সংহতি তত্ত্ব: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: thumb|<math>A \subseteq B</math> '''সংহতি তত্ত্ব''' সংহতি তত্ত্ব গাণ...
টেগ্‌: ২০১৭ উৎস সম্পাদনা
 
টেগ্‌: ২০১৭ উৎস সম্পাদনা
16 নং শাৰী:
 
সংহতিৰ প্ৰতিটো বস্তু বা সদস্যকে সংহতিৰ উপাদান (Element) বোলা হয়। যেনে, B = {a,b} হ'লে, B সংহতিৰ উপাদান a আৰু b ; এই উপাদান প্রকাশৰ চিহ্নটি হ'ল- '<math> \in </math>'।<ref>https://math.stackexchange.com/questions/846707/what-does-%E2%88%88-mean</ref>
a <math> \in </math> B ইয়াক পঢ়া হয় a,B ৰ সদস্য বা উপাদান (a belongs to B)।
 
ba <math> \in </math> B, ইয়াক পঢ়া হয় ba,B ৰ সদস্য বা উপাদান (ba belongs to B)।
 
ab <math> \in </math> B, ইয়াক পঢ়া হয় ab,B ৰ সদস্য বা উপাদান (ab belongs to B)।
ওপৰৰ B সংহতিটোত c উপাদান নাই অৰ্থাৎ,
 
c <math>\notin</math> B, ইয়াক পঢ়া হয় c,B ৰ সদস্য বা উপাদান নহয় (c does not belongs to B)
 
==তথ্যসূত্ৰ==