ৰাজেন্দ্ৰ প্ৰসাদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2405:204:B007:EE3F:955C:9439:62B3:D697 (আলোচনা)-ই কৰা 212162 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
বানান শুধৰণি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
36 নং শাৰী:
}}
 
''' ৰাজেন্দ্ৰ প্ৰসাদ ''' ({{lang-en| Rajendra Prasad}})(জন্ম:১৮৮৪- মৃত্যু:১৯৬৩) ১৯৫০ চনৰ ২৬ জানুৱাৰীত সাৰ্বভৌম বাৰতভাৰত গণৰাজ্যৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে কাৰ্য্যভাৰ গ্ৰহন কৰিছিল। তেওঁ স্বাধীনতা সংগ্ৰামৰ ১৯২১ চনৰ [[অসহযোগ আন্দোলন]], ১৯৩২ চনৰ আইন [[অমান্য আন্দোলন]] আৰু ১৯৪২ চনৰ [[ভাৰত ত্যাগ আন্দোলন]]ৰ সক্ৰিয় অংশ গ্ৰহণকাৰী আছিল। তেওঁৰ নিষ্ঠা আৰু চৰম ত্যাগৰ দেশ সেৱাৰ বাবে ১৯৬২ চনত [[ভাৰত]] চৰকাৰে তেওঁক [[ভাৰত-ৰত্ন]] উপাধিৰে বিভূষিত কৰি সন্মানিত কৰিছিল। দেশৰ কোটি কোটি জনতাৰ মাজত '''ৰাজেন্দ্ৰ বাবু''' বুলি জনাজাত ডঃ ৰাজেন্দ্ৰ প্ৰসাদ এজন বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি আছিল। তেওঁ সাতোটা ভাষা ভাল দৰে জানিছিল। তেওঁ সাহিত্যিক আৰু সাংবাদিক হিচাপেও প্ৰখ্যাতি আছিল প্ৰচুৰ, সাংবাদিক জীৱনত তেওঁ ''চাৰ্চলাইট'' নামৰ এখন ইংৰাজী কাকত আৰু ''দেশ'' নামৰ এখন হিন্দী কাকত প্ৰতিষ্ঠা কৰিছিল।<ref name="ৰাজেন্দ্ৰ প্ৰসাদ">{{cite book | title=ভাৰত-ৰত্ন | publisher=অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্| author=সমীন কলিতা | pages=৩৮, ৩৯,৪০,৪১,৪২}}</ref>
 
 
==জন্ম আৰু পৰিয়াল==