মাধৱ কন্দলি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা মাধৱ কন্দলীৰ পৰা মাধৱ কন্দলিলৈ Gitartha.bordoloiয়ে স্থানান্তৰ কৰিলে: শুদ্ধ
নাম
1 নং শাৰী:
{{Infobox writer
| name = মাধৱ কন্দলীকন্দলি
| image =
| image_size =
24 নং শাৰী:
| influenced =
}}
'''মাধৱ কন্দলীকন্দলি''' ১৪ শ শতিকাৰ [[কছাৰী]] ৰজা মহামাণিক্যৰ (আনুমানিক ১৩৩০-১৩৭০ <sup>কি?</sup>খ্ৰীষ্টাব্দ) ৰাজসভাৰ এজন কবি<ref name=lit>[http://books.google.co.in/books?id=dqGojPpe8DIC&pg=PA401&lpg=PA401&dq=madhav+kandali&source=bl&ots=21FQB6upYR&sig=NDpKPjOhZkUs2bQOb9G-qrAYMhQ&hl=en&ei=Cx6QTtLZDojd0QHR58w9&sa=X&oi=book_result&ct=result&resnum=10&ved=0CFwQ6AEwCQ#v=onepage&q=madhav%20kandali&f=false]Indian Literature, Sahitya Akademi, (Assamese- Birinchi Kumar Barua, Praphulla Dutta Goswami, আহৰণ ১০.১০.২০১১</ref>। মাধৱ কন্দলীয়েকন্দলিয়ে উত্তৰ [[ভাৰত]]ৰ ভিতৰতে প্ৰথম [[বাল্মীকি]]ৰ [[ৰামায়ণ]] [[অসমীয়া ভাষা|অসমীয়া]]লৈ "সপ্তকাণ্ডসপ্তকাণ্ড ৰামায়ণ" নামেৰে অনুবাদ কৰে<ref name=sarma>{{cite book | title=অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত | publisher=প্ৰতিমা দেৱী | author=সত্যেন্দ্ৰনাথ শৰ্মা | year=১৯৯৬ | location=গুৱাহাটী | pages=৬২-৬৯}}</ref>। মহাপুৰুষ [[শ্ৰীমন্ত শঙ্কৰদেৱ|শ্ৰীমন্ত শঙ্কৰদেৱে]] মাধৱ কন্দলীককন্দলিক "অপ্ৰমাদী কবি" আখ্যা দিছিল<ref name=lit></ref>।
 
==জীৱনকাল==
কছাৰী বা বৰাহী ৰজা মহামাণিক্যৰ ৰাজধানীৰ স্থান বা ৰাজত্বৰ সময়ৰ বিষয়ে কোনো ঐতিহাসিক প্ৰমাণ নাই। এই সম্পৰ্কে [[হেমচন্দ্ৰ গোস্বামী]], [[কনকলাল বৰুৱা]], [[বাণীকান্ত কাকতি]], [[বেণুধৰ শৰ্মা]] আদিৰ মত অনুসৰি খৃষ্টীয় চতুৰ্দশ শতিকাৰ মাজভাগত বৰাহী ৰজা মহামাণিক্যই [[নগাঁৱ জিলা|নগাঁৱ]]ৰ কপিলী উপত্যকা অঞ্চলত শাসন কৰিছিল<ref name=sarma></ref><ref name=hem>{{cite book | title=অসমীয়া সাহিত্যত দৃষ্টিপাত | publisher=বীণা লাইব্ৰেৰী | author=হেমন্ত কুমাৰ শৰ্মা | year=১৯৯৭ | location=গুৱাহাটী | pages=৬৯,৭০}}</ref> নাইবা উজনিৰ সোণাপুৰত (সম্ভৱতঃ [[শিৱসাগৰ]]ৰ সোণাৰি অঞ্চল) ৰাজধানী পাতিছিল<ref name=sarma></ref>। এইজন ৰজাৰে ৰাজসভাত প্ৰাক্‌-শঙ্কৰী কবি মাধৱ কন্দলীয়েকন্দলিয়ে কাব্য চৰ্চা কৰিছিল। মাধৱ কন্দলীৰকন্দলিৰ আন এটা নাম "কবিৰাজ কন্দলীকন্দলি", সম্ভৱ তেওঁৰ কবিত্ব শক্তিৰ বাবেই পিছলৈ এই নাম পায়<ref name=hem></ref>।
 
==কাব্যকৃতি==
[[হিন্দু ধৰ্ম]]ত দিক্ষিত হোৱা ৰজা মহামাণিক্যৰ অনুৰোধক্ৰমে মাধৱ কন্দলীয়েকন্দলিয়ে বাল্মীকিৰ ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল। মাধৱ কন্দলীৰকন্দলিৰ প্ৰায় এশ বছৰ পিছত অৰ্থাৎ ১৫শ শতিকাৰ দ্বিতীয়াৰ্ধত '[[কৃত্তিবাসী ৰামায়ণ]]' আৰু ১৬শ শতিকাৰ অষ্টম দশকত [[তুলসীদাস]]ৰ '[[ৰাম-চৰিত মানস]]' ৰচিত হয়<ref name=sarma></ref>।
 
মাধৱ কন্দলীয়েকন্দলিয়ে সহজ-সৰলকৈ সাধাৰণ ৰাইজৰ বাবে এই কাব্য ৰচনা কৰিছিল<ref name=lit></ref>। ইয়াৰ বিৱৰণসমূহত অসমীয়া ভাষা প্ৰথম অৱস্থাৰ ৰূপ দেখা পোৱাৰ লগতে সেইসময়ৰ প্ৰচলিত ৰীতি-নীতিৰো আভাস পোৱা যায়<ref name=lit></ref>। ভাষাৰ সৰলতা আৰু কাব্যিক গুণলৈ লক্ষ্য কৰি মাধৱ কন্দলীৰকন্দলিৰ ৰামায়ণক [[অসমীয়া সাহিত্য]]ৰ এক অন্যতম গুৰুত্বপূৰ্ণ অৱদানৰূপে গণ্য কৰিব পাৰি<ref name=lit></ref>। পিছৰ যুগৰ কবিসকলক ই প্ৰভাৱিত কৰিছিল আৰু তেওঁলোকৰ ৰচনাৰ বাবে ই এক মানস্বৰূপ আছিল।
 
ৰাজনৈতিক খেলিমেলিৰ মাজত মাধৱ কন্দলীৰকন্দলিৰ ৰামায়ণৰ দুটা কাণ্ড হেৰাই যায়। পিছত [[নৱবৈষ্ণৱ ধৰ্ম|নৱবৈষ্ণৱ ধৰ্মীয়]]ৰ মহাপুৰুষ [[শ্ৰীমন্ত শঙ্কৰদেৱ]] আৰু শ্ৰীশ্ৰী [[মাধৱদেৱ|মাধৱদেৱে]] এই কাণ্ড দুটা [[সংস্কৃত]]ৰ পৰা অনুবাদ কৰি মূল কাব্যৰ লগত সংযোগ কৰে। "[[গুৰু-চৰিত]]" ইয়াৰ বিষয়ে এটা কাহিনী পোৱা যায়। কাহিনীমতে [[অনন্ত কন্দলীকন্দলি]]য়ে ভক্তিৰসৰ আধাৰত ৰামায়ণৰ এক নতুন অনুবাদ কৰি মাধৱ কন্দলীৰকন্দলিৰ ৰামায়ণক লুপ্ত কৰিব বিচাৰিছিল। তেতিয়া মাধৱ কন্দলীয়েকন্দলিয়ে শঙ্কৰদেৱক সপোনত দেখা দি ইয়াৰ সংৰক্ষণৰ বাবে অনুৰোধ জনায়। তাৰ পিছত শঙ্কৰদেৱে মাধৱদেৱক আদিকাণ্ড লিখিবলৈ দি নিজে উত্তৰাকাণ্ড লিখি উলিয়ায়<ref name=an>[http://books.google.co.in/books?id=eTXougCB-NMC&pg=PA38&lpg=PA38&dq=madhav+kandali&source=bl&ots=HJFAUu2Cun&sig=YAEeuh7JmdtbwcW_2MTm3HGZbvI&hl=en&ei=Cx6QTtLZDojd0QHR58w9&sa=X&oi=book_result&ct=result&resnum=6&ved=0CEcQ6AEwBQ#v=onepage&q=madhav%20kandali&f=false]Modern Indian Literature,an Anthology:Plays and prose, By K. M. George, Sahitya Akademi (Assamese-Banikant Kakati)</ref>। মাধৱ কন্দলীয়েকন্দলিয়ে এই কাণ্ড দুটা আগতে ৰচনা কৰিছিল নে নাই তাৰ কোনো প্ৰমাণ পোৱা নাযায়<ref name=an></ref>।
 
"দেৱজিৎ" নামৰ ১৩শ পদৰ আন এখন কাব্যত মাধৱ কন্দলীৰকন্দলিৰ ভনিতা পোৱা যায়। ইয়াত [[নৰনাৰায়ণ]] অৰ্থাৎ [[অৰ্জুন]] আৰু [[কৃষ্ণ]]ৰ মাহাত্ম্য বৰ্ণনা কৰা হৈছে। কৃষ্ণৰ সহায়ত অৰ্জুনে স্বৰ্গৰ দেৱতাসকলক কেনেকৈ জিনিবলৈ সক্ষম হ'ল তাৰ বিৱৰণ পোৱা যায়<ref name=sarma></ref>। এই ৰচনাত পিছৰ কালত প্ৰসাৰ পাবলগীয়া নৱবৈষ্ণৱ ধৰ্মৰ ছাঁ দেখিবলৈ পোৱা যায়<ref name=lit></ref>। এই পুথিৰ কোনো কোনো ঠাইত কেৱল 'মাধৱ' নামহে পোৱা যায় আৰু ইয়াৰ ভাষাও 'কথা-ৰামায়ণ'ৰ লগত নিমিলে। মাধৱ কন্দলীৰকন্দলিৰ ছদ্মনাম লৈ আন কোনো কবিয়ে এইখন ৰচনা কৰিছে বুলি ঠাৱৰ কৰা হয়হয়।<ref name=sarma></ref><ref name=hem></ref>
ৰাজনৈতিক খেলিমেলিৰ মাজত মাধৱ কন্দলীৰ ৰামায়ণৰ দুটা কাণ্ড হেৰাই যায়। পিছত [[নৱবৈষ্ণৱ ধৰ্ম|নৱবৈষ্ণৱ ধৰ্মীয়]]ৰ মহাপুৰুষ [[শ্ৰীমন্ত শঙ্কৰদেৱ]] আৰু শ্ৰীশ্ৰী [[মাধৱদেৱ|মাধৱদেৱে]] এই কাণ্ড দুটা [[সংস্কৃত]]ৰ পৰা অনুবাদ কৰি মূল কাব্যৰ লগত সংযোগ কৰে। "[[গুৰু-চৰিত]]" ইয়াৰ বিষয়ে এটা কাহিনী পোৱা যায়। কাহিনীমতে [[অনন্ত কন্দলী]]য়ে ভক্তিৰসৰ আধাৰত ৰামায়ণৰ এক নতুন অনুবাদ কৰি মাধৱ কন্দলীৰ ৰামায়ণক লুপ্ত কৰিব বিচাৰিছিল। তেতিয়া মাধৱ কন্দলীয়ে শঙ্কৰদেৱক সপোনত দেখা দি ইয়াৰ সংৰক্ষণৰ বাবে অনুৰোধ জনায়। তাৰ পিছত শঙ্কৰদেৱে মাধৱদেৱক আদিকাণ্ড লিখিবলৈ দি নিজে উত্তৰাকাণ্ড লিখি উলিয়ায়<ref name=an>[http://books.google.co.in/books?id=eTXougCB-NMC&pg=PA38&lpg=PA38&dq=madhav+kandali&source=bl&ots=HJFAUu2Cun&sig=YAEeuh7JmdtbwcW_2MTm3HGZbvI&hl=en&ei=Cx6QTtLZDojd0QHR58w9&sa=X&oi=book_result&ct=result&resnum=6&ved=0CEcQ6AEwBQ#v=onepage&q=madhav%20kandali&f=false]Modern Indian Literature,an Anthology:Plays and prose, By K. M. George, Sahitya Akademi (Assamese-Banikant Kakati)</ref>। মাধৱ কন্দলীয়ে এই কাণ্ড দুটা আগতে ৰচনা কৰিছিল নে নাই তাৰ কোনো প্ৰমাণ পোৱা নাযায়<ref name=an></ref>।
 
 
"দেৱজিৎ" নামৰ ১৩শ পদৰ আন এখন কাব্যত মাধৱ কন্দলীৰ ভনিতা পোৱা যায়। ইয়াত [[নৰনাৰায়ণ]] অৰ্থাৎ [[অৰ্জুন]] আৰু [[কৃষ্ণ]]ৰ মাহাত্ম্য বৰ্ণনা কৰা হৈছে। কৃষ্ণৰ সহায়ত অৰ্জুনে স্বৰ্গৰ দেৱতাসকলক কেনেকৈ জিনিবলৈ সক্ষম হ'ল তাৰ বিৱৰণ পোৱা যায়<ref name=sarma></ref>। এই ৰচনাত পিছৰ কালত প্ৰসাৰ পাবলগীয়া নৱবৈষ্ণৱ ধৰ্মৰ ছাঁ দেখিবলৈ পোৱা যায়<ref name=lit></ref>। এই পুথিৰ কোনো কোনো ঠাইত কেৱল 'মাধৱ' নামহে পোৱা যায় আৰু ইয়াৰ ভাষাও 'কথা-ৰামায়ণ'ৰ লগত নিমিলে। মাধৱ কন্দলীৰ ছদ্মনাম লৈ আন কোনো কবিয়ে এইখন ৰচনা কৰিছে বুলি ঠাৱৰ কৰা হয়<ref name=sarma></ref><ref name=hem></ref>।
 
==তথ্যসূত্ৰ==
Line 44 ⟶ 42:
 
==বাহ্যিক সংযোগ==
* [http://assameseonline.com/full_text.php?recordID=12 প্ৰবন্ধ: মাধৱ কন্দলীকন্দলি], লিখক: [[হেমচন্দ্ৰ গোস্বামী]], আছামীছআছামীজ অনলাইন ৱেবছাইট।
*[https://www.vedamsbooks.com/no17118.htm Madhava Kandali Ramayana]