"সংহতি তত্ত্ব"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

245 বাইট যোগ দিয়া হ’ল ,  2 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
টেগ্‌: ২০১৭ উৎস সম্পাদনা
টেগ্‌: ২০১৭ উৎস সম্পাদনা
[[চিত্ৰ:Venn A subset B.svg|thumb|<math>A \subseteq B</math>]]
[[Image:Venn A intersect B.svg|thumb|right|এটা [[ভেন চিত্ৰ]]ই দুটা সংহতিৰ [[intersection (set theory)|intersection]] সাধাৰণ অংশক বুজাইছে [[set (mathematics)|sets]].]]
 
'''সংহতি তত্ত্ব'''
 
সংহতি তত্ত্ব গাণিতিক লজিকৰ এটি শাখা য'ত কোনো একে বৈশিষ্ট্য যুক্ত উপাদানৰ গোট সম্পৰ্কীয় আলোচনা কৰা হয়।<ref>https://plato.stanford.edu/entries/set-theory/</ref> বাস্তৱ বা চিন্তা জগতৰ সু-সংজ্ঞাবদ্ধ বস্তুৰ সমাৱেশ বা সংগ্রহকে সংহতি বোলে। যেনেঃ অসমীয়া, ইংৰাজি আৰু গণিত এই তিনিটা শিক্ষা বিষয়ক এটা সংহতি। একেদৰে প্রথম দহটি অযুগ্ম সংখ্যাৰ সংহতি, পূৰ্ণ সংখ্যাৰ সংহতি, বাস্তৱ সংখ্যাৰ সংহতি ইত্যাদি। প্ৰায় ছকলো গাণিতিক উপাদানৰ সংজ্ঞাতে সংহতি তত্ত্বৰ ভাষা ব্যৱহাৰ কৰিব পাৰি।
বিখ্যাত জাৰ্মান গণিতবিদ জর্জ ক্যান্টৰে (১৮৪৫-১৯১৮) সংহতি সম্পৰ্কীয় প্রথম ধাৰণা ব্যাখ্যা কৰিছিল। তেওঁ অসীম সংহতিৰ ধাৰণা প্ৰদান কৰি গণিত শাস্ত্ৰত আলোড়নৰ সৃষ্টি কৰিছিল। এই সংহতিৰ ধাৰণাই পিছলৈ সংহতি তত্ত্ব (Set Theory) নামে পৰিচিত হৈ পৰে।
5,377

টা সম্পাদনা