বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
র->ৰ
16 নং শাৰী:
| notableworks = ''[[দুৰ্গেশনন্দিনী]]''<br>''[[কপালকুণ্ডলা]]''<br>''[[দেবী চৌধুৰাণী]]''<br>''[[আনন্দমঠ]]''<br>''[[বন্দে মাতৰম্‌]]''
}}
'''বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়''' ভাৰতৰ এজন সাহিত্যিক, উপন্যাসিক তথা গীতিকাৰগীতিকাৰ।<ref>সংসদ বাঙালি চরিতাভিধানচৰিতাভিধান - প্রথমপ্ৰথম খণ্ড - সংশোধিত পঞ্চম সংস্করনসংস্কৰন - সাহিত্য সংসদ</ref> তেঁও ভাৰতৰ জাতীয় স্তোত্ৰ [[বন্দে মাতৰম্‌]] গীতৰ ৰচিয়তা। তেঁও কমলাকান্ত ছদ্মনামত সাহিত্য ৰচনা কৰিছিলকৰিছিল।<ref>''মাসিক কারেন্টকাৰেন্ট ওয়ার্ল্ডওয়াৰ্ল্ড'', মে ২০১১, পৃ. ৩৩; পরিদর্শনেরপৰিদৰ্শনৰ তারিখতাৰিখ: ২৬ মে ২০১১ খ্রিস্টাব্দখ্ৰিষ্টাব্দ</ref>
 
==জন্ম আৰু শিক্ষা==
১৮৩৮ চনৰ ২৭ জুন তাৰিখত যাদবচন্দ্ৰ চট্টোপাধ্যায়ৰ ঔৰস আৰু দুৰ্গাসুন্দৰীৰ গৰ্ভত বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ জন্ম হয়। [[পশ্চিমবঙ্গ]] ৰাজ্যৰ বৰ্তমান উত্তৰ ২৪ পৰগনা জিলাৰ নৈহাটিৰ নিকটস্থ কাঁঠালপাৰা গ্ৰাম তেঁওৰ জন্মস্থান। পাঁচ বছৰ বয়সতে তেঁওলোকৰ কুল-পুৰহিত বিশ্বম্ভৰ ভট্টাচাৰ্যৰ তত্বাবধানত বঙ্কিমচন্দ্ৰৰ শিক্ষা জীবন আৰম্ভ হয়। শিশু কালৰ পৰা তেঁওৰ অসাধৰণ মেধাৰ পৰিচয় পোৱা গৈছিল। তেঁওৰ কনিষ্ঠ সহোদৰ পুৰ্ণচন্দ্ৰ চট্টোপাধ্যায় লিখিছিল, "শুনিছো, বঙ্কিমচন্দ্ৰ এদিনতেই বঙালী বৰ্ণমালা আয়ত্ত কৰিবলৈ সক্ষম হৈছিলহৈছিল।<ref name="ReferenceA">প্রবন্ধপ্ৰবন্ধ ''বঙ্কিমচন্দ্রেরবঙ্কিমচন্দ্ৰেৰ বাল্যশিক্ষা'', পূর্ণচন্দ্রপূৰ্ণচন্দ্ৰ চট্টোপাধ্যায়, ''বঙ্কিম-প্রসঙ্গপ্ৰসঙ্গ'' গ্রন্থগ্ৰন্থ, সুরেশচন্দ্রসুৰেশচন্দ্ৰ সমাজপতি সম্পাদিত</ref><ref>''বঙ্কিমচন্দ্রজীবনীবঙ্কিমচন্দ্ৰজীবনী'', অমিত্রসূদনঅমিত্ৰসূদন ভট্টাচার্যভট্টাচাৰ্য, আনন্দ পাবলিশার্সপাবলিশাৰ্স প্রাইভেটপ্ৰাইভেট লিমিটেড, [[কলকাতা]], [[১৯৯১]], পৃ. ২৫ থেকে উদ্ধৃত</ref> তেঁও গাঁওৰ পাঠশালাত কেতিয়াও যোৱা নাছিল, পাঠশালাৰ শিক্ষক ৰামপ্ৰাণ সৰকাৰ গৃহ শিক্ষকৰূপে নিযুক্ত হৈছিল। বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ ৰচনাৰ পৰা জানিবলৈ পোৱা যায় যে ৰামপ্ৰাণ দেৱৰ শিক্ষাৰ পৰা তেঁও বিশেষ উপকৃত হোৱা নাই<ref>বঙ্কিমচন্দ্রবঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় (জীবনকথা), ''বঙ্কিম রচনাবলীৰচনাবলী'', প্রথমপ্ৰথম খণ্ড, [[যোগেশচন্দ্রযোগেশচন্দ্ৰ বাগল]] সম্পাদিত, সাহিত্য সংসদ, [[কলকাতা]], পৃষ্ঠা নয়</ref>। তেঁও লিখিছিল, "আঠ-দহ মাহতে সেই মহাত্মাৰ হস্তৰ পৰা মুক্তি পায় মেদিনীপুৰলৈ গমন কৰিলো"।
 
১৮৪৪ চনত মেদিনীপুৰত তেঁওৰ প্ৰকৃত শিক্ষাৰ সূচনা হয়। মেদিনীপুৰৰ ইংৰাজী স্কুলত প্ৰধান শিক্ষক এফ টিডৰ পৰামৰ্শত যাদবচন্দ্ৰ শিশু বঙ্কিমচন্দ্ৰক ইংৰাজী স্কুলত নামভৰ্তি কৰায়। ইয়াতেও তেঁও নিজ মেধাৰ পৰিচয় দিছিল। পুৰ্ণচন্দ্ৰৰ ৰচনাৰ পৰা জনা যায় যে বাৰ্ষিক পৰীক্ষাৰ ফলাফল প্ৰদৰ্শন কৰি এফ টিড মহোদয় তেঁওক ডবল প্ৰম'চন দিবলৈ উদ্যত হয়হয়।<ref name="ReferenceA"/><ref>''বঙ্কিমচন্দ্রজীবনীবঙ্কিমচন্দ্ৰজীবনী'', অমিত্রসূদনঅমিত্ৰসূদন ভট্টাচার্যভট্টাচাৰ্য, আনন্দ পাবলিশার্সপাবলিশাৰ্স প্রাইভেটপ্ৰাইভেট লিমিটেড, [[কলকাতা]], [[১৯৯১]], পৃ. ২৫</ref> ১৮৪৯ চনত তেঁও পুনৰায় কাঁঠালপাৰাত উভতি আহে। ইয়াত তেঁও শ্ৰীৰাম ন্যায়বাগীচৰ পৰা [[বঙালী ভাষা|বঙালী]] আৰু [[সংস্কৃত]] ভাষাৰ শিক্ষা গ্ৰহণ কৰে। তেঁও খুব ভাল আবৃত্তিকাৰ আছিল।
 
সংবাদ প্ৰভাকৰ আৰু সংবাদ সাধুৰঞ্জনত প্ৰকাশিত বহু কবিতা তেঁও এই বয়সতে কন্ঠস্থ কৰিবলৈ সক্ষম হৈছিল। ভাৰত ৰায়চন্দ্ৰ ৰচিত বিদ্যাসুন্দৰ কাব্যৰ পৰা বিদ্যাৰৰূপবৰ্ণন আৰু জয়দেৱ প্ৰণীত গীতগোবিন্দমৰ পৰা ধীৰে সমীৰে যমুনাতীৰে কবিতা আবৃত্তি কৰিছিল। পণ্ডিত হলধৰ তৰ্কচুড়ামণিৰ পৰা তেঁও [[মহাভাৰত]] শ্ৰবণ কৰিছিল। পণ্ডিত হলধৰ মহোদয় শিক্ষা দিছিল, " [[কৃষ্ণ|শ্ৰীকৃ্ষ্ণ]] আদৰ্শ পুৰুষ আৰু আদৰ্শ চৰিত্ৰ"। এই শিক্ষা তেঁওৰ বিভিন্ন ৰচনাত প্ৰতিফলিত হৈছিলহৈছিল।<ref>প্রবন্ধপ্ৰবন্ধ ''বঙ্কিমচন্দ্রেরবঙ্কিমচন্দ্ৰেৰ বাল্যশিক্ষা'', পূর্ণচন্দ্রপূৰ্ণচন্দ্ৰ চট্টোপাধ্যায়, ''বঙ্কিম-প্রসঙ্গপ্ৰসঙ্গ'' গ্রন্থগ্ৰন্থ, সুরেশচন্দ্রসুৰেশচন্দ্ৰ সমাজপতি সম্পাদিত, পৃষ্ঠা ৩৩-৪১</ref>
 
১৮৪৯ চনত তেঁও [[হুগলি কলেজ|হুগলি কলেজত]] (তেতিয়াৰ হুগলি মহচিন কলেজ) নামভৰ্তি কৰায়। ইয়াত তেঁও সাত বছৰ অধ্যয়ণ কৰে। হুগলি কলেজত অধ্যয়ণৰত সময়ত ১৮৫৩ চনত জুনিয়ৰ স্কলাৰচিপত প্ৰথম স্থান লাভ কৰি প্ৰতি মাহে আঠ টকা বৃত্তি লাভ কৰিছিল। এই সময়ছোৱাত সংবাদ প্ৰভাকৰ কবিতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিশ টকা নগদ ধন পুৰস্কাৰ লাভ কৰে। হুগলি কলেজত অধ্যয়নৰত সময়ৰ পৰা তেঁও কবিবৰ ঈশ্বৰচন্দ্ৰ গুপ্তৰ সংবাদ প্ৰভাকৰ আৰু সংবাদ সাধুবঞ্জনত গদ্য-পদ্য ৰচণা কৰিছিল। পৰবৰ্তী সময়ত তেঁওৰ বহু ৰচনা এই কাকতত প্ৰকাশিত হৈছিল। ১৮৫৬ চনত হুগলি কলেজত চিনিয়ৰ বৃত্তি পৰীক্ষাত বিশেষ কৃতিত্ব প্ৰদৰ্শন কৰি দুবছৰৰ বাবে প্ৰতিমাহে ২০ টকা বৃত্তি লাভ কৰিছিল। এই সময়ছোৱাত হুগলি কলেজ বাদ দি আইন অধ্যয়ণৰ বাবে প্ৰেচিডেঞ্চি কলেজত নামভৰ্তি কৰায়। ১৮৫৭ চনত [[কলকাতা বিশ্ববিদ্যালয়]] প্ৰতিষ্ঠা কৰা হয়। বিশ্ববিদ্যালয় কতৃপক্ষ এন্ট্ৰাঞ্চ বা প্ৰবেশিকা পৰীক্ষাৰ প্ৰবৰ্তন কৰিছিল। প্ৰেচিডেঞ্চি কলেজৰ আইন বিভাগৰ পৰা পৰিক্ষা দি তেঁও প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল। ১৮৫৮ চনত প্ৰথমবাৰৰ বাবে বি.এ পৰীক্ষা লোৱা হয় মুঠ দহজনৰ ভিতৰত বঙ্কিমচন্দ্ৰ আৰু যদুনাথ বসু উত্তীৰ্ণ হৈছিল।
36 নং শাৰী:
# [[নেগুয়া]] ([[মেদিনীপুৰ]]) - ডেপুটি মেজিষ্ট্ৰেট আৰু ডেপুটি কালেকটৰ যোগদানৰ তাৰিখঃ [[১৮৬০]], [[৯ ফেব্ৰুৱাৰী]]
# [[খুলনা]] -ডেপুটি মেজিষ্ট্ৰেট আৰু ডেপুটি কালেকটৰ যোগদানৰ তাৰিখঃ [[১৮৬০]], [[৯ নৱেম্বৰ]]
# [[বাৰুইপুৰ]] ([[২৪ পৰগনা]]) - ডেপুটি মেজিষ্ট্ৰেট আৰু ডেপুটি কালেকটৰ যোগদানৰ তাৰিখ - [[১৮৬৪]], [[৫ মাৰ্চ]]
# [[মুৰ্শিদাবাদ]] - ডেপুটি মেজিষ্ট্ৰেট আৰু ডেপুটি কালেকটৰ যোগদানৰ তাৰিখ-: ১৮৬৯, ১৫ ডিসেম্বৰ।
# মুৰ্শিদাবাদ- কালেক্টৰ - পদোন্নতিৰ তাৰিখ: ১৮৭১, ১০ জুন।