ্যামিতিক ধাৰণা, স্বত্বঃসিদ্ধ, স্বীকাৰ্য আৰু প্ৰতিজ্ঞাৰ ধাৰণা সমূহ মনত ৰখা দৰকাৰ।
 
'''তথ্যসূত্ৰ'''