বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{unreferenced}}
{{under construction}}
{{short description|Indian writer, poet and journalist from Bengal}}
<noinclude>{{Use Indian English|date=March 2015}} </noinclude>
{{Use dmy dates|date=December 2018}}
{{Refimprove|date=June 2017}}
{{Infobox writer
| name = বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়
| native_name = বঙ্কিমচন্দ্র চট্টোপাধ্যায়
| native_name_lang = bn
| image = Bankim Chattapadhyay.jpg
| image_size = 250px
| birth_date = {{birth date|1838|6|27|df=yyes}}
| birth_place = [[নৈহাটী]],
| death_date = {{death date and age|1894|4|8|1838|6|26|df=yyes}}
| occupation = লেখক, কবি, উপন্যাসিক, গীতিকাৰ
| death_place = [[কলকাতা]],
| genre =
| movement = [[Bengalবংগ Renaissanceপুণৰ্জাগৰণ]]
| language = [[বঙালী ভাষা|বঙালী]], [[ইংৰাজী ভাষা|ইংৰাজী]]
| language = বাংলা, ইৰাজী
| subject = সাহিত্যিক
| alma_mater = [[কলকাতা বিশ্ববিদ্যালয়]]
| notableworks = ''[[দুর্গেশনন্দিনীদুৰ্গেশনন্দিনী]]''<br>''[[কপালকুণ্ডলা]]''<br>''[[দেবী চৌধুৰাণী]]''<br>''[[আনন্দমঠ]]''<br>''[[বন্দে মাতৰম্‌]]''
}}
'''বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়''' ({{lang-bn|বঙ্কিমচন্দ্র চট্টোপাধ্যায়}}) ভাৰতৰ এজন সাহিত্যিক, উপন্যাসিক তথা গীতিকাৰ। তেঁও ভাৰতৰ জাতীয় স্তোত্ৰ [[বন্দে মাতৰম্‌]] গীতৰ ৰচিয়তা । এই মহান ৰচনাৰ বাবে বৃটিছ শাসন যুগৰ পৰা বৰ্তমানদিনলৈকে তেঁও প্ৰতিটো ভাৰতীয়ৰ অন্তৰত চিৰস্মৰণীয়।ৰচিয়তা। তেঁও কমলাকান্ত ছদ্মনামত সাহিত্য ৰচনা কৰিছিল।
 
==জন্ম আৰু শিক্ষা==
১৮৩৮ চনৰ ২৭ জুন তাৰিখততাৰিখে যাদবচন্দ্ৰ চট্টোপাধ্যায়ৰ ঔৰস আৰু দুৰ্গাসুন্দৰীৰ গৰ্ভত বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ জন্ম হয়। পশ্চিমবঙ্গ ৰাজ্যৰ বৰ্তমান উত্তৰ ২৪ পৰগনা জিলাৰ নৈহাটিৰ নিকটস্থ কাঁঠালপাৰা গ্ৰাম তেঁওৰ জন্মস্থান। পাঁচ বছৰ বয়সতে তেঁওলোকৰ কুল-পুৰহিত বিশ্বম্ভৰ ভট্টাচাৰ্যৰ তত্বাবধানত বঙ্কিমচন্দ্ৰৰ শিক্ষা জীবন আৰম্ভ হয়। শিশু কালৰ পৰা তেঁওৰ অসাধৰণ মেধাৰ পৰিচয় পোৱা গৈছিল। তেঁওৰ কনিষ্ঠ সহোদৰ পুৰ্ণচন্দ্ৰ চট্টোপাধ্যায় লিখিছিল, " শুনিছো, বঙ্কিমচন্দ্ৰ এদিনতেই বঙালিবঙালী বৰ্ণমালা আয়ত্ত কৰিবলৈ সক্ষম হৈছিল। তেঁও গাঁওৰ পাঠশালাত কেতিয়াও যোৱা নাছিল, পাঠশালাৰ শিক্ষক ৰামপ্ৰাণ সৰকাৰ গৃহ শিক্ষকৰূপে নিযুক্ত হৈছিল। বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ ৰচনাৰ পৰা জানিবলৈ পোৱা যায় যে ৰামপ্ৰাণ দেৱৰ শিক্ষাৰ পৰা তেঁও বিশেষ উপকৃত হোৱা নাই। তেঁও লিখিছিল, "আঠ-দহ মাহতে সেই মহাত্মাৰ হস্তৰ পৰা মুক্তি পায় মেদিনীপুৰলৈ গমন কৰিলো"।
 
১৮৪৪ চনত মেদিনীপুৰত তেঁওৰ প্ৰকৃত শিক্ষাৰ সূচনা হয়। মেদিনীপুৰৰ ইংৰাজী স্কুলত প্ৰধান শিক্ষক এফ টিডৰ পৰামৰ্শত যাদবচন্দ্ৰ শিশু বঙ্কিমচন্দ্ৰক সেই স্কুলত নামভৰ্তি কৰায়। ইয়াতেও তেঁও নিজ মেধাৰ পৰিচয় দিয়ে। পুৰ্ণচন্দ্ৰৰ ৰচনাৰ পৰা জনা যায় যে বাৰ্ষিক পৰীক্ষাৰ ফলাফল প্ৰদৰ্শন কৰি তেঁওক ডবল প্ৰম'চন দিবলৈ উদ্যত হয়। ১৮৪৯ চনত তেঁও পুনৰায় কাঁঠালপাৰাত উভতি আহে ।আহে। ইয়াত তেঁও শ্রীৰামশ্ৰীৰাম ন্যায়বাগীচৰ পৰা বাংলা[[বঙালী ভাষা|বঙালী]] আৰু [[সংস্কৃত]] ভাষাৰ শিক্ষা গ্রহণগ্ৰহণ কৰে ।কৰে। তেঁও খুব ভাল আবৃত্তিকাৰ আছিল । আছিল।
 
সংবাদ প্রভাকৰপ্ৰভাকৰ আৰু সংবাদ সাধুরঞ্জনতসাধুৰঞ্জনত প্রকাশিতপ্ৰকাশিত বহু কবিতা তেঁও এই বয়সতে কন্ঠস্থ কৰিবলৈ সক্ষম হৈছিল ।হৈছিল। ভাৰত ৰায়চন্দ্রৰায়চন্দ্ৰ ৰচিত বিদ্যাসুন্দৰ কাব্যৰ পৰা বিদ্যাৰৰূপবর্ণনবিদ্যাৰৰূপবৰ্ণন আৰু জয়দেৱ প্রণীতপ্ৰণীত গীতগোবিন্দমৰ পৰা ধীৰে সমীৰে যমুনাতীৰে কবিতা আবৃত্তি কৰিছিল ।কৰিছিল। পণ্ডিত হলধৰ তর্কচুড়ামণিৰতৰ্কচুড়ামণিৰ পৰা তেঁও মহাভাৰত শ্রবণশ্ৰবণ কৰিছিল ।কৰিছিল। পণ্ডিত হলধৰ মহোদয় শিক্ষা দিছিল, " শ্রীকৃ্ষ্ণশ্ৰীকৃ্ষ্ণ আদর্শআদৰ্শ পুৰুষ আৰু আদর্শআদৰ্শ চৰিত্রচৰিত্ৰ" । এই শিক্ষা তেঁওৰ বিভিন্ন ৰচনাত প্ৰতিফলিত প্রতিফলিত হৈছিল ।হৈছিল।
 
১৮৪৯ চনত তেঁও হুগলি কলেজত (তেতিয়াৰ হুগলি মহচিন কলেজ) নামভর্তিনামভৰ্তি কৰায় ।কৰায়। ইয়াত তেঁও সাত বছৰ অধ্যয়ণ কৰে ।কৰে। হুগলি কলেজত অধ্যয়ণৰত সময়ত ১৮৫৩ চনত জুনিয়ৰ স্কলাৰচিপত প্রথমপ্ৰথম স্থান লাভ কৰি প্রতিপ্ৰতি মাহে আঠ টকা বৃত্তি লা্ভ কৰিছিললাভ কৰিছিল। এই সময়ছোৱাত সংবাদ প্রভাকৰপ্ৰভাকৰ কবিতা প্রতিযোগিতাতপ্ৰতিযোগিতাত অংশগ্রহণঅংশগ্ৰহণ কৰি বিশ টকা নগদ ধন পুৰস্কাৰ লাভ কৰে । কৰে। হুগলি কলেজত অধ্যয়নৰত সময়ৰ পৰা তেঁও কবিবৰ ঈশ্বৰচন্দ্রঈশ্বৰচন্দ্ৰ গুপ্তৰ সংবাদ প্রভাকৰপ্ৰভাকৰ আৰু সংবাদ সাধুবঞ্জনত গদ্য-পদ্য ৰচণা কৰিছিলকৰিছিল। । পৰবর্তীপৰবৰ্তী সময়ত তেঁওৰ বহু ৰচনা এই কাকতত প্রকাশিত হৈছিলপ্ৰকাশিত হৈছিল। ১৮৫৬ চনত হুগলি কলেজত চিনিয়ৰ বৃত্তি পৰীক্ষাত বিশেষ কৃতিত্ব প্রদর্শনপ্ৰদৰ্শন কৰি দুবছৰৰ বাবে প্রতিমাহেপ্ৰতিমাহে ২০ টকা বৃত্তি লাভ কৰিছিল ।কৰিছিল। এই সময়ছোৱাত হুগলি কলেজ বাদ দি আইন অধ্যয়ণৰ বাবে প্রেচিডেঞ্চিপ্ৰেচিডেঞ্চি কলেজত নামভর্তিনামভৰ্তি কৰায় ।কৰায়। ১৮৫৭ চনত কলকাতা বিশ্ববিদ্যালয় প্রতিষ্ঠাপ্ৰতিষ্ঠা কৰা হয় ।হয়। বিশ্ববিদ্যালয় কতৃপক্ষ এন্ট্রাঞ্চএন্ট্ৰাঞ্চ বা প্রবেশিকাপ্ৰবেশিকা পৰীক্ষাৰ প্রবর্তন কৰিছিলপ্ৰবৰ্তন কৰিছিল। প্রেচিডেঞ্চিপ্ৰেচিডেঞ্চি কলেজৰ আইন বিভাগৰ পৰা পৰিক্ষা দি তেঁও প্রথমপ্ৰথম বিভাগত উত্তীর্ণউত্তীৰ্ণ হৈছিল ।হৈছিল। ১৮৫৮ চনত প্রথমবাৰৰপ্ৰথমবাৰৰ বাবে বি.এ পৰীক্ষা লোৱা হয় মুঠ দহজনৰ ভিতৰত বঙ্কিমচন্দ্রবঙ্কিমচন্দ্ৰ আৰু যদুনাথ বসু উত্তীর্ণ হৈছিল ।উত্তীৰ্ণ হৈছিল।
 
পিতাৰ ন্যায় তেঁও ডেপুটি মেজিষ্ট্রেটমেজিষ্ট্ৰেট আৰু ডেপুটি কালেকটৰ পদত চৰকাৰী চাকৰীত যোগদান কৰিছিল । কৰিছিল। অতি নিষ্ঠাৰ সহিত তেঁও কর্তব্যকৰ্তব্য পালন কৰিছিল ।কৰিছিল। ১৮৯১ চনত ৰায় বাহাদুৰ আৰু ১৮৯৪ চনত কম্পেনিয়ন অফ দ্য মোষ্ট এমিনেন্ট অর্ডাৰঅৰ্ডাৰ অফ দ্য ইণ্ডিয়ান এম্পায়াৰ উপাধিত বৃটিছ চৰকাৰ তেঁওক বিভূষিত কৰিছিল ।কৰিছিল। কিন্তু তেঁও চৰকাৰী কর্মচাৰীৰূপতকৰ্মচাৰীৰূপত নহয় প্রকৃতপক্ষতপ্ৰকৃতপক্ষত এজন বিশিষ্ট লেখক বাঙলা তথা ভাৰতৰ নবজাগৰণৰ প্রমুখপ্ৰমুখ ব্যক্তি ৰূপত বিখ্যাত । বিখ্যাত।
 
১৮৪৯ চনত তেঁও হুগলি কলেজত (তেতিয়াৰ হুগলি মহচিন কলেজ) নামভর্তি কৰায় । ইয়াত তেঁও সাত বছৰ অধ্যয়ণ কৰে । হুগলি কলেজত অধ্যয়ণৰত সময়ত ১৮৫৩ চনত জুনিয়ৰ স্কলাৰচিপত প্রথম স্থান লাভ কৰি প্রতি মাহে আঠ টকা বৃত্তি লা্ভ কৰিছিল । এই সময়ছোৱাত সংবাদ প্রভাকৰ কবিতা প্রতিযোগিতাত অংশগ্রহণ কৰি বিশ টকা নগদ ধন পুৰস্কাৰ লাভ কৰে । হুগলি কলেজত অধ্যয়নৰত সময়ৰ পৰা তেঁও কবিবৰ ঈশ্বৰচন্দ্র গুপ্তৰ সংবাদ প্রভাকৰ আৰু সংবাদ সাধুবঞ্জনত গদ্য-পদ্য ৰচণা কৰিছিল । পৰবর্তী সময়ত তেঁওৰ বহু ৰচনা এই কাকতত প্রকাশিত হৈছিল । ১৮৫৬ চনত হুগলি কলেজত চিনিয়ৰ বৃত্তি পৰীক্ষাত বিশেষ কৃতিত্ব প্রদর্শন কৰি দুবছৰৰ বাবে প্রতিমাহে ২০ টকা বৃত্তি লাভ কৰিছিল । এই সময়ছোৱাত হুগলি কলেজ বাদ দি আইন অধ্যয়ণৰ বাবে প্রেচিডেঞ্চি কলেজত নামভর্তি কৰায় । ১৮৫৭ চনত কলকাতা বিশ্ববিদ্যালয় প্রতিষ্ঠা কৰা হয় । বিশ্ববিদ্যালয় কতৃপক্ষ এন্ট্রাঞ্চ বা প্রবেশিকা পৰীক্ষাৰ প্রবর্তন কৰিছিল । প্রেচিডেঞ্চি কলেজৰ আইন বিভাগৰ পৰা পৰিক্ষা দি তেঁও প্রথম বিভাগত উত্তীর্ণ হৈছিল । ১৮৫৮ চনত প্রথমবাৰৰ বাবে বি.এ পৰীক্ষা লোৱা হয় মুঠ দহজনৰ ভিতৰত বঙ্কিমচন্দ্র আৰু যদুনাথ বসু উত্তীর্ণ হৈছিল ।
পিতাৰ ন্যায় তেঁও ডেপুটি মেজিষ্ট্রেট আৰু ডেপুটি কালেকটৰ পদত চৰকাৰী চাকৰীত যোগদান কৰিছিল । অতি নিষ্ঠাৰ সহিত তেঁও কর্তব্য পালন কৰিছিল । ১৮৯১ চনত ৰায় বাহাদুৰ আৰু ১৮৯৪ চনত কম্পেনিয়ন অফ দ্য মোষ্ট এমিনেন্ট অর্ডাৰ অফ দ্য ইণ্ডিয়ান এম্পায়াৰ উপাধিত বৃটিছ চৰকাৰ তেঁওক বিভূষিত কৰিছিল । কিন্তু তেঁও চৰকাৰী কর্মচাৰীৰূপত নহয় প্রকৃতপক্ষত এজন বিশিষ্ট লেখক বাঙলা তথা ভাৰতৰ নবজাগৰণৰ প্রমুখ ব্যক্তি ৰূপত বিখ্যাত ।
==বিবাহ==
নাৰায়ণপুৰ গাঁওৰ পঞ্চম বর্ষীয়াবৰ্ষীয়া বালিকাৰ সৈতে ১৮৪৯ চনত মাত্রমাত্ৰ ১১ বছৰ বয়সত বঙ্কিমচন্দ্রবঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ প্রথমপ্ৰথম বিবাহ হয় ।হয়। কিন্তু দুর্ভাগ্যবশঃদুৰ্ভাগ্যবশঃ ১৮৫৯ চনত তেঁওৰ পত্নীৰ মৃত্যু হৈছিল ।হৈছিল। ১৮৬০ চনৰ জুন মাহত হালি চহৰৰ বিখ্যাত চৌধুৰী বংশৰ কন্যা ৰাজলক্ষীৰ সৈতে তেঁওৰ বিবাহ হৈছিল । হৈছিল।
 
==কর্মজীবন==
==কৰ্মজীবন==
# [[যশোৰ]] - ডেপুটি মেজিষ্ট্রেট আৰু ডেপুটি কালেকটৰ - যোগদানৰ তাৰিখ: [[১৮৫৮]], [[৭ আগস্ট]]
# [[নেগুয়াযশোৰ]] ([[মেদিনীপুৰ]]) - ডেপুটি মেজিষ্ট্রেটমেজিষ্ট্ৰেট আৰু ডেপুটি কালেকটৰ - যোগদানৰ তাৰিখঃতাৰিখ: [[১৮৬০১৮৫৮]], [[ ফেব্রুয়াৰিআগষ্ট]]
# [[খুলনানেগুয়া]] ([[মেদিনীপুৰ]]) - ডেপুটি মেজিষ্ট্রেটমেজিষ্ট্ৰেট আৰু ডেপুটি কালেকটৰ যোগদানৰ তাৰিখঃ [[১৮৬০]], [[৯ নভেম্বৰফেব্ৰুৱাৰী]]
# [[বারুইপুরখুলনা]] ([[২৪ পরগনা]]) -ডেপুটি মেজিষ্ট্রেটমেজিষ্ট্ৰেট আৰু ডেপুটি কালেকটৰ যোগদানৰ তাৰিখ - তাৰিখঃ [[১৮৬৪১৮৬০]], [[ মার্চনৱেম্বৰ]]
# [[মুর্শিদাবাদবাৰুইপুৰ]] ([[২৪ পৰগনা]]) - ডেপুটি মেজিষ্ট্রেটমেজিষ্ট্ৰেট আৰু ডেপুটি কালেকটৰ যোগদানৰ তাৰিখ -: ১৮৬৯[[১৮৬৪]], ১৫[[৫ ডিসেম্বৰ।মাৰ্চ]]
# [[যশোৰমুৰ্শিদাবাদ]] - ডেপুটি মেজিষ্ট্রেটমেজিষ্ট্ৰেট আৰু ডেপুটি কালেকটৰ - যোগদানৰ তাৰিখ-: [[১৮৫৮]]১৮৬৯, [[৭১৫ আগস্ট]]ডিসেম্বৰ।
# মুর্শিদাবাদমুৰ্শিদাবাদ- কালেক্টৰ - পদোন্নতিৰ তাৰিখ: ১৮৭১, ১০ জুন।
# কলিকাতাকলিকতা - বেঙ্গল গনর্মেন্টেৰগনৰ্মেন্টেৰ এসিটেন্টিএচিটেন্টি সেক্রেটাৰীচেক্ৰেটেৰী- যোগদানৰ তাৰিখ: ১৮৮১, ৪ চেপ্টেম্বৰ।
# আলিপুর -ডেপুটি মেজিষ্ট্রেট আৰু ডেপুটি কালেকটৰ - ১৮৮২, ২৬ জানুয়ারি।
# জাজপুর (কটক)আলিপুৰ - ডেপুটি মেজিষ্ট্রেটমেজিষ্ট্ৰেট আৰু ডেপুটি কালেকটৰ - ১৮৮৩১৮৮২, ২৬ আগস্ট।জানুৱাৰী।
#হাওৰা জাজপুৰ (কটক) - ডেপুটি মেজিষ্ট্রেটমেজিষ্ট্ৰেট আৰু ডেপুটি কালেকটৰ - ১৮৮৩, ১৪ ফেব্রুয়ারি।আগষ্ট।
# ঝিনাইদহহাওৰা - ডেপুটি মেজিষ্ট্রেটমেজিষ্ট্ৰেট আৰু ডেপুটি কালেকটৰ - ১৮৮৫১৮৮৩, ১৪ জুলাই।ফেব্ৰুৱাৰী।
# আলিপুরঝিনাইদহ - ডেপুটি মেজিষ্ট্রেটমেজিষ্ট্ৰেট আৰু ডেপুটি কালেকটৰ - ১৮৮২১৮৮৫, ২৬ জানুয়ারি।জুলাই।
# অবসৰগ্রহণৰ তাৰিখ: ১৮৯১, ১৪ সেপ্টেম্বৰ ।
# অবসৰগ্ৰহণৰ তাৰিখ: ১৮৯১, ১৪ চেপ্টেম্বৰ।
===- গ্রন্থ তালিকা ===
 
{{মূল নিবন্ধ|বঙ্কিমচন্দ্র চট্টোপাধ্যায়ের সাহিত্য কর্ম}}
== গ্ৰন্থপঞ্জী ==
{|
|- valign=top
|
'''উপন্যাস'''
* [[দুৰ্গেশনন্দিনী]]
* [[দুর্গেশনন্দিনী]]
* [[কপালকুণ্ডলা]]
* [[মৃণালিনী]]
Line 59 ⟶ 57:
* [[ইন্দিৰা]]
* [[যুগলাঙ্গুৰীয়া]]
* [[চন্দ্ৰশেখৰ]]
* [[চন্দ্রশেখৰ]]
* [[ৰাধাৰানী]]
* [[ৰজনী]]
Line 67 ⟶ 65:
* [[দেবী চৌধুৰানী]]
* [[সীতাৰাম]]
* উপকথা (''ইন্দিৰা'',''যুগলাঙ্গুৰীয়'' ও ''ৰাধাৰানী'' ত্ৰয়ী সংগ্ৰহ)
* উপকথা
* Rajmohan's Wife (ইংরেজিইংৰাজী উপন্যাস)
(''ইন্দিরা'',''যুগলাঙ্গুরীয়'' ও ''রাধারানী'' ত্রয়ী সংগ্রহ)
* Rajmohan's Wife (ইংরেজি উপন্যাস)
|
'''প্ৰবন্ধ গ্ৰন্থ'''
'''প্রবন্ধ গ্রন্থ'''
* [[কমলাকান্তেৰ দপ্তৰ]]
* [[লোকৰহস্য]]
* [[কৃষ্ণ চৰিত্রচৰিত্ৰ]]
* বিজ্ঞানৰহস্য
* বিবিধ সমালোচনা
* প্রবন্ধপ্ৰবন্ধ-পুস্তক
* সাম্য
* কৃষ্ণ চৰিত্রচৰিত্ৰ
* বিবিধ প্রবন্ধপ্ৰবন্ধ
* মুচিৰাম গুড়েৰ জীবনচৰিত
|
'''বিবিধ'''
* ললিতা
* ধৰ্ম্মতত্ত্ব
* ধর্ম্মতত্ত্ব
* সহজ ৰচনা শিক্ষা
* শ্ৰীমদ্ভগবদগীতা
* শ্রীমদ্ভগবদগীতা
* কবিতাপুস্তক (কিছু কবিতা, এবং ''ললিতা'' ও ''মানস'')
(কিছু কবিতা, এবং ''ললিতা'' ও ''মানস'')
|
'''সম্পাদিত গ্রন্থাবলীগ্ৰন্থাবলী '''
* দীনবন্ধু মিত্রেৰমিত্ৰেৰ জীবনী
* বাঙ্গলা সাহিত্যে প্যাৰীচাঁদ মিত্রেৰমিত্ৰেৰ স্থান
* সঞ্জীবচন্দ্রসঞ্জীবচন্দ্ৰ চট্টোপাধ্যায়েৰ জীবনী
|}
তেঁওৰ বিখ্যাত আৰু জনপ্রিয়জনপ্ৰিয় ৰচনা [[বন্দে মাতৰম-সুজলাং সুফলাং মাতৰম্‌]]
 
==তথ্যসুত্র==
==তথ্যসূত্ৰ==
{{reflist}}