পাটীগণিত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
টেগ্‌: ২০১৭ উৎস সম্পাদনা
47 নং শাৰী:
|}
 
==পাটিগণিতৰপাটীগণিতৰ প্ৰধান প্ৰক্ৰিয়া সমূহ==
 
পাটিগণিতৰপাটীগণিতৰ প্ৰধান চাৰিটা প্ৰক্ৰিয়া আছে:-
যোগ
বিয়োগ
95 নং শাৰী:
 
'''হৰণ''' (÷) হ’ল এটি [[পাটীগণিতীয়]] তথা [[বীজগণিতীয়]] ক্ৰিয়া (operation)। ইয়াক '÷' চিহ্নৰ দ্বাৰা প্ৰকাশ কৰা হয়।
যদিহে ''c''ৰ ''b''গুণ ''a'' ৰ সমান হয়, তেন্তে:
:<math>a = b \times c, \,</math>
ইয়াত ''b'' যদি অ[[০|শূন্য]] হয়, তেন্তে ''a'' ক ''b'' ৰে হৰণ কৰা বুলিলে ''c'' পোৱা যায় আৰু ইয়াক তলত দিয়া ধৰণে লিখা হয়:
108 নং শাৰী:
হৰণৰ লগত দুটা পৃথক অথচ পৰস্পৰ সম্পৰ্কীত ধাৰণা যুক্ত হৈ আছে: ''বিভাজন'''' (Partitioning) আৰু ''ভাগফল'' (Quotative)। ''a'' মাত্ৰাৰ এটা থুপক ''b'' সংখ্যক সমান সমান ভাগত ভাগ কৰিলে একোটা ভাগৰ মাত্ৰা যদি ''c'' হয়, তেন্তে ''a'' ৰ পৰা ''b'' ৰ হৰণফল হ’ব ''c'' । আৰু ''a'' মাত্ৰাৰ এটা থুপক ''c'' মাত্ৰাৰ থুপলৈ ভাগ কৰিলে থুপৰ সংখ্যা ''b'' হ’লে ''a'' ৰ পৰা ''c'' ৰ হৰণফল হ’ব ''b'' ।<ref>Fosnot and Dolk 2001. ''Young
Mathematicians at Work: Constructing Multiplication and Division''. Portsmouth, NH: Heinemann.</ref>
 
==তথ্যসূূত্ৰ==
"https://as.wikipedia.org/wiki/পাটীগণিত"ৰ পৰা অনা হৈছে