বিষ্ণু শইকীয়া 08:45, 3 নৱেম্বৰ 2014 (UTC) বিষ্ণু শইকীয়া 12:54, 21 মে' 2014 (UTC)

বৰদৈচিলা সম্পাদনা কৰক

ৱিকিপিডিয়াত আপোনাক লিখা দেখি ভাল লাগিছে।

ইং ৱিকিৰ বৰদৈচিলা প্ৰবন্ধটোতো ([1]) আৰু অলপ তথ্য আছে, ইচ্ছা কৰিলে যোগ দিব পাৰে।

প্রভাকৰ শৰ্মা নেওগ (talk) 12:48, 6 জুন 2014 (UTC)

Moon শব্দ অসমীয়াত চন্দ্ৰ লিখিলেই ভাল হ’ব। বিষ্ণু শইকীয়া 08:21, 19 জুন 2014 (UTC)

বঙালী ভাষাৰ ব্যৱহাৰ সম্পাদনা কৰক

পোনপ্ৰথমে আপোনাক অসমীয়া ৱিকিপিডিয়াত বৰঙণি আগবঢ়োৱাৰ বাবে ধন্যবাদ জনালোঁ। আপুনি শেহতীয়াকৈ সৃষ্টি কৰা প্ৰবন্ধসমূহত বঙালী ভাষাৰ ব্যৱহাৰ কৰা মোৰ সৃষ্টিগোচৰ হৈছে। অসমীয়া ভাষা আৰু বঙালী ভাষা দুটা ভিন্ন ভাষা। দুয়োটা ভাষাৰে বাক্যৰ গঠনশৈলী, বানান আদি ভিন্ন। অসমীয়া ভাষাৰ ৱিকিপিডিয়াত কেৱল অসমীয়া ভাষাৰ প্ৰবন্ধহে গ্ৰহণযোগ্য হয়। সেয়ে অনুগ্ৰহ কৰি প্ৰবন্ধসমূহ অসমীয়াত লিখে যেন। বঙালী ভাষা -ৰ সলনি অসমীয়া ভাষাৰ -ৰ ব্যৱহাৰ কে যেন। --SlowPhoton (talk) 09:00, 6 December 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

@SlowPhoton: মহোদয়,ক্ষমা কৰিব । পৰবর্তী সময়ত মই সঠিক আৰু নির্ভুল অসমীয়া প্রবদ্ধ ৰচনা কৰিবলৈ চেষ্টা কৰিম । যদি মোৰ ৰচনাত পুনৰায় কিবা ভুল দৃষ্টিগোচৰ হয় তেন্তে মোক পুনৰায় অবগত কৰাবলৈ আপোনাক বিনম্র অনুৰোধ জনালো ।--Amrit barman (talk) 10:45, 6 December 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters সম্পাদনা কৰক

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:26, 30 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.