শঙ্কৰ দয়াল শৰ্মা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বানান
50 নং শাৰী:
}}
 
'''শঙ্কৰ দয়াল শৰ্মা''' ({{Lang-en|Shankar Dayal Sharma}}) {{audio|Sds.ogg|pronunciation}} (১৯ আগষ্ট ১৯১৮- ২৬ ডিচেম্বৰ ১৯৯৯) ভাৰতৰ নৱম [[ভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকা|ৰাষ্ট্ৰপতি]] আছিল। তেখেতৰ কাৰ্যকাল আছিল ১৯৯২-১৯৯৭। ইয়াৰ পূৰ্বে তেখেত ৰাষ্ট্ৰপতি আৰ. ভেংকটাৰমণৰ কাৰ্যকালত ভাৰতৰ অষ্টম উপ-ৰাষ্ট্ৰপতিৰ পদত অঘিষ্ঠিতঅধিষ্ঠিত আছিল। তেখেতে ভূপালভোপাল ৰাজ্যৰ মুখ্যমন্ত্ৰী ৯১৯৫২(১৯৫২-১৯৫৬) আৰু কেবিনেট মন্ত্ৰীও (১৯৫৬- ১৯৬৭) আছিল। ১৯৭২ৰ পৰা ১৯৭৪লৈ তেখেত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আৰু ১৯৭৪ৰ পৰা ১৯৭৭লৈ কেন্দ্ৰীয় মন্ত্ৰী হৈছিল।<ref name="today">{{Cite web |title=Remembering Shankar Dayal Sharma, the President of India who believed in shaming offenders with acts of kindness |url=https://www.indiatoday.in/education-today/gk-current-affairs/story/shankar-dayal-sharma-anniversary-1417433-2018-12-26 |accessdate=25-10-2019}}</ref>
 
==শিক্ষা আৰু প্ৰাৰম্ভিক জীৱন==
==ৰাজনৈতিক দীক্ষা==
১৯৪০ত তেখেতে ভাৰতৰ স্বাধীনতা সংগ্ৰামত জড়িত হৈ পৰিছিল আৰু ভাৰতীয় জাতীয় কংগ্ৰছতত অংশ কৰিছিল। জীৱনৰ বাকীচোৱা সময় তেখেতে এই দলটোৰ প্ৰতি অনুগত হৈ থাকিল। দেশে স্বাধীনতা লাভ কৰাৰ পিছত [[:en:Bhopal State|ভুপালৰ]]ভোপালৰ নৱাবে ভূপাল প্ৰদেশ ভাৰতৰ লগত চামিল নহৈ এখন সুকীয়া ৰাজকীয় প্ৰদেশ হিচাপে থকাৰ মন কৰিলে, যাৰ বাবে প্ৰদেশখনৰ প্ৰজা নৱাবৰ প্ৰতি বিদ্ৰোহী হৈ উঠিল। ১৯৪৮ৰ ডিচেম্বৰত শঙ্কৰ দয়াল শৰ্মাই এই বিদ্ৰোহৰ নেতৃত্ব দিলে; যাৰবাবে তেখেতক গ্ৰেপ্তাৰ কৰা হ'ল। জনসভা অনুষ্ঠিত কৰাত থকা নিষেধাজ্ঞা ভঙ্গ কৰা বাবে ২৩ জানুৱাৰী ১৯৪৯ত তেখেতক ৮ মাহৰ কাৰাদণ্ড বিহা হ'ল। পিছত ৰাইজৰ হেঁচাত সেও মানি নৱাবে তেখেতক কাৰাগাৰৰ পৰা মুকলি কৰি দিলে আৰু ভূপালভোপাল প্ৰদেশক [[ভাৰত|ভাৰত গণৰাজ্যত]] চামিল কৰাৰ চুক্তিত চহী কৰিলে।<ref name="SRBakshi_OPRalhan_2007">{{cite book | title = Madhya Pradesh Through the Ages | author = S. R. Bakshi and O. P. Ralhan | publisher = Sarup & Sons | year = 2007 | isbn = 978-81-7625-806-7 | page = 360 }}</ref> ১৯৫২ চনত তেখেত [[:en:Bhopal State (1949–56)|ভূপাল প্ৰদেশৰ]] মুখ্যমন্ত্ৰী। তেখেতেই আছিল সেই সময়ৰ আটাইতকৈ কম বয়সীয়া মুখ্যমন্ত্ৰী। ৰাজ্য পুনৰ্গঠন নোহোৱালৈ তেখেত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হৈ থাকিল। ১৯৫৬ত ভূপালকেভোপালকে ধৰি আৰু কেইখনমান ৰাজ্য লগলাগি মধ্যপ্ৰদেশ গঠন কৰা হয়। <ref name="mp">{{Cite web |title= मध्यप्रदेश का इतिहास "अतुल्य भारत का हृदय" |url=http://www.mp.gov.in/web/guest/home-history |accessdate=25-10-2019}}</ref>
 
==সক্ৰিয় ৰাজনৈতিক জীৱন==