লীনাক্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

link ইমেইল using Find link
39 নং শাৰী:
== লীনাক্সৰ ডিষ্ট্ৰীবিউশ্যন বা সংকলনসমূহ ==
 
লীনাক্স কাৰ্ণেল আৰু বিভিন্ন প্ৰগ্ৰেম সহকাৰে বিভিন্ন সংকলনৰূপে বিভিন্ন ব্যৱসায়ীক বা দাতব্য গোটে উপভোক্তাৰ ব্যৱহাৰৰ কাৰণে লীনাক্স প্ৰস্তুত কেৰ। বিভিন্ন মাধ্যম যেনে ইন্টাৰনেট, চি ডি/ডিভিডি, ইউ এচ বি ড্ৰাইভ ইত্যাদি ব্যৱহাৰ কৰি এই সংকলনবোৰ যোগান ধৰা হয়। এই বিভিন্ন সংকলনবোৰ সাধাৰণ দৈনন্দিন কামত যেনে ৱৰ্ড প্ৰচেচিং, স্প্ৰেডচিট, খেলা আদিত ব্যৱহাৰৰ উপৰিও িবিভন্ন বিশেষ ব্যৱহাৰ যেনে ৰাউটিং, শিক্ষামূলক ব্যৱহাৰ, [[ইমেইল]], ৱেব আদি বিভিন্ন ইন্টাৰনেট চাৰ্ভাৰ প্ৰগ্ৰেমৰ উপযোগী হোৱাকৈও প্ৰস্তুত কৰা হয়। আৰ্থিক লাভৰ বাবে উপভোক্তাৰ প্ৰয়োজন অনুসৰী কোনো কোনো সংগঠনে ব্যাৱসায়ীক সেৱা আৰু দিহা-পৰামৰ্শও আগবঢ়ায়।
 
নিম্নলিখিত তালিকাত এনে কিছুমান ভাষ্য আৰু সেইবোৰৰ বিষয়ে কিছু তথ্য দিয়া হ'ল।
"https://as.wikipedia.org/wiki/লীনাক্স"ৰ পৰা অনা হৈছে